• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

কোভিড১৯ৰ সন্ত্ৰাসৰ মাজতেই বিশ্বৰ বিভিন্ন দেশত আৱদ্ধ উত্তৰ-পূবৰ ছাত্ৰ ছাত্ৰী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 17, 2020 8:06 am

2 min read

7.1k
VIEWS
Share on FacebookShare on Twitter

কোভিড১৯ৰ আতংকৰ মাজতে বিশ্বৰ বিভিন্ন দেশত আৱদ্ধ হৈ আছে উত্তৰ পূৱৰ বহু শিক্ষাৰ্থী।

ইফালে কিৰ্গিস্তানতো আৱদ্ধ হৈ আছে উত্তৰ-পূবৰ প্ৰায় দুশ ছাত্ৰ-ছাত্ৰী।

যোৱা ২২ মাৰ্চৰ পৰা কেন্দ্ৰীয় চৰকাৰে আন্তৰাষ্ট্ৰীয় বিমান সেৱা বন্ধ কৰি দিয়াৰ ফলত নিজ গৃহলৈ ওভতি আহিবলৈ সক্ষম নহ’ল এইসকল উত্তৰ পূৱৰ শিক্ষাৰ্থী।

ইফালে ভাৰত চৰকাৰে আগবঢ়োৱা ‘বন্দে ভাৰত মিছন’ৰ অধীনত স্বদেশলৈ উভতিবলৈ আবেদন কৰিও সুফল লাভ কৰা নাই আৱদ্ধ শিক্ষাৰ্থীসকলে।

উত্তৰ-পূবৰ ছাত্ৰ-ছাত্ৰীসকলে কিৰ্গিস্তানৰ ভাৰতীয় দূতাবাসৰ সহায় বিচাৰিও সহায় লাভ কৰা নাই বুলি অভিযোগ কৰিছে অসমৰ কেইবাজনো আৱদ্ধ ছাত্ৰই।

কিৰ্গিস্তানত অসমৰ প্ৰায় ৮৪ গৰাকী, অৰুণাচল প্ৰদেশৰ ১২ গৰাকী, মণিপুৰৰ ১০৪ গৰাকী, নাগালেণ্ডৰ এগৰাকী মিজোৰামৰ ৩ গৰাকী, ত্ৰিপুৰাৰ দুগৰাকী ছাত্ৰ-ছাত্ৰী আৱদ্ধ হৈ আছে।

ইফালে ৰাজ্য চৰকাৰসমূহৰ সৈতে যোগাযোগ কৰিও কোনো সঁহাৰি পোৱা নাই বুলি প্ৰকাশ কৰিছে শিক্ষাৰ্থীসকলে।

‘বন্দে ভাৰত মিছনৰ অধীন’ত ইতিমধ্যে কিৰ্গিস্তানৰ পৰা দিল্লী, জয়পুৰ, হায়দৰাবাদ, পাটনা আদিলৈ প্ৰথম পৰ্যায়ত বিমান আহিছে।

দ্বিতীয় পৰ্যায়তো দিল্লী, ভূপাল, কলকাতা আদিলৈ বন্দে ভাৰত মিছনৰ বিমান সেৱাৰ নিশ্চিত হৈছে যদিও এই বিমানসমূহত অহাৰ সুবিধা পোৱা নাই উত্তৰ-পূবৰ শিক্ষাৰ্থীসকলে।

প্ৰায় দুশ ছাত্ৰ-ছাত্ৰী থকাৰ পাছতো গুৱাহাটীলৈ দেশখনৰ পৰা কোনো বিমানৰ ব্যৱস্থা এই পৰ্যন্ত হোৱা নাই।

এতিয়া আৱদ্ধ ছাত্ৰ-ছাত্ৰীসকলে ভিডিঅ’যোগে তেওঁলোকক ঘৰলৈ ওভতাই অনাৰ ব্যৱস্থা কৰাৰ বাবে কাতৰ আহ্বান জনাইছে চৰকাৰক।

বিশ্বজুৰি অব্যাহত থকা ক’ৰ’নাতংকৰ সময়ত আৱদ্ধ এইসকল শিক্ষাৰ্থীয়ে কিৰ্গিস্তানত যথেষ্ঠ সমস্যা আৰু শংকাত দিন কটাবলগীয়া হৈছে।

Recent News

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd