DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এফ বি বি কালাৰছ ফেমিনা মিছ ইণ্ডিয়ালৈ উত্তৰ-পূবৰ যুৱতী

এন ই নাও নিউজ by এন ই নাও নিউজ
April 30, 2019 12:42 pm
sikkim-beauty-1140x570

আলোকচিত্ৰত চাং দোমা তামাঙ

2k
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বিভিন্ন ক্ষেত্ৰত উত্তৰ-পূবৰ সুনামৰ ধাৰাক অক্ষুণ্ণ ৰাখি এইবাৰ এফ বি বি কালাৰছ ফেমিনা মিছ ইণ্ডিয়াত সাতভনীক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে আন এগৰাকী উত্তৰ-পূবৰ কন্যাই।

উত্তৰ-পূবৰ যুবতী চাং দোমা তামাঙে জুন মাহত মুম্বাইত অনুষ্ঠিত হ’বলগীয়া এফ বি বি মিছ ফেমিনা-২০১৯ ত অংশগ্ৰহণ কৰিব।

গেংটকৰ অনুষ্ঠান সঞ্চালক প’জিটিউডৰ তত্বাবধানত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা তামাঙে প্ৰশিক্ষকগৰাকীৰ শিক্ষাতে মিছ চিকিমৰ শীৰ্ষৰ পাঁচটা স্থানৰ মাজত নিজৰ নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হোৱাৰ উপৰিও বিগত মাহত গুৱাহাটীত অনুষ্ঠিত হোৱা মিছ ইণ্ডিয়া নৰ্থ-ইষ্ট ৰাউণ্ডত অংশলৈ সফলতা লাভ কৰিছিল।

তমাঙে ৭ মে’ৰ পৰা অনুষ্ঠিত হ’বলগীয়া এমাহ যোৰা মিছ ফেমিনাৰ গ্ৰুমিং শ্যেচনত অংশলোৱাৰ বাবে মুম্বাইলৈ যাব।

পূব ছিকিমৰ ১৯ বৰ্ষীয় তামাঙ উগেন তামাঙ আৰু ফুলমায়া তামাঙৰ কন্যা। স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰী তামাঙে তাদঙৰ নাৰ বাহাদুৰ ভাণ্ডাৰী ডিগ্ৰী কলেজৰ পৰা শিক্ষাক সন্মানীয় বিষয় হিচাপে লৈ অধ্যয়ন কৰি আছে।

দেওবাৰে সংবাদ মেলৰ আগত সমগ্ৰ দেশৰ সন্মুখত নিজৰ ৰাজ্যক প্ৰতিনিধিত্ব কৰিবলৈ পাই উৎফুল্লিত বুলি মন্তব্য কৰে প্ৰতিভাবান মডেলিং গৰাকীয়ে। ২০১৯ চনৰ মিছ ইণ্ডিয়া ছিকিম সন্মান লাভ কৰাটো এক ডাঙৰ প্ৰাপ্তি বুলি উল্লেখ কৰি তামাঙে ৰাষ্ট্ৰীয় পৰ্য্যায়ত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানটো অধিক প্ৰত্যাহবানপূৰ্ণ হ’ব যদিও তাৰ বাবে সম্পুৰ্ণৰূপে সাজু বুলি কয়।

Recent News

Navjot Sidhu Gets 1 Year In jail

৩৪ বছৰ পুৰণি গোচৰত এবছৰ কাৰাদণ্ডৰ শাস্তিৰে দণ্ডিত প্ৰাক্তন ক্ৰিকেটাৰ, কংগ্ৰেছ নেতা নৱজ্যোত সিং সিদ্ধু

ৰাইজৰ দলৰ প্ৰতিবাদত বাধা আৰক্ষী প্ৰশাসনৰ; সমদলকাৰীক আধা বাটতে আৱদ্ধ কৰিলে আৰক্ষীয়ে

ৰাইজৰ দলৰ প্ৰতিবাদত বাধা আৰক্ষী প্ৰশাসনৰ; সমদলকাৰীক আধা বাটতে আৱদ্ধ কৰিলে আৰক্ষীয়ে

শালকোচাত দুই চোৰাং চিকাৰীক আটক, দুটা মৃত কেটেলা পহু উদ্ধাৰ

শালকোচাত দুই চোৰাং চিকাৰীক আটক, দুটা মৃত কেটেলা পহু উদ্ধাৰ

বানৰ সমানে সমানে কৃষ্ণাই নৈৰ খহনীয়াৰ ভয়ংকৰ ৰূপ

বানৰ সমানে সমানে কৃষ্ণাই নৈৰ খহনীয়াৰ ভয়ংকৰ ৰূপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd