• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হলীউদৰ ষ্টাইলত ক্ষেপনাস্ত্ৰ পৰীক্ষণৰ ভিডিঅ’ প্ৰকাশ কৰি চৰ্চাত উত্তৰ কোৰিয়াৰ একনায়ক কিম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 26, 2022 2:44 pm
WhatsApp Image 2022-03-26 at 1.37.37 PM
2.1k
VIEWS
Share on FacebookShare on Twitter

পুনৰ আন্ত:মহাদেশীয় বেলিষ্টিক ক্ষেপনাস্ত্ৰ পৰীক্ষণ চলাই চৰ্চালৈ আহিছে উত্তৰ কোৰিয়া। এই বিষয়ক এটা ভিডিঅ’ও প্ৰকাশ কৰা হৈছে। ভিডিঅ’টোৰ জৰিয়তে উত্তৰ কোৰিয়াৰ সামৰিক শক্তিৰ প্ৰদৰ্শন দাঙি ধৰা হৈছে।

ভিডিঅ’টোত দেশখনৰ একনায়ক কিম জং উনৰ ষ্টাইলে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। লেডাৰ জেকেট আৰু চকুত ক’লা গ্লাছ লগাই উপস্থিত আছিল কিম। ভিডিঅ’টোত আনকি স্পেছিয়েল এফেক্টৰ লগতে আৱহ সংগীতো ব্যৱহাৰ কৰা হৈছে।

আন্তৰ্জাতিক সংবাদ মাধ্যমকে ধৰি বিভিন্ন সংবাদ মাধ্যমৰ প্ৰতিবেদনত ভিডিঅ’টোক হলীউদৰ একশ্যন ছবিৰ সৈতে তুলনা কৰি কৌতুক কৰা হৈছে। এই ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে।

উত্তৰ কোৰিয়াই দাবী কৰা মতে এইটো এতিয়ালৈকে কৰা আটাইতকৈ বৃহৎ আন্ত:মহাদেশীয় ক্ষেপনাস্ত্ৰৰ সফল পৰীক্ষণ। দেশখনৰ ৰাষ্ট্ৰীয় নিউজ চেনেলসমূহত এই খবৰ ব্যাপকভাৱে প্ৰচাৰিত হৈছে।

এই দীৰ্ঘ দূৰত্বভেদী ক্ষেপনাস্ত্ৰই উত্তৰ কোৰিয়াৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰ পৰ্যন্ত লক্ষ্যভেদ কৰিব পাৰে বুলি দাবী কৰা হৈছে। উত্তৰ কোৰিয়াৰ বাবে এই ক্ষেপনাস্ত্ৰৰ পৰীক্ষণ নিষিদ্ধ। পূৰ্বতে এনেধৰণৰ পৰীক্ষণৰ বাবেই দেশখনৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। 

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd