• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আই এছ এলৰ ছেমি : প্ৰথম লেগত খেলৰ অন্তিমটো শ্বটত জয় আনিলে নৰ্থ-ইষ্ট য়ুনাইটেডে

প্ৰথম লেগত খেলৰ অন্তিম শ্বটৰ গ'লেৰে বেংগালুৰু এফ চিক ২-১-অত হৰুৱালে নৰ্থ-ইষ্ট য়ুনাইটেডে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 7, 2019 9:56 pm

1 min read

North East United

খেলৰ এটা মুহূৰ্ত।

437
VIEWS
Share on FacebookShare on Twitter

নৰ্থ-ইষ্ট য়ুনাইটেডে ২০১৮-১৯ বৰ্ষৰ আই এচ এলৰ স্বপ্নৰ দৌৰ অব্যাহত ৰাখিছে। গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা প্ৰথমখন লেগৰ ছেমিফাইনেলত তাৰকা সমৃদ্ধ বেংগালুৰু এফ চিক ২-১ গ’লত পৰাস্ত কৰে।

ষ্টেডিয়াম পূৰ্ণ হৈ থকা ঘৰুৱা দৰ্শকৰ উপস্থিতিত প্ৰথমৰে পৰা দমনীয় প্ৰদৰ্শন আগবঢ়াই প্ৰথমাৰ্ধতে ১-০ অগ্ৰগতি লাভ কৰে নৰ্থ-ইষ্ট য়ুনাইটেডে। খেলৰ ২০ মনিটতে অধিনায়ক, নাইজেৰিয়ান তাৰকা অগবেচৰ পৰা লাভ কৰা সুন্দৰ পাচেৰে বিপক্ষৰ গ’ল ৰক্ষকক পৰাভূত কৰি গ’ল দিয়ে তাৰকা খেলুৱৈ ৰীডীম ত্লাঙে।

প্ৰথম অৰ্ধত বেংগালুৰু এফ চিয়ে অশেষ চেষ্টা কৰিও নৰ্থ-ইষ্ট য়ুনাইটেডৰ ৰক্ষণ বিভাগ ভেদ কৰি গ’লটো পৰিশোধ কৰিব নোৱাৰে।।

অৱশ্যে দ্বিতীয়াৰ্ধত খেলৰ ৮২ মিনিটত বেংগালুৰু এফ চিয়ে চিচকো হাৰ্নেণ্ডেজৰ জৰিয়তে গ’লটো পৰিশোধ কৰে।

কিন্তু শেষ পৰ্য্যন্ত চেষ্টা অব্যাহত ৰখা নৰ্থ-ইষ্ট য়ুনাইটেডে অতিৰিক্ত সময়ৰ অন্তিমটো মুহূৰ্তত এটা সোণালী সুযোগ পায়, য’ত ফাইল খেলাৰ বাবে পেনাল্টি কিকৰ নিৰ্দেশ দিয়ে বেংগালুৰুৰ বিৰুদ্ধে।

নৰ্থ-ইষ্ট য়ুনাইটেডৰ জুৱান ক্ৰুজ মাৰ্চিয়াই এটা দৰ্শনীয় পেনাল্টি কিকেৰে গ’ল দি ব্যৱধান ২-১ কৰে আৰু সেইদৰে প্ৰথম লেগত শক্তিশালী প্ৰতিদ্বন্দ্বী দলটোৰ বিৰুদ্ধে অগ্ৰগতি লাভ কৰে। ছেমিৰ দ্বিতীয় লেগৰ খেল আছে ১১ মাৰ্চত।

Recent News

images

গাঁওখনৰ প্ৰায় কোনোৱে কাণেৰে নুশুনে, ইংগিতেৰে কথা কয়! চাওক ক’ত আছে এইখন গাঁও

Farhan Majid

মাত্ৰ ২০ বছৰ বয়সতে সন্ত্ৰাসজৰ্জৰিত কাশ্মীৰী যুৱকৰ কণিষ্ঠতম পাইলট হোৱাৰ যোগত্য লাভ

IMG-20210116-WA0015

ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে নগাঁৱতো আজি আৰম্ভ হ’ল কৰ’না মহামাৰীৰ টীকাকৰণ

traffic-fine

দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ আৰোহীয়ে এইবোৰ নিয়ম নামানিলে ভৰিব লাগিব জৰিমনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd