• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নৰৱে চেছ ২০২৪: তৃতীয় স্থানত থমকিল প্ৰজ্ঞানন্দ,চেম্পিয়ন মেগনাছ কাৰ্লছন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 8, 2024 2:53 pm
833
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে নৰৱে চেছ ২০২৪ৰ প্ৰতিযোগিতাখনৰ দশম আৰু অন্তিম ৰাউণ্ডত হিকাৰু নাকামুৰাক পৰাস্ত কৰি ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ আৰ প্ৰজ্ঞানন্দাই নৰৱে দবা ২০২৪ৰ মুকলি শাখাত তৃতীয় স্থান দখল কৰে। বিশ্বৰ ১ নং স্থানৰ খেলুৱৈ মেগনাছ কাৰ্লছন প্ৰতিযোগিতাখনত চেম্পিয়ন হিচাপে পৰিগণিত হয়৷

ইফালে, মহিলা শাখাত ভাৰতৰ গ্ৰেণ্ড মাষ্টাৰ আৰ বৈশালীয়ে চতুৰ্থ স্থান দখল কৰাৰ বিপৰীতে জি এম কনেৰু হাম্পিয়ে পঞ্চম স্থান দখল কৰে।এই ফলাফলৰ জৰিয়তে কাৰ্লছনে ষষ্ঠটো নৰৱে দবা খিতাপ দখল কৰিছে।

ঐতিহাসিক খিতাপ লাভ কৰে জু ৱেনজুনে-
মহিলা প্ৰতিযোগিতাত জু ৱেনজুনে ইতিহাস ৰচনা কৰে, কাৰণ তেওঁ প্ৰতিযোগিতাখনৰ প্ৰথম সংস্কৰণতে খিতাপ দখল কৰিছিল। চীনৰ বিশ্ব চেম্পিয়নশ্বিপৰ চেলেঞ্জাৰ লেই টিংজিক এই খেলখনত জুৱে পৰাস্ত কৰে।

চূড়ান্ত ষ্টেণ্ডিং – নৰৱে দবা ২০২৪-

১) মেগনাছ কাৰ্লছন – ১৭.৫ পইণ্ট
২) হিকাৰু নাকামুৰা – ১৫.৫ পইণ্ট
৩) প্ৰজ্ঞানন্দ আৰ – ১৪.৫ পইণ্ট
৪) আলিৰেজা ফিৰৌজজা – ১৩.৫ পইণ্ট
৫) ফেবিয়ানো কাৰুয়ানা – ১১.৫ পইণ্ট
৬) ডিং লিৰেন – ৭ পইণ্ট

মহিলা শাখা

১/ জু ৱেনজুন – ১৯ পইণ্ট
২) আন্না মুজিচুক – ১৬ পইণ্ট
৩) লেই টিংজি – ১৪.৫ পইণ্ট
৪) বৈশালী আৰ – ১২.৫ পইণ্ট
৫) কনেৰু হাম্পি – ১০ পইণ্ট
৬) পিয়া ক্ৰামলিং – ৮ পইণ্ট

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd