DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

এই খন দেশত ১১ দিনৰ বাবে নিষিদ্ধ হঁহা, মদ খোৱা আৰু বজাৰ কৰা, অন্যথা গ্ৰেপ্তাৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
December 17, 2021 6:25 pm
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

336
VIEWS
Share on FacebookShare on Twitter

এদিন নহয়, দুদিন নহয় সম্পূৰ্ণ ১১ দিনৰ বাবে এই খন দেশত হাঁহিব নোৱাৰিব কোনো লোকে।

কেৱল সেয়াই নহয় ১১ দিনৰ বাবে কোনো লোকে মদ্যপান অথবা বজাৰো কৰিব নোৱাৰিব।

চৰকাৰৰ এই নিৰ্দেশ অৱজ্ঞা কৰাৰ লোকক গ্ৰেপ্তাৰ কৰি নিক্ষেপ কৰা হ’ব পোতাশাললৈ।

এনে অদ্ভুত নিৰ্দেশনা জাৰি কৰা দেশ খন হৈছে উত্তৰ কোৰিয়া।

উত্তৰ কোৰিয়াৰ শাসক কিম জং আনে জাৰি কৰিছে এই নিষেধাজ্ঞা।

উত্তৰ কোৰিয়াৰ প্ৰয়াত শাসক কিম জং দ্বিতীয়ৰ দশম মৃত্যু বাৰ্ষিকী উপলক্ষ্যে বৰ্তমানৰ শাসক কিম জঙে এই নিষেধাজ্ঞা জাৰি কৰিছে।

প্ৰাপ্ত খবৰ অনুসৰি ১১ দিন ধৰি উত্তৰ কোৰিয়াৰ বাসিন্দাসকল প্ৰয়াত নেতা জনৰ প্ৰতি সন্মান জনাই নাহাঁহিবলৈ , বজাৰ নকৰিবলৈ আৰু মদ্যপান নকৰিবলৈ সকিয়াই দিয়া হৈছে।

ৰেডিঅ’ ফ্ৰি এছিয়াত সম্প্ৰচাৰ হোৱা বাতৰি অনুসৰি এই নিষেধাজ্ঞা উলংঘা কৰা লোকসকলক গ্ৰেপ্তাৰ কৰা হ’ব।

উল্লেখ্য প্ৰতি বছৰে উত্তৰ কোৰিয়াৰ প্ৰয়াত শাসক কিম জং দ্বিতীয়ৰ মৃত্যু বাৰ্ষিকীৰ সময়ত এনে ধৰণৰ নিষেধাজ্ঞা জাৰি কৰা হয়।

বিগত বৰ্ষত এনে নিষেধাজ্ঞা উলাই কৰাৰ বাবে বহু লোকক গ্ৰেপ্তাৰ কৰি দেশ খনৰ কাৰাগাৰত বন্দী কৰি ৰখা হৈছে।

Recent News

Budget 2023

নিৰ্বাচন উপলক্ষ্যে চমৎকাৰী বাজেট! মধ্যবিত্তক কৰ ৰেহাই সীতাৰমণৰ

Man rape girlfriend daughter

ধিক্ মানৱতা! প্ৰেয়সীৰ তিনি বছৰীয়া কন্যাক ধৰ্ষণ কৰি হত্যা যুৱকৰ

Budget 2023

সন্মুখত নিৰ্বাচন! সংসদত ‘অমৃত কালৰ প্ৰথমখন বাজেট’ দাখিল বিত্তমন্ত্ৰী সীতাৰমণৰ

Manmohan Singh

ব্ৰিটেইনত জীৱনজোৰা সাধনাৰ সন্মানেৰে সন্মানিত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd