• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Encounter: বৃহস্পতিবাৰে পুৱাই নগাঁও আৰক্ষীৰ এনকাউণ্টাৰ, গুলীত আহত কুখ্যাত ড্ৰাগছ ব্যৱসায়ী

প্ৰায় ৯ লাখ টকা মূল্যৰ ড্ৰাগছৰ লগতে পিষ্টল,গুলী জব্দ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 28, 2021 9:35 am
199
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে পুৱাই ৰাজ্যত সংঘটিত হ’ল আৰক্ষীৰ এক গুলীচালনাৰ ঘটনা।

নগাঁৱৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী ছাইজুল ইছলামক কৰায়ত্ব কৰিবলৈ গৈ আৰক্ষীয়ে গুলীচালনা কৰিবলৈ সক্ষম হয়।

নগাঁৱত ড্ৰাগছৰ পোহাৰ মেলি নৱ প্ৰজন্মক ধ্বংস কৰিবলৈ ওলোৱা কুখ্যাত ড্ৰাগছ ব্যৱসায়ী ছাইজুলক কিছুদিন পূৰ্বে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল যদিও জামিনত মুক্তি পাই ছাইজুল পুনৰ মুকলি আকাশৰ তললৈ ওলাই আহিবলৈ সক্ষম হৈছিল।

জামিন পোৱাৰ পিছৰে পৰা ছাইজুলে পুনৰ আৰম্ভ কৰিছিল নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায়।

আজি পুৱা আৰক্ষীয়ে ছাইজুলক কৰায়ত্ব কৰিবলৈ যায় যদিও ড্ৰাগছ ব্যৱসায়ীটোৱে পলায়নৰ চেষ্টা কৰে।

ফলত আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয়।

Notorious & Charge Sheeted Drug supplier Siajul Islam of Kodomonigaon, Batadrava had managed to secure Bail. Today morning he got Injured and Re-Arrested after a brief encounter. Drugs worth 9+ Lakh and .22 pistol with 4 Rounds seized.@assampolice @DGPAssamPolice @CMOfficeAssam pic.twitter.com/bwos7bZWfx

— Nagaon Police (@nagaonpolice) October 28, 2021

ভৰিত গুলী লগা ছাইজুল গুৰুতৰ ভাবে আহত হয়। নগাঁৱৰ বটদ্ৰৱাৰ কদমণি গাঁওৰ বাসিন্দা ছাইজুলক আজি পুনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

ছাইজুলৰ পৰা প্ৰায় ৯ লাখ টকা মূল্যৰ ড্ৰাগছৰ লগতে এটা .২২ পিষ্টল আৰু ৪ ৰাউণ্ড সজীৱ গুলী উদ্ধাৰ কৰে।

ছাইজুলক পুনৰ গ্ৰেপ্তাৰ কৰাত স্থানীয় সচেতন মহলে স্বস্তিৰ নিশ্বাস এৰিছে।

Recent News

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd