• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৩৬ৰ দুৰন্ত তৰুণ! ২৪ সংখ্যক গ্ৰেণ্ড শ্লেম, ইউ এছ অ’পেনত জয়লাভ কৰি জ’কভিচৰ নতুন অভিলেখ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 11, 2023 9:35 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্ব টেনিছৰ অবিসম্বাদী তাৰকা জ’কভিচৰ আন এক অভিলেখ। এইবাৰ তেওঁ সকলোকে অতিক্ৰম কৰিলে। ডেনিল মেডভেডেভক পৰাস্ত কৰি ন’ভাক জ’কভিচে ইউ এছ অ’পেন জয়লাভ কৰিলে। এয়া তেওঁৰ ২৪ সংখ্যক গ্ৰেণ্ড শ্লেম খিতাপ জয়।

২০২১ চনৰ ইউ এছ অ’পেনৰ ফাইনেলত ৰাছিয়ান তাৰকাগৰাকীৰ হাতত পৰাস্ত হোৱাৰ পাছতো দেওবাৰে বিশ্বৰ এক নম্বৰ টেনিছ তাৰকাগৰাকীয়ে কোনো চাপ অনুভৱ কৰা নাছিল। ষ্ট্ৰেইট ছেটত মেডভেডেভক পৰাস্ত কৰিলে। খেলখনৰ ফলাফল আছিল ৬-৩, ৭-৬, ৬-৩।

বছৰৰ শেষৰটো গ্ৰেণ্ড শ্লেম জয় কৰি মাৰ্গাৰেট ক’ৰ্টক স্পৰ্শ কৰিলে জ’কভিচে। ৩৬ বছৰ বয়সত ছাৰ্বিয়ান তাৰকাগৰাকী নতুন অভিলেখৰ গৰাকী হৈ পৰিল। ইয়াৰ পূৰ্বে ৰজাৰ ফেডাৰেৰে আৰু ৰাফেল নাডালক চেৰ পেলাইছিল। এইবাৰ পুৰুষ, মহিলা নিৰ্বিশেষে সৰ্বাধিক একক গ্ৰেণ্ড শ্লেম বিজয়েৰে মাৰ্গাৰেট ক’ৰ্টক স্পৰ্শ কৰিলে। অহা বছৰ তেওঁক অতিক্ৰম কৰি টেনিছ ইতিহাসৰ সৰ্বকালৰ মহান খেলুৱৈ হিচাপে পৰিগণিত হোৱাৰ সুযোগ আছে জ’কভিচৰ।

Apply Now

দুবছৰ পূৰ্বে এই আৰ্থাৰ এশ্ব ষ্টেডিয়ামতে মেডভেডেভৰ হাতত পৰাস্ত হৈছিল ফাইনেলত। কালি তাৰ প্ৰতিশোধ ল’লে। প্ৰথম ছেটৰ আৰম্ভণিতে বিপক্ষৰ চাৰ্ভিচ ভাঙে। মেদভেদেভক আৰু পোনাবই নিদিলে। প্ৰথম ছেটত তেওঁ ৬-৩ ব্যৱধানত জয়লাভ কৰে।

দ্বিতীয় ছেটত মেচলৈ ঘূৰি আহিবলৈ চেষ্টা কৰিছিল মেডভেডেভে। টাইব্ৰেকাৰলৈ যায়। দ্বিতীয় ছেটতো ১ ঘণ্টা ৪৪ মিনিটত জয়লাভ কৰে জ’কভিচে। গ্ৰেণ্ড শ্লেমৰ ইতিহাসত প্ৰথম দুটা ছেট জয় কৰা ছাৰ্বিয়ান খেলুৱৈগৰাকীক পৰাস্ত কৰাটো প্ৰায় অসম্ভৱ। ইমান বছৰৰ কেৰিয়াৰৰ প্ৰথমটো ছেট জয় কৰাৰ পিছত তেওঁ মাত্ৰ এবাৰহে পৰাস্ত হয়।

ছেমি ফাইনেলত কাৰ্লোছ আলকাৰেজক মেডভেডেভে পৰাস্ত কৰিলেও  জ’কভিচৰ সন্মুখত তিষ্ঠিবই নোৱাৰিলে। তৃতীয় ছেটতে ৰাছিয়ান বিপক্ষক উৰুৱাই দিয়ে। উইম্বলডনৰ বাহিৰেও জ’কভিচে এইবাৰ তিনিটাকৈ গ্ৰেণ্ড শ্লেম লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

July 2, 2026 5:58 pm
নিশা নামেৰে মেচেঞ্জাৰত চ্যাট, মহিলাৰ ৰূপত লিভ ইন; ৰাজকোটৰ এই হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য

নিশা নামেৰে মেচেঞ্জাৰত চ্যাট, মহিলাৰ ৰূপত লিভ ইন; ৰাজকোটৰ এই হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য

July 2, 2026 5:57 pm
APSC ৰ প্ৰাৰম্ভিক পৰীক্ষা: ১৫টা পৰীক্ষা কেন্দ্ৰৰ আশে-পাশে নিষেধাজ্ঞা আৰোপ গুৱাহাটী আৰক্ষীৰ

APSC ৰ প্ৰাৰম্ভিক পৰীক্ষা: ১৫টা পৰীক্ষা কেন্দ্ৰৰ আশে-পাশে নিষেধাজ্ঞা আৰোপ গুৱাহাটী আৰক্ষীৰ

July 2, 2026 5:08 pm
সন্তান দত্তক লোৱাৰ প্ৰক্ৰিয়াটো জটিল আৰু হতাশাজনক! আইন পৰিৱৰ্তনৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

এআইৰ ব্যৱহাৰক লৈ উচ্চতম ন্যায়ালয়ৰ সকীয়নি: ন্যায়িক ব্যৱস্থাত কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত নিৰ্ভৰশীলতাক বিপদজনক আখ্যা

July 2, 2026 4:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

July 2, 2026 5:58 pm
নিশা নামেৰে মেচেঞ্জাৰত চ্যাট, মহিলাৰ ৰূপত লিভ ইন; ৰাজকোটৰ এই হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য

নিশা নামেৰে মেচেঞ্জাৰত চ্যাট, মহিলাৰ ৰূপত লিভ ইন; ৰাজকোটৰ এই হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য

July 2, 2026 5:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd