• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা কৰ্তনৰ কোনো সিদ্ধান্ত লোৱা নাই বিত্ত মন্ত্ৰ্যালয়ে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 11, 2020 7:10 pm

1 min read

কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা কৰ্তনৰ কোনো সিদ্ধান্ত লোৱা নাই বিত্ত মন্ত্ৰ্যালয়ে

প্ৰতিনিধিত্বমূলক চিত্ৰ

296
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা কৰ্তন কৰাৰ কোনো প্ৰস্তাৱ গ্ৰহণ কৰা হোৱা নাই বুলি আজি বিত্ত মন্ত্ৰ্যালয়ে স্পষ্ট কৰি দিয়ে।

দৰমহা কৰ্তন সন্দৰ্ভত ওলাই থকা খবৰৰ কোনো ভিত্তি নাই বুলি মন্ত্ৰ্যালয়ে স্পষ্ট কৰি টুইযোগে কয় যে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কোনো কৰ্মচাৰীৰে দৰমহা কৰ্তন কৰাৰ সিদ্ধান্ত লোৱা হোৱা নাই।

ইয়াৰ উপৰি কয় যে দৰমহা কৰ্তন সন্দৰ্ভত একাংশ সংবাদ মাধ্যমে মিছা আৰু ভুৱা বাতৰি প্ৰচাৰ কৰি আছে।

There is no proposal under consideration of Govt for any cut whatsoever in the existing salary of any category of central government employees.
The reports in some section of media are false and have no basis whatsoever.@nsitharamanoffc @PIB_India @DDNewslive @airnewsalerts

— Ministry of Finance ?? #StayHome #StaySafe (@FinMinIndia) May 11, 2020

উল্লেখ্য যে ক’ৰ’না ভাইৰাছৰ বাবে দেশৰ আৰ্থিক অৱস্থাৰ অৱনতি ঘটাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে লাভ কৰিব লগীয়া মৰগীয়া বানচ ২০১২১ চনৰ জুলাই মাহলৈকে নিদিয়ে বুলি যোৱা মাহত ঘোষণা কৰিছিল।

মৰগীয়া বানচ কৰ্তন কৰাৰ পিছৰে পৰা একাংশ মিডিয়াই প্ৰচাৰ কৰি আছিল যে কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহাৰ ৩০ শতাংশ ধন কৰ্তন কৰা হ’ব। আৰু আজি বিত্ত মন্ত্ৰ্যালয়ে এই খবৰ সম্পূৰ্ণ মিছা বুলি স্পষ্ট কৰি দিয়ে।

Recent News

সমাধানৰ আশাত আজি চৰকাৰে দশমবাৰৰ বাবে কৃষকৰ সৈতে মিলিত হ’ব আলোচনাত

সমাধানৰ আশাত আজি চৰকাৰে দশমবাৰৰ বাবে কৃষকৰ সৈতে মিলিত হ’ব আলোচনাত

কনকলতা মহিলা সবলীকৰণ আঁচনিৰ অধীনত মায়ঙৰ ৩৫৯ টা গোটলৈ ৫০,০০০ কৈ টকা

কনকলতা মহিলা সবলীকৰণ আঁচনিৰ অধীনত মায়ঙৰ ৩৫৯ টা গোটলৈ ৫০,০০০ কৈ টকা

ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা, ঈশান্ত শৰ্মাৰ প্ৰত্যাৱৰ্তন

ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা, ঈশান্ত শৰ্মাৰ প্ৰত্যাৱৰ্তন

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd