• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হাবিৰে ভৰি পৰিছে জাঁজী-ডিমৌ ৩৭ নং ঘাইপথৰ দুয়োকাষ; পথচাৰী, চাইকেল আৰোহীৰ বাবে নাই কোনো ঠাই

NE NOW NEWS ৰাজীৱ দত্ত
গৌৰীসাগৰ , August 23, 2018 9:29 am

1 min read

37 Highway at Sivasagar
92
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ জিলাৰ জাঁজীৰ পৰা ডিমৌ পৰ্যন্ত ৩৭ নং ৰষ্ট্ৰীয় ঘাইপথত পৰা ৪৪  কি মি দৈৰ্ঘৰ পথাংশ চাৰিলেন যুক্ত পথলৈ সম্প্ৰসাৰিত কৰাৰ বাবে ২০১৬ চনৰ ১ মে’তে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে যোৰহাটত আধাৰশীলা স্থাপন কৰি ২০১৮ চনৰ ভিতৰত পথ নিৰ্মাণ সম্পূৰ্ণ হ’ব বুলি ঘোষণা কৰিছিল। কিন্তু অতি আশ্বৰ্যকৰ বিষয় যে সুদীৰ্ঘ আঢ়ৈ বছৰৰ পিছতো পথ নিৰ্মাণৰ কাম একো আগ নাবাঢ়িল।

ইয়াৰ পৰিৱৰ্তে এতিয়া পথছোৱাৰ দুয়োকাষে ডাঠ জংঘল গজি উঠিছে, যাৰ ফলত পথটোৱেদি অহা যোৱা কৰা পথচাৰী, চাইকেল আৰোহী সকল যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগীয়া হৈছে। জংঘল সমূহ চাফা নকৰাৰ ফলত দৈনিক হাজাৰোধিক লঘু-গুৰু যান-বাহন চলাচল কৰা সদা ব্যস্ত পথটোৱেদি পথচাৰী তথা চাইকেলে আৰোহী সকলে অতি শংকাৰে অহা যোৱা কৰিব লগীয়া হয়।

উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় ঘাইপথটোক চাৰিলেন যুক্ত পথলৈ সম্প্ৰসাৰিত কৰাৰ নামত শিৱসাগৰ জিলা বন সংমণ্ডল বিভাগে নিৰ্দ্ধাৰিত সময়তেই জনসাধাৰণৰ সুবিধা অসুবিধালৈ লক্ষ্য নকৰি পথছোৱাৰ দুয়ো কাষে থকা বৃহৎ বৃহৎ মূল্যবান গছ সমূহ দৈনিক দীৰ্ঘ সময়লৈকে বিদ্যুৎ কৰ্তন কৰি হ’লেও  কাটি গৈছিল।

কিন্তু পিছলৈ মাজে সময়ে পথটো কিছু মেৰামতি কৰাৰ বাহিৰে ইয়াৰ কাষত গজি উঠা ডাঠ জংঘল সমূহ চাফা নকৰাত দুয়োকাষ এতিয়া পুনৰ ডাঠ জংঘলেৰে ভৰি পৰিছে। ডাঠ জংঘলৰ সুবিধা লৈ কোনো দুস্কৃতিকাৰীয়ে যি কোনো মূহূৰ্ততে  দুস্কাৰ্য চলাব পাৰে বুলিও স্থানীয় ৰাইজে শংকা প্ৰকাশ কৰিছে।

Recent News

AASU-TORCH-750x375

‘কা’ৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ জোঁৰ সমদল, আক্ৰোশী আৰক্ষীৰ বৰ্বৰোচিত লাঠীচালনা

নাগ্ৰীজুলিত কুমাৰীকাটা খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ উদ্যোগ ভিত্তিক সজাগতা সভা 

নাগ্ৰীজুলিত কুমাৰীকাটা খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ উদ্যোগ ভিত্তিক সজাগতা সভা 

IMG-20210122-WA0004

নগাঁৱত অসম চৰকাৰৰ ‘স্বয়ম’ আঁচনি উদ্বোধন

Rahul-Gandhi-Sonia-Gandhi

ওৰ পৰিব পৰিয়ালতন্ত্ৰৰ! চলিত বৰ্ষৰ জুন মাহত নিৰ্বাচন কৰা হ’ব কংগ্ৰেছৰ নতুন সভাপতি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd