• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গুৱাহাটীত মুকলি উত্তৰ পূৱৰ প্ৰথমটো মানৱ দুগ্ধ কেন্দ্ৰ : ছবছৰলৈ সংৰক্ষিত হৈ থাকিব মাতৃ দুগ্ধ!

এন ই নাও নিউজ by এন ই নাও নিউজ
December 9, 2020 4:05 pm
blog_image_5_v2.0
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে গুৱাহাটী মহানগৰীত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো মানৱ দুগ্ধ কেন্দ্ৰ মুকলি কৰা হৈছে।

দেশৰ ১৫ সংখ্যক তথা উত্তৰ পূৱৰ প্ৰথমটো দুগ্ধ কেন্দ্ৰ মহানগৰীৰ ছাত্ৰীবাৰী খ্ৰীষ্টিয়ান হাস্পতালত(SCH) বুধবাৰে মুকলি কৰা হৈছে।

Apply Now

কেন্দ্ৰটোৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি এই মানৱ দুগ্ধ কেন্দ্ৰটোত ছয়বছৰলৈকে মানৱ দুগ্ধ সংৰক্ষণ কৰিব ৰাখিব পৰা যাব।

“স্তনৰ দুগ্ধ নৱজাতক তথা কেঁচুৱাৰ বাবে সৰ্বোকৃষ্ট খাদ্য। ৫ বছৰল তলৰ শিশু তাত নৱজাতকৰ মৃত্যুৰ হাৰ হ্ৰাস কৰিবলৈ প্ৰথম ছমাহ কেৱল স্তনৰ দুগ্ধ পান কৰাবলৈ পৰামৰ্শ দিয়া হয়। নৱজাতকৰ জন্মৰ প্ৰথমটো ঘণ্টাৰ পৰাই ইয়াক আৰম্ভ কৰিবলৈ দিয়া হয়।” SCHৰ শিশু আৰু নৱজাতক বিশেষজ্ঞ ডাঃ দেৱজিৎ শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়।

ভাৰতত বহু নৱজাতকে স্তনৰ দুগ্ধৰ পৰা বঞ্চিত অহাৰ ফলত বিভিন্ন ধৰণৰ উপসৰ্গ তথা ৰোগত আক্ৰান্ত হৈ আহিছে বুলি উল্লেখ কৰি বিশেজ্ঞ চিকিৎসকগৰাকীয়ে লগতে কয় যে যিসকল নৱজাতকে জন্ম দিনৰ পৰাই মাতৃ বা স্তনৰ দুগ্ধৰ পৰা বঞ্চিত হৈ আহিছে অথবা হ’ব তেওঁলোক ইয়াৰ দ্বাৰা উপকৃত হ’ব।

“ভাৰতত জন্মৰ দিনাৰ পৰাই বহু নৱজাতকে বিভিন্ন কাৰণত মাতৃ দুগ্ধৰ পৰা বঞ্চিত হৈ আহিছে। তেনে নৱজাকসকলৰ বাবে মানৱ দুগ্ধ কেন্দ্ৰটোৱে স্তনৰ দুগ্ধ যোগান ধৰিব।” ডাঃ শৰ্মাই কয়।

হাস্পতালখনে প্ৰথমাৱস্থাত প্ৰতি মাহে দুগ্ধ দিবলৈ সক্ষম ১০০ৰো অধিক মাতৃৰ পৰা মানৱ দুগ্ধ সংগ্ৰহ কৰি সেই দুগ্ধ সংৰক্ষণ কৰিব।

আহিবলগীয়া দিনবোৰত আৰু অধিক মাতৃক দুগ্ধ দান প্ৰক্ৰিয়াত জড়িত কৰি মানৱ দুগ্ধ কেন্দ্ৰটোক সম্প্ৰসাৰিত কৰা হ’ব বুলিও প্ৰকাশ কৰিছে কেন্দ্ৰটোৰ কৰ্তৃপক্ষই।

এই সংগৃহীত মানৱ দুগ্ধক ফ্ৰীজিঙৰ যোগেদি ছবছৰলৈকে সংৰক্ষণ কৰিব পাৰিব বুলিও বিশেষজ্ঞ ডাঃ শৰ্মাই প্ৰকাশ কৰিছে।   

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

October 7, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd