• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

এগৰাকী চিৰিয়েল ধৰ্ষণকাৰীক ৮৯৭ বছৰৰ কাৰাদণ্ড : কোন এই অপৰাধী গৰাকী?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 19, 2020 8:08 pm

1 min read

index.jpgn
403
VIEWS
Share on FacebookShare on Twitter

এগৰাকী চিৰিয়েল ধৰ্ষণকাৰীক এখন দেশে ৮৯৭ বছৰৰ কাৰাদণ্ড বিহিছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফ’ণিয়াৰ এক আদালতে ৰয় চালৰ্ছ ৱালাৰ নামৰ চিৰিয়েল ধৰ্ষণকাৰীজনক ধৰ্ষণৰ লগতে একাধিক অপৰাধত দোষী সাৱস্ত্য কৰি ৮৯৭ বছৰৰ কাৰাদণ্ড বিহিছে।

ৰয় চালৰ্ছ ৱালাৰে ১৯৯১ৰ পৰা ২০০৬ চনলৈ ৪৫ বছৰৰ বয়সত ৱালাৰে কেলিফ’ণিয়াৰ বিভিন্ন এলেকাত ৯ গৰাকী মহিলাক ধৰ্ষণ কৰাৰ অভিযোগত অভিযুক্ত হৈছিল।

ৰয় চালৰ্ছ ৱালাৰে কেৱল ধৰ্ষণজনিত অপৰাধ সংঘটিত কৰিয়ে ক্ষান্ত হোৱা নাছিল। ৱালাৰৰ বিৰুদ্ধে আদালতত ৪৬ টা অপৰাধৰ গোচৰ চলিছিল।

ধৰ্ষণৰ লগতে ইয়াৰ ভিতৰত বিদেশী নাগৰিকক অবৈধভাৱে আমেৰিকাত প্ৰৱেশ কৰোৱাৰ দৰে বৈআইনী কামো কৰিছিল ৱালাৰে।

১৫ বছৰ ধৰি চলা শুনানিৰ অন্তত বৰ্তমানৰ ৬০ বছৰীয়া ৰয় চাৰ্লছ ৱালাৰক আদালতে ৮৯৭ বছৰজোৰা কাৰাদণ্ড বিহিছে।

Recent News

Arnab-Goswami-1-750x375

যিমানেই নামিছে সিমানেই তিতিছে অৰ্ণৱ: কিয় ৪০ লাখ টকা দিছিল পাৰ্থ দাসসগুপ্তক?

lockdown-1594475731-750x375-1

২৭ জানুৱাৰি, আৰু তাৰপাছত কেতিয়া চকাবন্ধৰ কথা ঘোষণা কৰিলে মটৰ শ্ৰমিক সন্থাই?

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd