DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নৰ্থ-ইষ্ট য়ুনাইটেডত নেদাৰলেণ্ডৰ ফুটবলাৰ কেই হিৰিংছ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 17, 2019 10:12 am
Kai Heerings
2.5k
VIEWS
Share on FacebookShare on Twitter

২০১৯-২৯ বৰ্ষৰ ইণ্ডিয়ান ছুপাৰ লীগ চমুকৈ আই এছ এল ছীজনৰ বাবে নৰ্থ-ইষ্ট য়ুনাইটেড এফ চিয়ে শেহতীয়াকৈ নেদাৰলেণ্ডৰ খেলুৱৈ কেই হিৰিংছক চুক্তিবদ্ধ কৰিছে।

সোমবাৰে এই কথা ক্লাব কৰ্তৃপক্ষই টুইটাৰৰ জৰিয়তে ৰাজহুৱা কৰে।

বিখ্যাত আয়াক্স একাডেমিৰ প্ৰশিক্ষাৰ্থী চেণ্টাৰ বেক গৰাকীৰ সৈতে চুক্তিৰ লগে লগে ক্লাবটোত এতিয়া বিদেশী খেলুৱৈৰ সংখ্যা ছজনলৈ বৃদ্ধি পালে।

উল্লেখ্য যে ডাচ্চ লীগৰ কেইবাটাও ক্লাবৰ হৈ খেলা ২৯ বছৰীয়া ফুটবলাৰ গৰাকীয়ে প্ৰথমবাৰ য়ুৰোপৰ বাহিৰত খেলিব।

পেচাদাৰী ফুটবলাৰ হিচাপে পৰিচিত কেই হিৰিংছে ফুটবল কেৰিয়াৰ আৰম্ভ কৰিছিল ২০১১ চনত। তেওঁৰ প্ৰথম দল আছিল এফ চি আট্ৰেচট।

২৮ বছৰীয়া অভিজ্ঞ ডিফেণ্ডাৰ গৰাকীৰ অন্তৰ্ভুক্তিয়ে নৰ্থ-ইষ্ট য়ুনাইটেডৰ ৰক্ষণ বিভাগত এক অন্য মাত্ৰা প্ৰদান কৰিব বুলি কৰ্তৃপক্ষই আশা প্ৰকাশ কৰে।

ক্লাবে এই পৰ্যন্ত চুক্তিবদ্ধ কৰা বিদেশী খেলুৱৈ কেইগৰাকী হ’ল- যোৱা বৰ্ষত খেলা ফ্ৰেডৰিকো গালেগো, মিছলাভ কম’ৰম্পী, জো লিডো, ষ্ট্ৰাইকাৰ মেক্সমিলানো বাৰাইৰো আৰু মাৰ্টিন চাভেছ।

আনহাতে আজিৰ পৰা কিছুদিন পূৰ্বে ক্লাবটোৱে ক্ৰ’ৱেচিয়াৰ বিশ্বকাপৰ ব্ৰঞ্জ বিজয়ী ফুটবলাৰ ৰবাৰ্ট জৰ্নিক মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে।

Recent News

Maharashtra Crisis

বিজেপিৰ ঠাঁৰত নহয়, গুৱাহাটীলৈ নিজ ইচ্ছামতে আহিছে বিসম্বাদী বিধায়ক! স্বীকাৰোক্তি একনাথ সিন্দেৰ

Doloo Tea Estate

চাহ শ্ৰমিকক অন্ধকাৰলৈ ঠেলি ডলু বাগিচাত লক আউট ঘোষণা কৰ্তৃপক্ষৰ

Benefits of the raw Mangoes: কেঁচা আম খাবলৈ বৰ জুতি; কিন্তু কেঁচা আমৰ উপকাৰিতাৰ বিষয়ে জানেনে?

Benefits of the raw Mangoes: কেঁচা আম খাবলৈ বৰ জুতি; কিন্তু কেঁচা আমৰ উপকাৰিতাৰ বিষয়ে জানেনে?

চাইবাৰ অপৰাধীৰ কবলত কেইবাগৰাকী স্বনামধন্য অসমীয়া সাহিত্যিকৰ গ্ৰন্থ; এজনক গ্ৰেপ্তাৰ

চাইবাৰ অপৰাধীৰ কবলত কেইবাগৰাকী স্বনামধন্য অসমীয়া সাহিত্যিকৰ গ্ৰন্থ; এজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd