• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অনলাইন সুৰা বিক্ৰী সম্পৰ্কত ৰাজপত্ৰিত জাননী জাৰি; কিদৰে লাভ কৰিব সুৰাৰ হোম ডেলিভাৰী?

এন ই নাও নিউজ by এন ই নাও নিউজ
July 23, 2021 7:57 am
Liquor-1140x570-750x375

প্ৰতিনিধিত্বমূলক ফটো।

154
VIEWS
Share on FacebookShare on Twitter

অনলাইন সুৰা বিক্ৰী সম্পৰ্কত ৰাজপত্ৰিত জাননী জাৰি কৰা হৈছে। সেই অনুসৰি, এতিয়াৰে পৰা সুৰাৰ হোম ডেলিভাৰীৰ বাবে অনলাইনযোগে বিক্ৰী তথা ক্ৰয়ৰ সুবিধা আগবঢ়োৱা হৈছে।

এই সুবিধা প্ৰথমে কেৱল গুৱাহাটী পৌৰ নিগম এলেকাতে সীমিত থাকিব আৰু পৰৱৰ্তী পৰ্যায়ত সমগ্ৰ ৰাজ্যতে অনলাইন যোগে সুৰা ক্ৰয়ৰ সুবিধা উপলব্ধ হ’ব ৷

কিন্তু কেনে হ’ব এই অনলাইন সুৰা ক্ৰয়-বিক্ৰয়ৰ প্ৰক্ৰিয়া?

কেবল অনুজ্ঞাপত্ৰ থকা সুৰা বিপণীসমূহেহে অনলাইন বিক্ৰীৰ সুবিধা পাব আৰু তেওঁলোকে এপযোগে বিদেশী সুৰা বিক্ৰী কৰিব পাৰিব ৷ বিপণীসমূহে ইয়াৰ বাবে আবকাৰী বিভাগৰ ওচৰত পঞ্জীয়ন কৰিব লাগিব ৷

সেইদৰে, আবকাৰী বিভাগক ডেলিভাৰী এজেণ্টৰ তথ্যৰ সবিশেষ জমা দিব লাগিব।  ডেলিভাৰী এজেণ্টৰ বয়স ২১ বছৰৰ কম হ’ব নোৱাৰিব ৷

আনহাতে, গ্ৰাহকে নিৰ্দিষ্ট অনলাইন প’ৰ্টেলত নাম, বয়সৰ প্ৰমাণ দিব লাগিব ৷ এজন গ্ৰাহকে সৰ্বাধিক ৩ লিটাৰ পৰ্যন্ত অৰ্ডাৰ দিব পাৰিব আৰু ডেলিভাৰী এজেণ্টে ৯ লিটাৰ পৰ্যন্ত সুৰা কঢ়িয়াব পাৰিব ৷ পুৱা ১১ বজাৰ পৰা নিশা১০ বজালৈ  অনলাইন ডেলিভাৰীৰ সুবিধা থাকিব৷

গ্ৰাহকে অৰ্ডাৰ দিয়াৰ সময়তে সুৰাৰ মূল্য আদায় দিব লাগিব। বিপণীসমূহে MRPতকৈ সুৰাৰ অধিক দাম ল’ব নোৱাৰিব ৷

তদুপৰি, নিৰ্দিষ্ট ডেলিভাৰী চাৰ্জ, ছাৰ্ভিচ চাৰ্জ আদিৰ উপৰি আন কোনো চাৰ্জ ল’ব নোৱাৰিব৷ ৷

১ কিঃমিঃতকৈ কম দূৰত্বৰ বাবে ৫০টকা অতিৰিক্ত চাৰ্জ দিব লাগিব ৷ সেইদৰে,১-২ কিঃমিঃৰ ভিতৰত চাৰ্জ হ’ব ৭৫ টকা। এখন বিপণীয়ে সৰ্বাধিক ১০জন ডেলিভাৰী এজেণ্ট ৰাখিব পাৰিব ৷

বিপনীসমূহে অৰ্ডাৰ পোৱাৰ ১০ মিনিটৰ ভিতৰত অৰ্ডাৰ গ্ৰহণ কৰিব লাগিব ৷ লগতে অৰ্ডাৰ দিয়াৰ ২ ঘণ্টাৰ ভিতৰত ডেলিভাৰী দিব লাগিব৷ অৰ্ডাৰ বাতিল হ’লে গ্ৰাহকে আন এখন বিপণীৰ পৰা ল’ব পাৰিব সুৰা ৷

অৱশ্যে, শিক্ষানুষ্ঠানৰ হোষ্টেল, চৰকাৰী-বেচৰকাৰী কাৰ্যালয় বা ধৰ্মীয় স্থানত সুৰা ডেলিভাৰী নহ’ব ৷

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd