• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমীয়া জাতিৰ পৰিপন্থী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক : ৰীমা দাস

এন ই নাও নিউজ by এন ই নাও নিউজ
January 18, 2019 8:30 am
assamese-wikipedia-rima-das-750x375

চলচ্চিত্র পৰিচালক ৰীমা দাস। ফাইল ফটো

593
VIEWS
Share on FacebookShare on Twitter

সাম্প্ৰতিক সময়ৰ অসমৰ এগৰাকী যশস্বী চলচ্চিত্ৰ পৰিচালক ৰীমা দাসে বৃহস্পতিবাৰে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ তেওঁৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। প্ৰস্তাৱিত বিধেয়কখনক অসমীয়া জাতিৰ পৰিপন্থী বুলি অভিহিত কৰি ৰীমা দাসে বিতৰ্কিত বিধেয়কখন বাতিল কৰাৰ বাবে আহ্বান জনায়।

লক্ষণীয়াভাৱে, নাগৰিকত্ব সংশোধনী বিধেয়কখনে অসমৰ বুৰঞ্জীকেই সলনি কৰি দিব বুলি উদ্বেগ প্ৰকাশ কৰি চলচ্চিত্ৰ পৰিচালকগৰাকীয়ে কয়,’’ আমাৰ এটা বুৰঞ্জী আছে, সংস্কৃতি আছে। বিধেয়কখনে আমাৰ বুৰঞ্জী তথা সংস্কৃতিত আঘাত হানিব। আমি সকলোৱে এই বিধেয়কখনৰ বিৰোধিতা কৰিব লাগে।‘’

‘ভিলেজ ৰকষ্টাৰ্ছ’ৰ জৰিয়তে সমগ্ৰ বিশ্বতে নিজৰ এক সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হোৱা অসম সন্তানগৰাকীয়ে বিধেয়কখন সন্দৰ্ভত মত ব্যক্ত কৰি লগতে কয়,‘‘অসমৰ মানুহক আঘাত দিয়া কাম চৰকাৰে কৰিব নালাগে। আমাৰ কাৰণে যিটো ভাল সেইটোহে চৰকাৰে কৰা উচিত। অসমীয়া জাতিৰ পৰিপন্থী বিধেয়কখন বাতিল হ’ব লাগে।‘’

উল্লেখযোগ্য যে ৰীমা দাসক ইণ্ডিয়ান চেম্বাৰ্ছ অৱ কমাৰ্চৰ তৰফৰ পৰা আগবঢ়োৱা ‘নৰ্থ-ইষ্ট এক্সিলেন্সী এৱাৰ্ড’ বৃহস্পতিবাৰে চলচ্চিত্ৰ পৰিচালকগৰাকীক বৃহস্পতিবাৰে প্ৰদান কৰা হয়।

নতুন দিল্লীৰ হোটেল লী মেৰিডিয়ানত অনুষ্ঠিত নৰ্থ-ইষ্ট বিজনেছ ছামিটত অসমৰ ৰাজ্যপাল জগদীশ মুখিয়ে ৰীমা দাসক এই বঁটা প্ৰদান কৰে। উক্ত অনুষ্ঠানতে সাংবাদিকৰ আগত ৰীমা দাসে বিধেয়কখন সন্দৰ্ভত তেওঁৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd