• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰ’না কালত গোলাঘাটৰ সাংস্কৃতিক কৰ্মী জিতেন কাকতিক “সাৰথি”ৰ সহায়ৰ হাত

মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
June 26, 2021 7:49 am
IMG_20210625_164943

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিল্পীৰ জীৱন তেনেই সাধাৰণ। অসমত বৰ্তমানেও কেৱল শিল্পৰ চৰ্চা কৰি এক স্বচ্ছল জীৱন যাপন কৰাৰ পৰিবেশ গঢ়ি উঠা নাই।

তেনে সময়তে কৰ’নাৰ আগমণ শিল্পী সমাজৰ বাবে ভূতৰ ওপৰত দানহ পৰাৰ দৰে এক অনাকাংক্ষিত ঘটনা। যিহেতু  বিভিন্ন সময়ত অসমত শিল্পী জীৱনৰ চৰম বাস্তৱৰ ছবিখন সংবাদৰ শিৰোনামা হৈ আহিছে।

Apply Now

জীৱনক মেৰিয়াই ৰখা এই সাংস্কৃতিক চৰ্চাৰ প্ৰতি থকা অগাধ ভালপোৱা বা সমাজৰ প্ৰতি থকা দায়িত্ববোধৰ বাবেই এইসকল শিল্পীয়ে জীৱন উৰ্চগা কৰে বিভিন্ন সাংস্কৃতিক কৰ্মৰ যোগেদি।

কৰ’না কালৰ এই বিপদৰ সময়ত কি কৰিছে এই  শিল্পী ,কলা-কুশলীসৱে? পেটে -ভাতে দুবেলা -দুমুঠি খাই শিল্প চৰ্চাৰে সমাজ সুন্দৰ কৰাৰ সপোন দেখা তথা শিল্প চৰ্চাৰে জীৱনৰ বাট বিচাৰি লোৱা শিল্পী সমাজলৈ আহিছে অতিকৈ আৰ্থিক সংকট।

দিন-হাজিৰা কৰিবলৈও কুন্ঠাবোধ কৰা নাই এইসকল সাংস্কৃতিক কৰ্মীয়ে। কৰ’নাৰ প্ৰথমটো ঢৌতেই বিধ্বস্ত অতিকৈ স্বাভিমানী কিছু শিল্পীয়ে চৰকৰী ঘৰৰ পৰাও আজি পৰ্যন্ত লাভ কৰা নাই কোনো আৰ্থিক সহায়।

চৰম আৰ্থিক সমস্যাৰে জৰ্জৰিত অসমৰ লগতে গোলাঘাটৰ বহু সাংস্কৃতিক কৰ্মী।  তেনে এজন সাংস্কৃতিক কৰ্মী, সত্ৰীয়া সংস্কৃতিৰ সাধক জিতেন কাকতি।

আৰ্থিক সংকটৰে যুজঁ দি অৱশেষত নিজকে এজন ব্যৱসায়ীৰ ৰূপত প্ৰতিষ্ঠা কৰি সংসাৰৰ বোজা বহন কৰিছে এইজন সত্ৰীয়া সংস্কৃতিৰ সাধকে।

শিল্পচৰ্চা বাদ দি এতিয়া গোলাঘাটৰ জোনাকী নগৰৰ পদপথত আৰম্ভ কৰিছে এখনি শাক-পাচলিৰ দোকান। কিছু দিন পূৰ্বে শিল্পীজনৰ এই জীৱন যাত্ৰাক প্ৰত্যক্ষ কৰে গোলাঘাটৰ সাংবাদিক সমাজে। আৰু লগে লগে  বহুকেইটা বাতৰিও পৰিবেশন হ’য় শিল্পী জনৰ সন্দৰ্ভত।

তেনে বাতৰিৰ প্ৰভাৱত শুকুৰবাৰে কিছু আৰ্থিক সহায়েৰে সকাহ দিয়াৰ উদ্দেশ্যে আগবাঢ়ি আহিল এটা বে-চৰকাৰী স্বেচ্ছাসেৱী সংস্থা।

“সাৰথি” এই স্বেচ্ছাসেৱী সংস্থাটোৱে ইতিমধ্যে মানৱ সমাজলৈ অহা চৰম সংকটৰ সময়ত অসহায় জনক এখনি সহায়ৰ হাত আগবঢ়াই আহিছে। যেনেদৰে আজি শিল্পী জিতেন কাকতিৰ ওচৰত থিয় হৈ সত্ৰীয়া নৃত্যৰ বিশাৰদ জনলৈ আগবঢ়াই বিশ হাজাৰ টকা।

যিহেতু গোলাঘাটৰ বিভিন্ন অঞ্চলত সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ দিয়া কাকতি আজি পদপথৰ ব্যৱসায়ী। লকডাউন, কাৰ্ফিউ আদিৰ দৰে নিষেধাজ্ঞাই একেবাৰে অচল কৰি পেলোৱা বহু শিল্পীৰ মাজৰ এজন।

অৱশেষত পৰিস্থিতিয়ে  শিক্ষকতাৰ দৰে পৱিত্ৰ বৃত্তি ত্যাগ কৰিবলৈ বাধ্য কৰালে  জীতেন কাকতিক। দিশহাৰা হৈ পৰা কাকতিক বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন “সাৰথি”য়ে বিশ হাজাৰ টকাৰ এক সাহায্য  প্ৰদান কৰি যি মহৎ কাম কৰিলে , সেইয়া নিশ্চয়কৈ প্ৰশংসনীয়। “সাৰথি”ৰ এই পদক্ষেক শলাগ লৈছে সচেতন মহলে।

মীনাক্ষী ফুকন

মীনাক্ষী ফুকন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

June 30, 2026 8:53 pm
হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

June 30, 2026 8:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd