• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অদমনীয় কিম জং! নিজকে পাৰমাণৱিক অস্ত্ৰধাৰী ৰাষ্ট্ৰ ঘোষণা কৰিলে উত্তৰ কোৰিয়াই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 9, 2022 1:42 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ কোৰিয়াই নিজকে পাৰমাণৱিক অস্ত্ৰধাৰী ৰাষ্ট্ৰ বুলি ঘোষণা কৰি এখন আইন গৃহীত কৰিছে। একে সময়তে দেশৰ সৰ্বোচ্চ নেতা কিম জং-উনে এই সিদ্ধান্তক “অপৰিৱৰ্তনীয়” বুলি অভিহিত কৰে আৰু পাৰমাণৱিক নিৰস্ত্ৰীকৰণৰ ওপৰত যিকোনো আলোচনাৰ সম্ভাৱনা অস্বীকাৰ কৰিছে।

উত্তৰ কোৰিয়াৰ চৰকাৰী সংবাদ সংস্থা কেচিএনএ-ৰ উদ্ধৃতি দি বিবিচিয়ে এইকথা প্ৰকাশ কৰিছে। উত্তৰ কোৰিয়াত নতুনকৈ গৃহীত আইনত আত্মৰক্ষাৰ ক্ষেত্ৰত পাৰমাণৱিক আক্ৰমণৰ অধিকাৰো অন্তৰ্ভুক্ত আছে।

লগতে পঢ়ক: আজি চিনেমা হলত ‘বুলু ফিল্ম’: বিতৰ্কৰ মাজতে বুটলিছে সমালোচকৰ প্ৰশংসা

Apply Now

উল্লেখ্য যে নিষেধাজ্ঞা স্বত্বেও পিয়ংইয়ঙে ২০০৬ আৰু ২০১৭ চনৰ ভিতৰত ছয়টা পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰিছিল।

২০১৯ চনত তদানীত্বন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ সৈতে দুটা পৰ্যায়ৰ মীমাংসাহীন বৈঠকৰ পিছত কিম জং-উনে দীৰ্ঘ দূৰত্বৰ মিছাইল উৎক্ষেপণ কৰে আৰু পাৰমাণৱিক পৰীক্ষা চলাইছিল। তেতিয়াৰ পৰাই দুয়োখন দেশৰ মাজত আলোচনা স্থবিৰ হৈ পৰিছে।

লগতে পঢ়ক:Kohinoor Crown: বিদায় ল’লে ব্ৰিটেইনৰ ৰাণী দ্বিতীয় এলিজাবেথে; কোনে পাব ৰাণীৰ মুকুটৰ কহিনুৰ?

চলিত বছৰৰ আৰম্ভণিৰ পৰা উত্তৰ কোৰিয়াই কেইবামাহৰ ভিতৰত ইয়াৰ সৰ্ববৃহৎ আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল (আইচিবিএম) সহ কেইবাটাও ক্ষেপণাস্ত্ৰ পৰীক্ষা কৰিছে। জুনৰ প্ৰথম সপ্তাহত আমেৰিকা-দক্ষিণ কোৰিয়াৰ সামৰিক অনুশীলনৰ প্ৰতিক্ৰিয়াস্বৰূপে দেশখনে একেলগে আঠটা মিছাইল উৎক্ষেপণ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাবৰি ধ্বংস ‘সুপৰিকল্পিত!’ প্ৰতিবেদন দাখিল কৰা প্ৰাক্তন ন্যায়াধীশ লিবাৰহানৰ দেহাৱসান, এক চৰ্চিত অধ্যায়ৰ যৌৱনিকা

বাবৰি ধ্বংস ‘সুপৰিকল্পিত!’ প্ৰতিবেদন দাখিল কৰা প্ৰাক্তন ন্যায়াধীশ লিবাৰহানৰ দেহাৱসান, এক চৰ্চিত অধ্যায়ৰ যৌৱনিকা

August 4, 2026 4:40 pm
মাজ আকাশত ৩০০ ফুট তললৈ নামিল এয়াৰ ইণ্ডিয়াৰ বিমান, তীব্ৰ টাৰ্বুলেন্সত আহত ১২ গৰাকী যাত্ৰী

মাজ আকাশত ৩০০ ফুট তললৈ নামিল এয়াৰ ইণ্ডিয়াৰ বিমান, তীব্ৰ টাৰ্বুলেন্সত আহত ১২ গৰাকী যাত্ৰী

August 4, 2026 4:00 pm
জীয়াই আছে আং ছান ছু কি? অনুৰাগীৰ উদ্বেগ দূৰ কৰি ৫ বছৰৰ পাছত আত্মপ্ৰকাশ নোবেল বিজয়ী নেত্ৰীৰ

জীয়াই আছে আং ছান ছু কি? অনুৰাগীৰ উদ্বেগ দূৰ কৰি ৫ বছৰৰ পাছত আত্মপ্ৰকাশ নোবেল বিজয়ী নেত্ৰীৰ

August 4, 2026 1:44 pm
গ্ৰেপ্তাৰ ৰাজ্যৰ বিৰোধী দলৰ নেতা; অভিনেত্ৰী তৃষাক এনেকুৱা কি কথা কৈছিল উদয়নিধি ষ্টেলিনে?

গ্ৰেপ্তাৰ ৰাজ্যৰ বিৰোধী দলৰ নেতা; অভিনেত্ৰী তৃষাক এনেকুৱা কি কথা কৈছিল উদয়নিধি ষ্টেলিনে?

August 4, 2026 12:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাবৰি ধ্বংস ‘সুপৰিকল্পিত!’ প্ৰতিবেদন দাখিল কৰা প্ৰাক্তন ন্যায়াধীশ লিবাৰহানৰ দেহাৱসান, এক চৰ্চিত অধ্যায়ৰ যৌৱনিকা

বাবৰি ধ্বংস ‘সুপৰিকল্পিত!’ প্ৰতিবেদন দাখিল কৰা প্ৰাক্তন ন্যায়াধীশ লিবাৰহানৰ দেহাৱসান, এক চৰ্চিত অধ্যায়ৰ যৌৱনিকা

August 4, 2026 4:40 pm
মাজ আকাশত ৩০০ ফুট তললৈ নামিল এয়াৰ ইণ্ডিয়াৰ বিমান, তীব্ৰ টাৰ্বুলেন্সত আহত ১২ গৰাকী যাত্ৰী

মাজ আকাশত ৩০০ ফুট তললৈ নামিল এয়াৰ ইণ্ডিয়াৰ বিমান, তীব্ৰ টাৰ্বুলেন্সত আহত ১২ গৰাকী যাত্ৰী

August 4, 2026 4:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd