• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 8, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গণৰাজ্য দিৱসত এইবাৰ উপস্থিত নাথাকিব বিদেশৰ অতিথি কিন্তু কিয়?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 15, 2021 12:52 pm

1 min read

গণৰাজ্য দিৱসত এইবাৰ উপস্থিত নাথাকিব বিদেশৰ অতিথি কিন্তু কিয়?
149
VIEWS
Share on FacebookShare on Twitter

৫৫ বছৰৰ পাছত গণৰাজ্য দিৱস উদযাপন কাৰ্য্যসূচীত কোনোধৰণৰ বাহিৰা দেশৰ অতিথি উপস্থিত নাথাকিব।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে বৃহস্পতিবাৰে এই কথা প্ৰকাশ কৰে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে ৫৫ বছৰ পাছত দেশে কোনোধৰণৰ অন্য দেশৰ অতিথিয়ে অংশগ্ৰহণ নকৰাকৈ গণৰাজ্য দিৱস উদযাপন কৰিব বুলি উল্লেখ কৰে।

‘‘বিশ্বৰ কোভিড-১৯ৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰৰ গণৰাজ্য দিৱসত কোনোধৰণৰ অন্য দেশৰ ৰাষ্ট্ৰপ্ৰধান অথবা মুৰব্বী মুখ্য অতিথি উপস্থিত নাথাকিব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে,’’ সংবাদ মাধ্যমক সম্বোধন কৰি বৈদেশিক পৰিক্ৰমা বিভাগৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে এইদৰে কয়।

উল্লেখযোগ্য যে, ভাৰতৰ তৰফৰ পৰা এই বৰ্ষৰ গণৰাজ্য দিৱসত ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰী বৰিছ জনছনক আমন্ত্ৰণ জনোৱা হৈছিল।

বৰিছ জনছনে ভাৰতৰ আমন্ত্ৰণ গ্ৰহণ কৰিছিল যদিও পৰৱৰ্তী সময়ত ব্ৰিটেইনত দ্বিতীয় পৰ্যায়ৰ কোভিডৰ সংক্ৰমণ আৰম্ভ হোৱা বাবে প্ৰধান মন্ত্ৰী জনছনে ভাৰত ভ্ৰমণ বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

প্ৰতিবছৰে ভাৰতৰ স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱস উদযাপন কাৰ্য্যসূচীত অন্য দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি আহিছে।

চলিত বৰ্ষত ক’ৰ’নাৰ সংক্ৰমণৰ বাবেই বিদেশী অতিথি নোহোৱাকৈ ভাৰতে গণৰাজ্য দিৱস উদযাপন কৰিব।

Recent News

Mahanta-Jitu Goswami

কাৰ বাবে অগপই দলৰ প্ৰতিষ্ঠাপক, দুবাৰৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ আসনখন এৰি দিলে জানেনে?

ইনষ্টাগ্ৰামলৈ উভটি আহিল ৰিয়া চক্ৰৱৰ্তী, জনালে নাৰী দিৱসৰ শুভেচ্ছা

ইনষ্টাগ্ৰামলৈ উভটি আহিল ৰিয়া চক্ৰৱৰ্তী, জনালে নাৰী দিৱসৰ শুভেচ্ছা

155512718_4069084763109762_1614877952894308684_o

মন্ত্ৰী অতুল বৰাক প্ৰত্যাহ্বান জনায় বোকাখাতত কোনে কোনে দাখিল কৰিলে মনোয়ন পত্র?

বলিউড : সুশান্ত সিং ৰাজপুতক ড্ৰাগছ যোগান ধৰা তিনিজন লোকক আটক কৰিলে এনচিবিয়ে

বলিউড : সুশান্ত সিং ৰাজপুতক ড্ৰাগছ যোগান ধৰা তিনিজন লোকক আটক কৰিলে এনচিবিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd