• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পাৰমাণৱিক চাবমেৰিন কাৰখানা পৰিদৰ্শন কৰিলে কিম জং উনে; দুই দেশৰ সম্পৰ্কৰ প্ৰশংসা পুটিনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 26, 2025 7:23 am
11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ কোৰিয়াৰ নেতা কিম জং উনে দেশৰ এটা পাৰমাণৱিক চাবমেৰিন কাৰখানা পৰিদৰ্শন কৰিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ পৰাও তেওঁ এটা বাৰ্তাও লাভ কৰে।

বাৰ্তাটোত পুটিনে দুয়োখন দেশৰ মাজত থকা “অবিচ্ছেদ্য বন্ধুত্ব”ক অতিশয় প্ৰশংসা কৰে। পিয়ংইয়াঙৰ ৰাষ্ট্ৰীয় সংবাদ সংস্থা কেচিএনএ-ই বৃহস্পতিবাৰে এই কথা প্ৰকাশ কৰিছে।

Apply Now

বিশ্লেষকসকলে কয় যে ৰাছিয়াই প্ৰায় চাৰি বছৰ পূৰ্বে ইউক্ৰেইনত পূৰ্ণাংগ আক্ৰমণ আৰম্ভ কৰিছিল। তেতিয়াৰ পৰাই উত্তৰ কোৰিয়াৰ সৈতে দেশখনৰ সম্পৰ্ক অধিক ঘনিষ্ঠ হৈ পৰিছে। মস্কোৰ হৈ ইউক্ৰেইনৰ বিৰুদ্ধে যুঁজিবলৈ পিয়ংইয়াঙে সৈন্য প্ৰেৰণ কৰিছে। বিনিময়ত ৰাছিয়াই উত্তৰ কোৰিয়ালৈ আৰ্থিক সাহায্য, সামৰিক প্ৰযুক্তি আৰু খাদ্য তথা ইন্ধনৰ যোগান প্ৰেৰণ কৰিছে।

কোৰিয়াৰ কেন্দ্ৰীয় বাতৰি সংস্থা (কেচিএনএ)ৰ মতে, কিমলৈ প্ৰেৰণ কৰা বাৰ্তাত পুটিনে কয় যে ৰাছিয়াৰ কুৰ্স্ক অঞ্চলত উত্তৰ কোৰিয়াৰ সৈন্যৰ “বীৰত্বপূৰ্ণ অৱদান”য়েই “মস্কো আৰু পিয়ংইয়াঙৰ মাজৰ অবিচ্ছেদ্য বন্ধুত্বক স্পষ্টভাৱে প্ৰমাণ কৰে।” যোৱা সপ্তাহতে পিয়ংইয়াঙত পুটিনৰ এই বাৰ্তা আহে।

দক্ষিণ কোৰিয়া আৰু পশ্চিমীয়া চোৰাংচোৱা সংস্থাৰ অনুমান অনুসৰি উত্তৰ কোৰিয়াই নিজৰ হাজাৰ হাজাৰ সৈন্য ৰাছিয়ালৈ প্ৰেৰণ কৰিছে। উত্তৰ কোৰিয়াৰ সৈন্যই প্ৰথমে কুৰ্স্কলৈ গৈছিল। তেওঁলোকৰ হাতত আছিল আৰ্টিলাৰীৰ গোলা, মিছাইল আৰু দীৰ্ঘ দূৰত্বৰ ৰকেট চিষ্টেম।

দক্ষিণ কোৰিয়াই অনুমান কৰিছে যে ৰাছিয়াৰ হৈ যুঁজি থকা অৱস্থাত প্ৰায় ২০০০ উত্তৰ কোৰিয়াৰ সৈন্য নিহত হোৱাৰ লগতে আৰু কেইবাহাজাৰ সেনা আহত হৈছে।

উত্তৰ কোৰিয়াই চলিত মাহত স্বীকাৰ কৰে যে তেওঁলোকৰ সৈন্যই কুৰ্স্কত মাইন নিষ্কাশনৰ কাম কৰিছিল, এই প্ৰক্ৰিয়াত কেইবাজনো সৈনিক নিহত হৈছিল।

বৃহস্পতিবাৰে কেচিএনএই প্ৰকাশ কৰে কিমৰ কেইবাখনো ফটো। এখনত তেওঁক কন্যা কিম জু  আৰু অন্যান্য বিষয়াৰ সৈতে এখন বৃহৎ চাবমেৰিনৰ কাষেৰে পাৰ হৈ যোৱা দেখা গৈছে।

আন এখন ফটোত কিমক হাঁহি হাঁহি বিষয়াৰ সৈতে কথা পতা দেখা গৈছে, তেওঁৰ কাষত থিয় হৈ আছে কন্যা কিম জু।

কেচিএনএৰ প্ৰতিবেদনত কিম জং উনৰ উদ্ধৃতি দি কোৱাও হৈছে যে পিয়ংইয়াঙে দক্ষিণ কোৰিয়াই পাৰমাণৱিক চাবমেৰিন নিৰ্মাণ কৰিলে ইয়াক আগ্ৰাসনমূলক কাৰ্য্য হিচাপে গণ্য কৰিব যিয়ে ইয়াৰ নিৰাপত্তা আৰু সামুদ্ৰিক সাৰ্বভৌমত্বক গুৰুতৰভাৱে উলংঘা কৰে।

উত্তৰ কোৰিয়াৰ নৌসেনাক আধুনিকীকৰণ আৰু ইয়াত পাৰমাণৱিক অস্ত্ৰ সংযোজনৰ কাম বৃদ্ধি কৰাৰ জৰুৰী প্ৰয়োজনীয়তাৰ কথাও কিমে বৰ্ণনা কৰে।

কেচিএনএৰ প্ৰতিবেদনত এইটোও কোৱা হৈছে যে কিমে বিষয়াসকলক তেওঁৰ নৌসেনাৰ পুনৰ্গঠন পৰিকল্পনাৰ বিষয়ে বুজাই দিছিল আৰু পানীৰ তলত নতুন গোপন অস্ত্ৰৰ গৱেষণাৰ বিষয়ে বুজ লৈছে। এই বিষয়ত আৰু কোনো সবিশেষ দিয়া হোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উপনিষদৰ শ্লোক, প্ৰাচ্য-পাশ্চাত্যৰ মিলন! ৰাছেললৈ লিখা ৰবীন্দ্ৰনাথৰ শতাব্দী পুৰণি চিঠি প্ৰকাশ কৰিলে ন’বেল কমিটীয়ে

উপনিষদৰ শ্লোক, প্ৰাচ্য-পাশ্চাত্যৰ মিলন! ৰাছেললৈ লিখা ৰবীন্দ্ৰনাথৰ শতাব্দী পুৰণি চিঠি প্ৰকাশ কৰিলে ন’বেল কমিটীয়ে

October 14, 2026 6:30 am
বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

October 13, 2026 7:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উপনিষদৰ শ্লোক, প্ৰাচ্য-পাশ্চাত্যৰ মিলন! ৰাছেললৈ লিখা ৰবীন্দ্ৰনাথৰ শতাব্দী পুৰণি চিঠি প্ৰকাশ কৰিলে ন’বেল কমিটীয়ে

উপনিষদৰ শ্লোক, প্ৰাচ্য-পাশ্চাত্যৰ মিলন! ৰাছেললৈ লিখা ৰবীন্দ্ৰনাথৰ শতাব্দী পুৰণি চিঠি প্ৰকাশ কৰিলে ন’বেল কমিটীয়ে

October 14, 2026 6:30 am
বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd