• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আজি গুৱাহাটীত নৰ্থ-ইষ্ট য়ুনাইটেড বনাম মুম্বাই চিটিৰ মেচ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 27, 2019 8:23 am

1 min read

2pH-wFfV-750x375

ফাইল ফটো

3.2k
VIEWS
Share on FacebookShare on Twitter

চলিত আই এছ এলত এই পৰ্যন্ত পৰাস্ত নোহোৱা নৰ্থ-ইষ্ট য়ুনাইটেডে আজি নিজৰ পঞ্চমখন মেচত মুম্বাই চিটি এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।

হাই ভল্টেজ মেচখন গুৱাহাটীৰ সৰুসজাইস্থিত ক্ৰীড়া প্ৰকল্পৰ ইণ্ডিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত সন্ধিয়া ৭.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব।

পইণ্টছ টেবুলৰ পঞ্চমস্থানত থকা নৰ্থ-ইষ্ট য়ুনাইটেডে নিজৰ অন্তিমখন মেচত এফ চি গোৱাৰ বিৰুদ্ধে ২-২ত ড্ৰ খেলিছিল। আৰু মুম্বাই চিটিয়ে অন্তিমখন মেচত গোৱাৰ বিৰুদ্ধে ৪-২ ব্যৱধানত পৰাস্ত হৈছিল। পইণ্টছ টেবুলত মুম্বাই চিটি অষ্টম স্থানত।

নৰ্থ-ইষ্ট য়ুনাইটেডৰ আত্মবিশ্বাসী প্ৰশিক্ষক ৰবাৰ্ট জাৰ্নিয়ে দলটোৰ প্ৰদৰ্শন তথা খেলুৱৈৰ ফৰ্মক লৈ যথেষ্ট সুখী বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে। তদুপৰি আজিৰ বিজয়ে দলটোক পইণ্টছ টেবুলৰ শীৰ্ষত উপনীত কৰাব।

ইফালে চলিত ছিজনত হতাশাগ্ৰস্ত প্ৰদৰ্শন দাঙি ধৰা মুম্বাইৰ বাবে আজিৰ মেচখন যথেষ্ট প্ৰত্যাহ্বানমূলক যদিও প্ৰশিক্ষক জৰ্জ কোষ্টা খেলুৱৈসকলক লৈ আশাবাদী।

আঘাতৰ সমস্যাই জৰ্জৰিত কৰা দলটোৰ অধিকাংশ খেলুৱৈয়ে সুস্থ হৈ উভটি আহিছে যদিও নৰ্থ-ইষ্ট য়ুনাইটেডক ঘৰুৱা মাটিত তথা হাজাৰ হাজাৰ দৰ্শকৰ সন্মুখত পৰাস্ত কৰাটো সহজসাধ্য নহ’ব।

Recent News

Facebook-Twitter-1024x512

তথ্য সুৰক্ষাক লৈ প্ৰশ্ন! সংসদীয় কমিটিয়ে তলব কৰিলে ফেচবুক, টুইটাৰ কৰ্তৃপক্ষক

deadbody 1-715x375

দেশত এগৰাকী স্বাস্থ্যকর্মীৰ মত্যু; মাত্ৰ ২৪ ঘন্টা পূৰ্বে লৈছিল কৰ’নাৰ ভেকচিন

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd