• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আই এছ এল ২০১৯-২০; শক্তিশালী বেংগালুৰু এফ চিৰ বিৰুদ্ধে ড্ৰ খেলি অভিযান আৰম্ভ নৰ্থ-ইষ্ট য়ুনাইটেডৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 21, 2019 10:16 pm

1 min read

North East United FC

নৰ্থ-ইষ্ট য়ুনাইটেড

3.9k
VIEWS
Share on FacebookShare on Twitter

হিৰো ইণ্ডিয়ান ছুপাৰ লীগ (আই এছ এল)ফুটবল প্ৰতিযোগিতাৰ বিগত বৰ্ষৰ চেম্পিয়ন বেংগালুৰু এফ চিৰ বিৰুদ্ধে ড্ৰ খেলি ২০১৯-২০ বৰ্ষৰ অভিযান আৰম্ভ কৰে নৰ্থ-ইষ্ট য়ুনাইটেডে।

সোমবাৰে বেংগালুৰুৰ কান্তিৰাৱা ষ্টেডিয়ামত সন্ধিয়া ৭.৩০ বজাৰ পৰা অনুষ্ঠিত হোৱা প্ৰতিদ্বন্দ্বিতামূলক খেলখনত দুয়োটা দলে উন্নত খেল প্ৰদৰ্শন কৰে যদিও গ’ল কৰাত ব্যৰ্থ হয় আৰু নিৰ্ধাৰিত সময়ত খেলখন গলশূন্যভাৱে সমাপ্তি ঘটে।

ঘৰুৱা দৰ্শকৰ উপস্থিতিত নৰ্থ-ইষ্ট য়ুনাইটেডৰ বিপক্ষে বেংগালুৰু এফ চিকে ফেভাৰিট হিচাপে ধৰা হৈছিল যদিও দৰ্শকৰ প্ৰত্যাশা পূৰণ কৰাত দলটো ব্যৰ্থ হয়। অধিনায়ক সুনীল ছেত্ৰীয়ো এটা সুবৰ্ণ সুযোগ অথলে নিয়ে।

আনহাতে, খেলৰ প্ৰথমাৰ্ধত দুয়োটা দলে গ’ল কৰাৰ সুযোগ লাভ কৰিছিল যদিও ইয়াক গ’ললৈ পৰিণত কৰাত ব্যৰ্থ হয়।

উল্লেখযোগ্য যে, বিগত বৰ্ষত ছেমিফাইনেলত বেংগালুৰু এফ চিৰ বিপক্ষে ছেমিফাইনেলত পৰাস্ত হৈ প্ৰতিযোগিতাৰ পৰা বিদায় মাগিছিল নৰ্থ-ইষ্ট য়ুনাইটেডে।

হিৰো আই এছ এলৰ ষষ্ঠ সংস্কৰণত নৰ্থ-ইষ্ট য়ুনাইটেডে নতুন প্ৰশিক্ষক ৰবাৰ্ট জাৰ্ণিৰ প্ৰশিক্ষণত সম্পূৰ্ণ পৃথক দল হিচাপে আত্মপ্ৰকাশ কৰিছে।

নৰ্থ-ইষ্টত য়ুনাইটেডত অছামোৱা জিয়ানৰ দৰে ঘাটক ষ্ট্ৰাইকাৰৰ উপস্থিতিয়ে প্ৰতিপক্ষৰ ওপৰত প্ৰতিযোগিতাখনৰ আগন্তুক খেলসমূহত নিশ্চিতভাৱে প্ৰত্যাহবান সৃষ্টি কৰিব।

Recent News

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

Nipa Ba Final

প্ৰশ্ন সোধাটোৱেই পাপ! : মহিলা সাংবাদিকক শাৰীৰিক-মানসিকভাৱে অপদস্থ বহিৰাগত প্ৰযোজক-পৰিচালকৰ

a face

কোভিডৰ ভেকচিন গ্ৰহণৰ পিছতে মুখৰ এটা ফাল পেৰালাইছিছত আক্ৰান্ত ১৩ জনৰ ,ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd