• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আলফা (স্বাঃ)ত যোগদান নে অপহৰণ? তিনিচুকীয়াৰ জাগুনত ২ জন যুৱকৰ সন্ধানহীনতাক লৈ চাঞ্চল্য

NE NOW NEWS মানস প্ৰতিম গগৈ
মাৰ্ঘেৰিটা , October 14, 2018 11:11 pm

1 min read

tinsukia

সন্ধানহীন যুৱক দুগৰাকী। ছবি- নৰ্থ ইষ্ট নাও।

306
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়াৰ জাগুনৰ পৰা পবিত্ৰ গগৈ নামৰ এজন ব্যক্তিক আলফাই অপহৰণ কৰি নিয়া বুলি বাতৰি ওলোৱাৰ মাজতে আৰক্ষীয়ে লোকজনে নিষিদ্ধ সংগঠনটোত যোগ দিয়া বুলি কৰা দাবীক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

জানিব পৰা মতে জাগুনৰ টিৰাপ নদীৰ পাৰৰ ফুলবাৰীত থকা শিল ব্যৱসায়ী অৰুণ চেতিয়াৰ শিল ভঙা উদ্যোগত মহৰী হিচাপে কৰ্মৰত জাগুন আৰক্ষী চকীৰ অন্তৰ্গত ২নং ফানেং গাঁ‌ৱৰ নিবাসী তথা এটি এমহীয়া সন্তানৰ পিতৃ পবিত্ৰ গগৈয়ে শনিবাৰে সন্ধিয়া প্ৰায় ৬.৩০ বজাত কামৰ পৰা ঘৰলৈ যায়।

পিছত ১০ মিনিট মান সময় ঘৰত কটায়েই তেওঁ কিবা কাম থকা বুলি ঘৰৰ পৰা ওলাই আহোতেই ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰে।

সেই সময়ত গগৈ গৃহৰ সন্মুখত ৭-৮জনীয়া সশস্ত্ৰ দল এটা দেখিছিল একাংশ ৰাইজে। সেইসূত্ৰে গগৈক অপহৰণ কৰা বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে যদিও আৰক্ষীৰ এই কথা পোনছাটেই অস্বীকাৰ কৰিছে।

পবিত্ৰ গগৈয়ে আলফা স্বাধীনত যোগদান কৰিছে বুলিহে মন্তব্য কৰিছে তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্তই। আৰক্ষী বিষয়াজনে দাবী কৰিছে যে গগৈৰ লগতে একেখন গাঁ‌ৱৰে তেওঁৰ নিকট সম্পৰ্কীয় চন্দ্ৰ বুঢ়াগোহাঁই নামৰ যুৱকজনে আলফাত যোগদান কৰিছে।

শেহতীয়াকৈ আলফা স্বাধীনত উজনি অসমৰ বহু যুৱকে যোগ দিয়া বুলি প্ৰচাৰিত খবৰৰ মাজতে জাগুনৰ ঘটনাটো তাৎপৰ্য্যপূৰ্ণ বুলি পৰিগণিত হৈছে।

Recent News

a doctor

ৰাজ্যৰ ১২ গৰাকী জ্যেষ্ঠ চিকিৎসকে সৰ্বপ্ৰথমে গ্ৰহণ কৰিব কোভিডৰ ভেকচিন

FB_IMG_1610717632176

বিশিষ্ট সাহিত্যিক সু- লেখিকা বীণা শৰ্মাৰ মৃত্যু, শোক স্তব্ধ নগাঁও

a gana

ভাৰতীয় গণনাট্য সংঘৰ জ্যোতি-স্মৰণ আৰু গণশিল্পী হেমাঙ্গ বিশ্বাস বঁটা প্ৰদান অনুষ্ঠান

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd