• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নৰ্থ ইষ্ট নাওৰ সাংবাদিক কল্পজ্যোতি শইকীয়ালৈ ‘সাহসী বঁটা ২০২০’

এন ই নাও নিউজ by এন ই নাও নিউজ
December 6, 2020 9:15 pm
Kalpa Final
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নৰ্থ ইষ্ট নাওৰ সাংবাদিক কল্পজ্যোতি শইকীয়ালৈ বে-চৰকাৰী সংস্থা সাহসীয়ে ‘সাহসী বঁটা ২০২০’ প্ৰদান কৰে।

আজি বিয়লি ভাগত অসম সাহিত্য সভা ভৱনত অনুষ্ঠিত হোৱা বঁটা বিতৰণী সভাত সাংবাদিকগৰাকীলৈ এই বঁটা আগবঢ়ায় সাহসীৰ সভানেত্ৰী তৃষ্ণা নাথ, প্ৰশাসনিক বিষয়া তথা সমাজকৰ্মী মুকুল শইকীয়া, সদৌ অসম মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাৰ কেন্দ্ৰীয় উপদেষ্টা সুনীল ৰংপী, সদৌ অসম মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাৰ কেন্দ্ৰীয় সভা খুদেজা বেগম সমাজ সেৱিকা ৰেখা বৰগোঁহাইয়ে।

Apply Now

বঁটা গ্ৰহণ কৰি সাংবাদিক শইকীয়াই মনৰ ভাৱ প্ৰকাশ কৰি কয় ‘মই এগৰাকী ন-শিকাৰু। সাংবাদিকতাৰ ক্ষেত্ৰখনত ভালদৰে নিজকে আগুৱাই যাবৰ বাবে সাহসীয়ে দিয়া সাহসৰ বাবে সভানেত্ৰী তৃষ্ণা নাথ বাইদেউ আৰু সমূহ কৰ্মকৰ্তালৈ অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছো। এনেবোৰ উৎসাহে জীৱনত সাংবাদিকতা ক্ষেত্ৰখনত নিৰ্ভীকতাৰে বাতৰি পৰিৱেশন কৰিবলৈ অধিক আগ্ৰহী কৰি তুলিব।‘

আনহাতে, উক্ত বঁটা প্ৰদান অনুষ্ঠানতে আদৰণি ভাষণ প্ৰদান কৰি সন্থাৰ সাধাৰণ সম্পাদিকা মীৰা দাসে কয় ‘ভুক্তভোগী হিচাপে নিৰ্যাতিতা প্ৰতিগৰাকী মহিলাৰ হকে মাত মাতি যোৱাৰ পণ লৈ সমগ্ৰ অসমতে এদল মহিলাৰ সহযোগত কাম কাজ কৰি যোৱা সন্থাৰ সভানেত্ৰী তৃষ্ণা নাথ ডিমৌৰ এখন সৰু গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ জীয়ৰী। ৰাজ্যৰ বহুকেইখন জিলাত তেওঁ অতি শক্তিশালী ৰূপত ‘সাহসী’ৰ জৰিয়তে বৰ্তমানো অতি সক্ৰিয়ভাৱে কাম কাজ চলাই আছে।‘

ইপিনে, যোৱাবৰ্ষৰ দৰে এইবাৰো শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰায় ২৫ গৰাকী সাংবাদিক আৰু ৪ গৰাকী সমাজৰ বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিক সম্বৰ্দ্ধনা জনাবলৈ পাই অত্যন্ত সুখী বুলি ভাষণৰ জৰিয়তে মত পোষণ কৰে সন্থাৰ সভানেত্ৰী তৃষ্ণা নাথে।

উল্লেখযোগ্য যে, আজি ‘সাহসী’য়ে গৌৰৱোজ্জ্বল চাৰিটা বছৰত ভৰি দিলে আৰু সেই উপলক্ষে অনুষ্ঠানৰ মাজতে কেক কাটি প্ৰতিষ্ঠা দিৱসো উদযাপন কৰে।

উক্ত বঁটা প্ৰদান অনুষ্ঠানতে ডিৱাই৩৬৫ৰ সাংবাদিক ধীৰাজ হাজৰিকা, নিউজ১৮ অসম নৰ্থইষ্টৰ সাংবাদিক হিৰকজ্যোতি মালাকাৰ, আসাম টকছৰ সাংবাদিক তীৰ্থ বৰা, নিউজ লাইভৰ সাংবাদিক অভিলাষা বৰা, প্ৰাগ নিউজৰ সাংবাদিক ববিতা গগৈ, নিউজ নাওৰ সাংবাদিক বিৰিঞ্চি কুমাৰ ডেকা, প্ৰাগ নিউজৰ যোৰহাটৰ সাংবাদিক উৎপল বৰাকে ধৰি মুঠ ২৮ গৰাকীক সাহসী আৰু কৰোণা যোদ্ধা বঁটা প্ৰদান কৰে।

উক্ত বঁটা প্ৰদান অনুষ্ঠানৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ পৰমানন্দ ৰাজবংশী আৰু সমাজকৰ্মী মুকুল শইকীয়া। তেওঁলোকৰ লগতে বন্তি প্ৰজ্বলনৰে বঁটা বিতৰণী অনুষ্ঠানৰ শুভাৰম্ভণি কৰে অসম সাহিত্য সভাৰ উপ সভাপতি মৃণালিনী দেৱীয়ে।

আজিৰ অনুষ্ঠানৰ আঁত ধৰি সুচাৰুৰূপে পৰিচালনা কৰে জাহ্নবী বৰুৱা আৰু নয়নজ্যোতি বৰাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd