DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, September 25, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ঘৰত বাইবেল ৰখাৰ ‘শাস্তি’! ২ বছৰীয়া শিশুক যাৱজ্জীৱন কাৰাদণ্ড দিলে কিমে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 27, 2023 5:55 pm
1.4k
VIEWS
Share on FacebookShare on Twitter

উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম জং উন কঠোৰ শাসন ব্যৱস্থাৰ বাবে সুপৰিচিত। এই ধাৰা বৰ্তাই ৰাখিছে উনে।
শেহতীয়াকৈ প্ৰকাশ পাইছে যে কিম জং উনে এক ফটোৱা জাৰি কৰিছে। সেই অনুসৰি দেশখনৰ খ্ৰীষ্টানসকল জীৱন নিৰ্বাহ কৰাটোৱেই দুৰূঢ় হৈ পৰিব।

কিমৰ দেশত খ্ৰীষ্টানৰ হাতত বাইবেল থকা মানেই মৃত্যুদণ্ডৰ শাস্তি। ইয়াতেই শেষ হয়, দোষী সাব্যস্ত হোৱা দম্পতীহালৰ সন্তানক যাৱজ্জীৱন কাৰাদণ্ডলৈ প্ৰেৰণ কৰা হয়। এনে দাবী কৰিছে আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে।

২০২২ চনত আমেৰিকাৰ ধৰ্ম বিভাগে দাখিল কৰা “আন্তঃৰাষ্ট্ৰীয় ধৰ্মীয় স্বাধীনতা”ৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে উত্তৰ কোৰিয়াত ৭০ হাজাৰ খ্ৰীষ্টান কাৰাগাৰত বন্দী হৈ আছে। আন ধৰ্মৰ বিশ্বাসীকো কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছে।

প্ৰতিবেদনত দাবী কৰা হৈছে যে ইয়াৰ ভিতৰত ২ বছৰীয়া শিশুও আছে। শিশুটিৰ ‘অপৰাধ’ হৈছে তেওঁৰ অভিভাৱকে লগত বাইবেল ৰাখিছিল! স্বাভাৱিকতে আমেৰিকাৰ প্ৰতিবেদনৰ এনে দাবীক লৈ আলোড়নৰ সৃষ্টি হৈছে।

বাতৰি অনুসৰি উত্তৰ কোৰিয়াই এই দোষী সাব্যস্ত হোৱা খ্ৰীষ্টান আৰু অন্যান্য সংখ্যালঘুৰ ওপৰত অকথিত নিৰ্যাতন চলায়।

Recent News

আজি প্ৰধানমন্ত্ৰীয়ে আকৌ ৯ খন বন্দে ভাৰত উপহাৰ দিলে দেশবাসীক

আজি প্ৰধানমন্ত্ৰীয়ে আকৌ ৯ খন বন্দে ভাৰত উপহাৰ দিলে দেশবাসীক

ৰাতিপুৱা শুই উঠিয়েই যৌন সম্পৰ্কে কৰাৰো আছে আচৰিত উপকাৰিতা, জানো আহক

ৰাতিপুৱা শুই উঠিয়েই যৌন সম্পৰ্কে কৰাৰো আছে আচৰিত উপকাৰিতা, জানো আহক

অসম গণ পৰিষদ শক্তিশালী হোৱা মানে অসম শক্তিশালী হোৱা – অতুল বৰা

অসম গণ পৰিষদ শক্তিশালী হোৱা মানে অসম শক্তিশালী হোৱা – অতুল বৰা

‘বিজেপিক পৰাস্ত কৰাৰ সূত্ৰ কৰ্ণাটকৰ পৰা শিকিছো’, আত্মবিশ্বাসী ৰাহুলৰ মন্তব্য

‘বিজেপিক পৰাস্ত কৰাৰ সূত্ৰ কৰ্ণাটকৰ পৰা শিকিছো’, আত্মবিশ্বাসী ৰাহুলৰ মন্তব্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd