• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ৰজাৰ শাসন নিবিচাৰো’, No Kings Protest-ত উত্তাল আমেৰিকাৰ ৰাজপথ; নিদ্ৰা হৰিছে ট্ৰাম্পৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 19, 2025 8:50 am
29
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্বৈৰাচাৰ নিপাত যাওক। লণ্ডন, ৱাশ্বিংটন, মাদ্ৰিদ, সকলোতে শুনা গৈছে এই শ্লোগান। মাথোঁ ভাষাটো বেলেগ। ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ লোক। সকলোৰে মুখত একেটাই শ্লোগান, ‘ন’ কিংছ!’। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নীতিৰ প্ৰতিবাদত আৰম্ভ হৈছে এই আন্দোলন ।

শনিবাৰৰ পৰা আৰম্ভ হৈছে এই প্ৰতিবাদী কাৰ্যসূচী। আন্দোলনৰ মূল দাবী এটাই যে, ট্ৰাম্পৰ একনায়কত্ববাদী আচৰণৰ বিৰুদ্ধে মাত মাতিব লাগে। প্ৰতিবাদকাৰীসকলৰ মতে এই প্ৰতিবাদ কেৱল গণতন্ত্ৰ ৰক্ষাৰ প্ৰয়াস।

Apply Now

শনিবাৰে লণ্ডনত থকা আমেৰিকাৰ দূতাবাসৰ সন্মুখত কেইবাশ লোকৰ সমাগম হয়। হাতে হাতে প্লেকাৰ্ড। তাত লিখা আছে, ‘আমাৰ ৰজা নাই!’। এই আন্দোলন কেৱল লণ্ডনতে নহয়। ইয়াৰ আৰম্ভণি হৈছে মাদ্ৰিদ, বাৰ্চিলোনা, আনকি আমেৰিকাৰ সৰু চহৰবোৰতো।

দ্বিতীয়বাৰৰ বাবে ট্ৰাম্প ক্ষমতালৈ অহাৰ পিছৰে পৰা বিতৰ্ক শান্ত হোৱা নাই। তেওঁ প্ৰথমে প্ৰব্ৰজন সম্পৰ্কে কঠোৰ আইন আনিছিল। বিশ্ববিদ্যালয়ৰ ধন কৰ্তন কৰাৰ হুংকাৰ দিয়ে। সমালোচকসকলে দাবী কৰে যে তেওঁৰ এই কাৰ্য্যই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভাজন বৃদ্ধি কৰিছে।

‘ইণ্ডিভিজিবল’ সংস্থাটোৰ সহ-প্ৰতিষ্ঠাপক লিয়া গ্ৰীনবাৰ্গে কয় যে ‘আমেৰিকাৰ প্ৰকৃত পৰিচয় হৈছে ইয়াৰ স্বাধীনতা। আমি কোনো ৰজাৰ শাসন মানি নলওঁ।‘ তেওঁৰ মতে এই আন্দোলনৰ জৰিয়তে তেওঁলোকে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছে।

ৱাশ্বিংটনৰ উপকণ্ঠ অঞ্চল ভাৰ্জিনিয়াতো এক সমদল উলিওৱা হয়। মহানগৰীৰ উৰণীয়া সেতু পাৰ হৈ প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰীয় সমাধিস্থানলৈ আগবাঢ়ি যায়। সেই অঞ্চলতে এটা স্মৃতি তোৰণ নিৰ্মাণৰ প্ৰস্তাৱ দিছে ট্ৰাম্পে।

আয়োজকসকলে দাবী কৰে যে ৩০০ৰো অধিক সংগঠনে এই পদক্ষেপত যোগদান কৰিছে। ‘আমেৰিকান চিভিল লিবাৰ্টিজ ইউনিয়ন’য়ে আইনী সহায় আগবঢ়াবলৈ আৰু শান্তি বজাই ৰাখিবলৈ হাজাৰ হাজাৰ স্বেচ্ছাসেৱকক প্ৰশিক্ষণ দিছে।

বাৰ্নি চেণ্ডাৰছ, আলেকজেণ্ড্ৰিয়া অকাচিঅ’-কৰ্টেজ আৰু হিলাৰী ক্লিণ্টনৰ দৰে নেতাই এই আন্দোলনৰ কাষত থিয় দিছে। বহু জনপ্ৰিয় শিল্পীয়েও তেওঁলোকৰ সমৰ্থনত যোগদান কৰিছে। জুন মাহতো একেধৰণৰ প্ৰতিবাদ সংঘটিত হৈছিল। সেইদিনা আছিল ট্ৰাম্পৰ জন্মদিন।

অৱশ্যে ৰিপাব্লিকান নেতাসকলে এই আন্দোলনক ‘আমেৰিকা বিৰোধী’ বুলি অভিহিত কৰিছে। কংগ্ৰেছী মাইক জনছনে অভিযোগ কৰে যে, ‘ডেম’ক্ৰেটসকলে আচলতে আমেৰিকা বিৰোধী অভিযান চলাই আছে।’

বিশ্লেষকসকলৰ মতে এই ‘ন’ কিংছ’ আন্দোলন হৈছে শেহতীয়া সময়ত সৰ্ববৃহৎ নাগৰিক প্ৰতিবাদ। সমাজবিজ্ঞানী ডানা ফিচাৰৰ মতে, ‘এয়া কেৱল ট্ৰাম্পৰ বিৰুদ্ধে নহয়। এইটো সেই সকল মানুহৰ কণ্ঠ যিয়ে নিজকে নিপীড়িত অনুভৱ কৰে।’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd