• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, February 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱাৰ পৰলোকপ্ৰাপ্তি; শোকস্তব্ধ ভ্ৰাম্যমান জগত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 24, 2021 6:55 pm

1 min read

32337043_2010270292557153_5893369135034793984_n-643x375

বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱা।

195
VIEWS
Share on FacebookShare on Twitter

বিশিষ্ট নাট্যকাৰ, অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ বহু জনপ্ৰিয় নাটকৰ স্ৰষ্টা সেৱাব্ৰত বৰুৱাৰ দেওবাৰে গুৱাহাটী মেডিকেল কলেজ ও হাস্পাতালত পৰলোকপ্ৰাপ্তি ঘটে।

যোৱা কেইদিনমান ধৰি গুৰুতৰভাৱে অসুস্থ হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত চিকিৎসাধীন হৈ আছিল ভ্ৰাম্যমান নাট্য জগতৰ জনপ্ৰিয় নাট্যকাৰগৰাকী।

বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ হাস্পাতালত চিকিৎসাধীন হৈ আছিল নাট্যকাৰ গৰাকী।

উল্লেখযোগ্য যে, বিগত বৰ্ষৰ শেষৰফালে মগজুৰ এক অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল বৰুৱাৰ আৰু পৰৱৰ্তী সময়ত তেওঁ ঘৰলৈ উভতি যোৱাৰ পাছত পুনৰ অসুস্থ হৈ পৰাত চিকিৎসকৰ পৰামৰ্শ অনুসৰি স্বাস্থ্য পৰীক্ষা কৰোৱাত বৃক্ক বিকল হোৱাৰ কথা ধৰা পৰিছিল।

অতি সংকটজনক অৱস্থাত ভেণ্টিলেটৰত চিকিৎসাধীন হৈ থকা নাট্যকাৰ গৰাকীয়ে অৱশেষত দেওবাৰে মৃত্যুক আঁকোৱালি ল’বলগীয়া হয়।

বিশিষ্ট নাট্যকাৰ গৰাকীৰ পৰলোকপ্ৰাপ্তিত অসমৰ ভ্ৰাম্যমান জগতত শোকৰ ছাঁ পৰিছে। ‘দণ্ডনায়ক’, ‘কিয় এনে হয়’ৰ দৰে জনপ্ৰিয় নাটকৰ স্ৰষ্টাগৰাকীৰ মৃত্যুত তেওঁৰ জন্মস্থান বিহপুৰীয়াকে ধৰি সমগ্ৰ ৰাজ্যখনৰে অনুৰাগীসকল শোকস্তব্ধ হৈ পৰিছে।

আনহাতে, বিশিষ্ট নাট্যকাৰগৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও গভীৰ শোক প্ৰকাশ কৰিছে।

সেইদৰে অসম নাট্য সন্মিলনৰ প্ৰাক্তন উপ-সভাপতি তথা বৰ্তমানৰ উপদেষ্টা সেৱাব্ৰত বৰুৱাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসম নাট্য সন্মিলনে।

Recent News

a bodo

বি টি চিৰ অধিৱেশনত কল্যাণকামী বাজেট দাখিল প্ৰমোদ বড়োৰ

deepika-pic

মাজনিশা ৰেষ্টুৰেণ্টৰ পৰা ওলাই অহা দীপিকা পাডুকনৰ অৱস্থা কি কৰিলে অনুৰাগীয়ে, চাওঁক ভিডিঅ’

IMG_20210226_131204(1)

গোলাঘাটত ভাৰতবন্ধৰ সৰ্বাত্মক প্ৰভাৱ

b0b53582-1390-4d8f-88bb-9bbf5e7bcf98

দুৰন্ত হিমা! অসম আৰক্ষীত আনুষ্ঠানিকভাৱে যোগদান ধিং এক্সপ্ৰেছৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd