• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আজি ঘৰুৱা দৰ্শকৰ সন্মুখত নৰ্থ-ইষ্ট য়ুনাইটেডৰ বিৰুদ্ধে খেলপথাৰত নামিব অসম সন্তান বিনীত ৰায়

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 26, 2019 9:00 am

1 min read

Vinit Rai

বিনীত ৰায়, উৎস-ফেইচবুক

9.6k
VIEWS
Share on FacebookShare on Twitter

ডিফেণ্ডিং চেম্পিয়ন বেংগালুৰু এফ চিৰ বিৰুদ্ধে ড্ৰ খেলি চলিত আই এছ এলত অভিযান আৰম্ভ কৰা নৰ্থ-ইষ্ট য়ুনাইটেডে দ্বিতীয় লীগ মেচত আজি ঘৰুৱা দৰ্শকৰ সন্মুখত ওড়িশা এফ চিৰ মুখামুখি হ’ব।

গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত সন্ধিয়া অনুষ্ঠিত হ’বলগীয়া খেলখনত আপেক্ষিকভাৱে দুৰ্বল প্ৰতিপক্ষ ওড়িশাৰ বিৰুদ্ধে জয়ৰ লক্ষ্যৰে অৱতীৰ্ণ হ’ব নৰ্থ-ইষ্ট য়ুনাইটেড।

ইতিমধ্যে প্ৰশিক্ষক ৰবাৰ্ট জাৰ্ণিয়ে সংবাদমেল যোগে সম্পূৰ্ণ শক্তিৰে তেওঁৰ দলে খেলপথাৰত নমাৰ ইংগিত দিছে।

উল্লেখযোগ্য যে, প্ৰথমবাৰৰ বাবে আই এছ এলত অভিষেক ঘটা ওড়িশা এফ চিয়ে নিজৰ প্ৰথমখন খেলত জামছেদপুৰ এফ চিৰ বিৰুদ্ধে পৰাজিত হ’ব লগা হয়।

ওড়িশা এফ চিৰ প্ৰধান অস্ত্ৰ অসম সন্তান বিনীত ৰায়ৰ খেল প্ৰত্যক্ষ কৰাৰ বাবে গুৱাহাটীত যথেষ্ট দৰ্শক উপস্থিত হোৱাৰ সম্ভাৱনা আছে। ভাৰতীয় জাতীয় দলৰো সদস্য বিনীত ৰায়ে ইতিমধ্যে প্ৰথমখন খেলত গ’ল কৰিব নোৱাৰিলেও ভাল প্ৰদৰ্শন দাঙি ধৰিছে।

আই এছ এলত ওড়িশা এফ চিৰ সৈতে চুক্তিবদ্ধ হোৱা চেন্ট্ৰেল মিডফিল্ডাৰ গৰাকীয়ে আজিৰ খেলখনত অসমৰ দৰ্শকে তেওঁক সমৰ্থন কৰিব বুলি আগ্ৰহী হৈ আছে।

আনহাতে, বাংগালুৰু এফ চিৰ বিৰুদ্ধে গ’ল শূন্যভাৱে সমাপ্ত হোৱা প্ৰথমখন খেলৰ পাছত গ’লৰ মাজলৈ উভতিব বুলি নৰ্থ-ইষ্ট য়ুনাইটেডৰ প্ৰশিক্ষক জাৰ্ণি আশাবাদী হৈ আছে।

Recent News

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ গুৰুতৰ অভিযোগ, আছু গোটৰ তীব্ৰ প্ৰতিবাদ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ গুৰুতৰ অভিযোগ, আছু গোটৰ তীব্ৰ প্ৰতিবাদ

ajit

টীয়কত চুতীয়া জাতি সন্মিলনৰ মাঘী উৎসৱ উদযাপন

কাৰ্বিআংলঙত দুষ্কৃতিকাৰীৰ গুলিচালনাত দুগৰাকী ব্যক্তিৰ মৃত্যু, তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

কাৰ্বিআংলঙত দুষ্কৃতিকাৰীৰ গুলিচালনাত দুগৰাকী ব্যক্তিৰ মৃত্যু, তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

CBSC-Exam-750x375

২ ফেব্ৰুৱাৰিত প্ৰকাশ পাব চিবিএছচিৰ দশম-দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ সূচী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd