DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 15, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিব্ৰুগড়ত স্থাপন হ’ব উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো চাহ সংগ্ৰহালয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 21, 2021 7:14 pm
Assam
225
VIEWS
Share on FacebookShare on Twitter

“ভাৰতৰ চাহ চহৰ” হিচাপে বিখ্যাত ডিব্ৰুগড়ত উত্তৰ-পূবৰ প্ৰথম চাহ সংগ্ৰহালয় স্থাপন কৰা হ’ব। ২০২৩ চনৰ প্ৰথমাৰ্ধত ডিব্ৰুগড়ৰ চাহ সংগ্ৰহালয় ৰাইজৰ বাবে মুকলি কৰা হ’ব।

আজি ডিব্ৰুগড়ৰ অসম পৰ্যটন উন্নয়ন নিগম লিমিটেডৰ (AITDC) অধ্যক্ষ ৰিতুপৰ্ণ বৰায়ে এই বিষয়ে অৱগত কৰে।

বৰুৱাই কয় যে প্ৰকল্পটোৰ প্ৰথম পৰ্যায়ত প্ৰায় ৯০ শতাংশ কাম সম্পূৰ্ণ হৈছে।

লক্ষণীয়ভাৱে প্ৰকল্পটোৰ প্ৰথম পৰ্যায়ৰ বাবে উত্তৰ-পূব পৰিষদ (NEC) আৰু অসম চৰকাৰে ৩.১৪ কোটি টকা মঞ্জুৰ কৰিছিল।

ডিব্ৰুগড়ত চাহ সংগ্ৰহালয় নিৰ্মাণৰ প্ৰস্তাৱটো ২০১৬ চনত অসম পৰ্যটন বিভাগে অনুমোদন জনাইছিল।

উচ্চাভিলাষী প্ৰকল্পটোৰ কাম ২০১৭ চনৰ আৰম্ভণিতে আৰম্ভ হৈছিল।

প্ৰকল্পটোৰ দ্বিতীয় পৰ্যায়ৰ বাবে NEC – এ অগ্ৰাধিকাৰৰ ভিত্তিত ৪০ কোটি টকাৰ অনুমোদন জনাইছে বুলি বৰুৱাই লগতে কয়।

দ্বিতীয় পৰ্যায়ত সংগ্ৰহালয় চৌহদটোৰ ভিতৰত এটা প্ৰেক্ষাগৃহ, এখন মডেল চাহ বাগিচা আৰু এটা চাহ কাৰখানা নিৰ্মাণ কৰা হ’ব আৰু এই প্ৰকল্প ২.৬৬ একৰ ভূমিত বিস্তৃত হ’ব।

Recent News

স্বাধীনতাৰ পয়সত্তৰ বছৰীয়া চিন্তা; যিদৰে দেখিছো, অনুভৱ কৰিছো…

স্বাধীনতাৰ পয়সত্তৰ বছৰীয়া চিন্তা; যিদৰে দেখিছো, অনুভৱ কৰিছো…

আমাৰ পতাকা আৰু কিছু চিন্তা

আমাৰ পতাকা আৰু কিছু চিন্তা

ৰাষ্ট্ৰপতিৰ সাহসিকতাৰ বঁটাৰ বাবে নিৰ্বাচিত বোকাখাত থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতোপন চুতীয়া

ৰাষ্ট্ৰপতিৰ সাহসিকতাৰ বঁটাৰ বাবে নিৰ্বাচিত বোকাখাত থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতোপন চুতীয়া

শিক্ষাৰ্থীৰ মূৰত মাচুলৰ বোজা জাপি দিয়াৰ সিদ্ধান্ত চৰকাৰে প্ৰত্যাহাৰ কৰক: ডি ৱাই এফ আই

শিক্ষাৰ্থীৰ মূৰত মাচুলৰ বোজা জাপি দিয়াৰ সিদ্ধান্ত চৰকাৰে প্ৰত্যাহাৰ কৰক: ডি ৱাই এফ আই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd