• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আই এছ এল : অধিনায়ক বাৰ্থলমেউ অগবেছেয়ে দুৰন্ত গতি দিছে নৰ্থ-ইষ্ট য়ুনাইটেডক

পৰৱৰ্তী খেল আছে ৯ নৱেম্বৰত, মুম্বাই চিটিৰ বিৰুদ্ধে

নৰ্থ-ইষ্ট নাও নিউজ by নৰ্থ-ইষ্ট নাও নিউজ
October 31, 2018 12:46 pm
North East United Coach_Player

নৰ্থ-ইষ্ট য়ুনাইটেডৰ মুখ্য প্ৰশিক্ষক এলকো স্কেটৰি (সোঁফালে) আৰু অধিনায়ক বাৰ্থলমেউ অগবেছেই।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱাবাৰ তালিকাৰ অন্তিম স্থানত ছিজন সমাপ্ত কৰা উত্তৰ-পূব ভিত্তিক পেচাদাৰী ফুটবল দল নৰ্থ-ইষ্ট য়ুনাইটেডক এইবাৰ দুৰন্ত গতিৰে আগ বঢ়া দেখা গৈছে। এতিয়ালৈকে নৰ্থ-ইষ্ট য়ুনাইটেডে ৫খন খেলৰ ৩খনতে জয়ী হৈছে। আন দুখন ড্ৰ খেলিছে।

গুৱাহাটীৰ দলটোক আই এছ এল ২০১৮-১৯ত এই গতি দিয়াৰ মূল দুজন ব্যক্তি হ’ল ডাচ্ছ প্ৰশিক্ষক এলকো স্কেটৰি (Eelco Schattorie) আৰু অধিনায়ক বাৰ্থলমেউ অগবেছেই (Bartholomew Ogbeche) ।

Apply Now

দলৰ মেনেজমেণ্টৰ সিদ্ধান্তক সঠিক প্ৰমাণ কৰি দুয়োজনে এই পৰ্য্যন্ত আনি দিছে আশাপ্ৰদ ফল। অথচ মুখ্য প্ৰশিক্ষক হিচাপে এলকো স্কেটৰিৰ নামে প্ৰথম বিবেচনাত অগ্ৰাধিকাৰ পোৱা নাছিল। “মোক সোধা হৈছিল মোৰ ভাৰতীয় ফুটবল সম্পৰ্কে আগৰজন প্ৰশিক্ষকতকৈ ভাল নে?” এটা সাক্ষাৎকাৰত এইদৰে কয় এলকো স্কেটৰিয়ে।

আনহাতে তেওঁ দিল্লীৰ বিৰুদ্ধে খেলৰ আগদিনা সংবাদ মাধ্যমত মন্তব্য কৰিছিল যে তেওঁলোকৰ হাতত যদি এই পৰ্য্যায়ত দিল্লী ডাইনামোজ দলটো থাকিল হেঁতেন (নৰ্থ-ইষ্ট য়ুনাইটেডৰ পৰিৱৰ্তে), তেন্তে তেওঁলোক তৃতীয় স্থানত থাকিল হেঁতেন। এই মন্তব্য সন্দৰ্ভত স্পষ্টীকৰণ দি এলকোৱে কয়, “ইয়াৰ দ্বাৰা মই দিল্লীৰ প্ৰশিক্ষকজনৰ বিষয়ে একো ইংগিত কৰিব খোজা নাই।” উল্লেখৰ প্ৰয়োজন যে দিল্লী ডাইনামোজ তালিকাৰ অন্তিম স্থানত আছে।

“আমাৰ বাবে, মই ভাবো, কোনেও এই অৱস্থানৰ কথা ভবা নাছিল। খেলুৱৈ আৰু কৰ্মকৰ্তাসকল এতিয়াৰ অৱস্থানক লৈ হয়তো খুবেই গৰ্বিত। কিন্তু আমাৰ সন্মুখত অতিক্ৰম কৰিবলৈ সুদীৰ্ঘ পথ আছে।” বিনয়েৰে তেওঁ কয়।

নিজকে খুব বাস্তৱবাদী মানুহ বুলি দাবী কৰে এলকো স্কেটৰিয়ে। “মই বৰ বাস্তৱমুখী মানুহ। আজিৰ খেলত আমি কি সফলতা পালো সেয়া দেখিলো। আমাৰ যাত্ৰা ইয়াৰ পৰাও অব্যাহত থাকিব।” কালিৰ খেলৰ শেষত এটা সাক্ষাৎকাৰত স্কেটৰিয়ে কয়।

অৱশ্যে দলটোৱে এতিয়াও ইয়াৰ ১৩খন খেল খেলিবলৈ বাকী আছে। তথাপি এইবাৰৰ প্ৰদৰ্শন যে সুকীয়া সেয়া ইতিপূৰ্বে প্ৰমাণ হৈছে। যোৱা গোটেই ছিজনটোত দলটোৱে মাত্ৰ ৩খনহে খেল জিকিবলৈ সক্ষম হৈছিল। আনহাতে এখন মাত্ৰ ড্ৰ খেলি বাকী ৭খন হাৰিছিল।

এই কথা স্পষ্ট যে জন আব্ৰাহামৰ দলটোত নতুনকৈ যোগদান কৰা নাইজেৰিয়ান তাৰকা ষ্ট্ৰাইকাৰ বাৰ্থলমেউ অগবেছেয়েই দলটোৰ পূৰ্বৰ প্ৰদৰ্শনৰ সৈতে মৌলিক পাৰ্থক্য আনি দিছে। অগবেছেই এই পৰ্য্যন্ত এটা হেটট্ৰিকৰ সৈতে মুঠ ৬টা গ’ল কৰিছে, যাৰ ফলত তেওঁ শীৰ্ষ গ’লদাতাত পৰিণত হৈছে।

দলটোৰ বিষয়ে কেইটামান প্ৰধান তথ্য-

নাম : নৰ্থ-ইষ্ট য়ুনাইটেড এফ চি

স্বত্বাধিকাৰী : জন আব্ৰাহাম

প্ৰশিক্ষক : এলকো স্কেটৰি (Eelco Schattorie), নেদাৰলেণ্ড

অধিনায়ক : বাৰ্থলমেউ অগবেছেই, নাইজেৰিয়া

দলটোৰ এই পৰ্য্যন্ত প্ৰদৰ্শনৰ ওপৰত আলোকপাত-

দলটোৱে যোৱা ১ অক্টোবৰত ছিজনটোৰ খেলৰ পাতনি মেলে

শক্তিশালী গোৱাৰ বিৰুদ্ধে ২-২ গ’লত ড্ৰ

দ্বিতীয় খেল ৪ অক্টোবৰত পূৰ্বৰ দুবাৰৰ চেম্পিয়ন কলকাতাৰ বিৰুদ্ধে

নৰ্থ-ইষ্ট য়ুনাইটেড ১-০ গ’লত জয়ী

তৃতীয় খেল ১৮ অক্টোবৰত বৰ্তমানৰ চেম্পিয়ন চেন্নাই বিৰুদ্ধে

নৰ্থ-ইষ্ট য়ুনাইটেড ৪-৩ গ’লত জয়ী

অধিনায়ক নাইজেৰিয়ান তাৰকা বাৰ্থলমেউ অগবেছেই (Bartholomew Ogbeche) ৰ হেটট্ৰিক

চতুৰ্থ খেল ২৫ অক্টোবৰত জামছেদপুৰৰ বিৰুদ্ধে

১-১ গ’লত ড্ৰ

পঞ্চম খেল ৩০ অক্টোবৰত দিল্লী ডাইনামোজৰ বিৰুদ্ধে

নৰ্থ-ইষ্ট য়ুনাইটেড ২-০ গ’লত জয়ী

নৰ্থ-ইষ্ট নাও নিউজ

নৰ্থ-ইষ্ট নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালীত আৱদ্ধ ১৩ খন ভাৰতীয় জাহাজ! সাগৰত আবদ্ধ ৫৬২ ভাৰতীয় নাবিকৰ জীৱনলৈ ভাবুকি, অসুস্থ হৈ এজনৰ মৃত্যু

June 14, 2026 9:37 pm
ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

June 14, 2026 8:58 pm
কাৰ্বি আংলঙত উদ্ধাৰ আহোম যুগৰ বিৰল পাণ্ডুলিপি; উন্মোচিত হ’ব ইতিহাসৰ বহুতো নতুন অধ্যায়

কাৰ্বি আংলঙত উদ্ধাৰ আহোম যুগৰ বিৰল পাণ্ডুলিপি; উন্মোচিত হ’ব ইতিহাসৰ বহুতো নতুন অধ্যায়

June 14, 2026 8:13 pm
বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

June 14, 2026 7:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালীত আৱদ্ধ ১৩ খন ভাৰতীয় জাহাজ! সাগৰত আবদ্ধ ৫৬২ ভাৰতীয় নাবিকৰ জীৱনলৈ ভাবুকি, অসুস্থ হৈ এজনৰ মৃত্যু

June 14, 2026 9:37 pm
ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

June 14, 2026 8:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd