• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ঘৰৰ গ্ৰীল ভাঙি থাকোতেই উত্তৰ গুৱাহাটী আৰক্ষীয়ে ধৰিলে দুজন গভাইত চোৰ

NE NOW NEWS মৃদুল প্ৰীতম ডেকা
কামৰূপ , January 10, 2019 11:36 am

2 min read

Thief North Guwahati

ফটো : নৰ্থ-ইষ্ট নাও

646
VIEWS
Share on FacebookShare on Twitter

দীৰ্ঘদিনৰ পৰা সন্ত্ৰাস চলাই অহা চোৰৰ দল এটাৰ দুজন সদস্যক বুধবাৰে নিশা উত্তৰ গুৱাহাটী আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। ৭ জনীয়া চোৰৰ এটা বৃহৎ গেঙে উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত চোৰ কৰিবলৈ আহোতেই উত্তৰ গুৱাহাটী আৰক্ষীয়ে দলটোৰ সদস্য দুজনক আটক কৰে।

৭ জনীয়া দলৰ ৫ জনে পলাই যাবলৈ সক্ষম হয় যদিও আৰক্ষীয়ে আটক কৰে ছাদ্দাম হুছেইন আৰু ছহিদুল ওৰফে দুলুক। গৃহস্থৰ গ্ৰীল ভাঙি থাকোতেই হাতে লোটে ধৰা পৰা ধৃত ছাদ্দাম হুছেইন আৰু ছহিদুল হৈছে একো একোজন ছদ্মবেশী মিস্ত্ৰী। দিনত মিস্ত্ৰী, ফেৰিৱালা ৰাতি হ’লে গৃহস্থৰ ঘৰত চাফাই অভিযান চলাই বুলি আৰক্ষীয়ে জনায়।

নিশা উত্তৰ গুৱাহাটী আৰক্ষীৰ অভিযানত জালুকবাৰী কাটিয়া দলঙৰ পৰা আটক হোৱা ছহিদুল ওৰফে দুলু আৰু ছাদ্দাম উত্তৰ গুৱাহাটীৰ লগতে নামনি অসমৰ বিভিন্ন ঠাইত সংঘটিত চুৰিকাণ্ডৰ সৈতে জড়িত থকাৰ কথা দুয়োজনে আৰক্ষীৰ মাৰাথান জেৰাত স্বীকাৰ কৰে।

Thief
ফটো : নৰ্থ-ইষ্ট নাও

ইফালে আৰক্ষীৰ জেৰাত ছহিদুল আৰু ছাদ্দাম হুছেইনে ৭ জনীয়া চোৰৰ গেংটোৰ বাকী কেইজন সদস্যৰো নাম উল্লেখ কৰিছে। দলটোত থকা আন সদস্য সকল ক্ৰমে ভুট্টু ওৰফে আছকৰ (গৌৰীপুৰ), আব্দুল (গৌৰীপুৰ),ৰফিক ওৰফে মনোৱাৰ (হাট শিঙিমাৰী), জামাল (খাৰুপেটীয়া) আৰু মকবুল (জালুকবাৰী)।

বৰ্তমান চোৰৰ দলটোৰ বাকী ৫ জন সদস্যক বিচাৰি উত্তৰ গুৱাহাটী আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তোলা বুলি জানিব পৰা গৈছে।

Recent News

Facebook-Twitter-1024x512

তথ্য সুৰক্ষাক লৈ প্ৰশ্ন! সংসদীয় কমিটিয়ে তলব কৰিলে ফেচবুক, টুইটাৰ কৰ্তৃপক্ষক

deadbody 1-715x375

দেশত এগৰাকী স্বাস্থ্যকর্মীৰ মত্যু; মাত্ৰ ২৪ ঘন্টা পূৰ্বে লৈছিল কৰ’নাৰ ভেকচিন

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd