DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কা বিৰোধী প্ৰতিবাদৰ শংকা! গুৱাহাটীত ভাৰত-শ্ৰীলংকাৰ খেলত নাথাকিব কোনো বেনাৰ-পোষ্টাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 4, 2020 11:19 am
Barsapara_Cricket_Stadium_match_under_floodlights

বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম। ফটো সৌজন্য: উইকিপেডিয়া

2.5k
VIEWS
Share on FacebookShare on Twitter

দেওবাৰে গুৱাহাটীৰ বৰ্ষাপাৰ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ভাৰত-শ্ৰীলংকাৰ মাজৰ প্ৰথমখন টী-২০ মেচত কোনো বেনাৰ-পোষ্টাৰ বা মেচেজ বোৰ্ডৰ অনুমতি দিয়া নহয়।

শুকুৰবাৰে অসম ক্ৰিকেট সন্থাৰ সচিব দেবজিৎ শইকীয়াই সাংবাদিকক এই কথা জানিবলৈ দিয়ে।

আনহাতে, “4” আৰু “6” লিখা প্লেকাৰ্ডৰো অনুমতি দিয়া নহ’ব কিয়নো ইয়াত কোনো ভাড়াতীয়া বিজ্ঞাপন ব্যৱহাৰ হ’ব পাৰে। তদুপৰি, ভিতৰত মাৰ্কাৰ পেনৰো অনুমতি দিয়া নহয়।

শইকীয়াই জানিবলৈ দিয়া মতে, অকল পুৰুষৰ ৱালেট, মহিলাৰ হেণ্ডবেগ,মোবাইল ফোন আৰু গাড়ীৰ চাবিহে খেলপথাৰৰ ভিতৰত নিয়াৰ অনুমতি দিয়া হ’ব।

ইপিনে, গুৱাহাটীৰ আৰক্ষী আয়ুক্ত এম পি গুপ্তাই এই নিৰ্দেশনা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ সৈতে কোনো সম্পৰ্ক নাই বুলি জানিবলৈ দিয়ে।

সচিব শইকীয়াই এইটো এটা আন্ত:ৰাষ্ট্ৰীয় অনুষ্ঠান বুলি উল্লেখ কৰি ইয়াত উপযুক্ত সুৰক্ষা ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে।

শইকীয়াই উদাহৰণস্বৰূপে ২০১৭’ত  শিল দলিয়াই অষ্ট্ৰেলিয়া দলৰ বাছৰ খিৰিকি ভঙাৰ প্ৰসংগ দাঙি ধৰে।

সেয়া যিয়েই নহওক, ভিতৰি নাগৰিকত্ব বিৰোধী প্ৰতিবাদৰ আশংকাই যে ক্ৰিকেট মেচৰ আয়োজকৰ নিদ্ৰা হৰিছে সেই কথা স্পষ্ট হৈ পৰিছে।

খেলৰ সময়ত দৰ্শকৰ মাজৰ পৰা এনে প্ৰতিবাদৰ সম্ভাৱনা নাইকীয়া কৰিবৰ বাবেই সুৰক্ষাৰ দোহাই দি এনে ব্যৱস্থা গ্ৰহণ কৰা বুলি এক সূত্ৰই জানিবলৈ দিয়ে।

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

Sudden visit “পৰিবহন”ৰ কাৰ্যালয়ত “পৰিমল”, বিভাগটো সঁচাকৈয়ে হ’ব নে নিৰ্মল?

Sudden visit “পৰিবহন”ৰ কাৰ্যালয়ত “পৰিমল”, বিভাগটো সঁচাকৈয়ে হ’ব নে নিৰ্মল?

ESIC 2022

Assam Career : ESIC, গুৱাহাটীত চিকিৎসকৰ পদ খালী, কিদৰে কৰিব আবেদন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd