DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাগ ভাগ নহয়; এখন পতাকা, এটা প্ৰতীক, এটা আঞ্চলিক ৰাজনৈতিক শক্তি হ’ব লাগে : GMCHত অখিল

কৃষক মুক্তিয়ে অকলে দল ঘোষণা নকৰিব; AASU-AJYCPৰ লগত একত্ৰিত হওক : অখিলৰ আহ্বান

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 7, 2020 2:29 pm
index
359
VIEWS
Share on FacebookShare on Twitter

আজি স্বাস্থ্য পৰীক্ষাৰ বাবে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা GMCHলৈ অনা হয় কৃষক নেতা অখিল গগৈক।

GMCH চৌহদত নতুন আঞ্চলিক দল গঠনৰ সন্দৰ্ভত মন্তব্য কৰে অখিল গগৈয়ে।

“ভাগ ভাগ হ’লে অসমীয়া মৰি যাব” বুলি মন্তব্য কৰি অখিলে লগতে কয় “১০-১৫ টা আঞ্চলিক ৰাজনৈতিক দল গঠন কৰিলে নহ’ব।”

“এটা শক্তিশালী ঐক্যৱদ্ধ, গণতান্ত্ৰিক আৰু সকলোকে সামৰি আঞ্চলিক দল গঠন কৰিব লাগে।” সংবাদ মাধ্যমৰ আগত এই পোষকতা অখিলৰ।

তেওঁ আৰু কয় “এখন পতাকা, এটা প্ৰতীক, এটা আঞ্চলিক ৰাজনৈতিক শক্তি হ’ব লাগে।”

অন্যথা, বিজেপি-আৰ এছ এছে ৩০-৫০ বছৰলৈ হিন্দুত্ববাদী ৰাজনীতি চলাই যাব বুলি অখিলে কয়।

কৃষক মুক্তি, AJYCP, AASU তিনিওটাকে একেলগ হ’বলৈ আহ্বান জনায় অখিলে লগতে কয় “কৃষক মুক্তিয়ে অকলে দল ঘোষণা কৰিলে নহ’ব। সকলো একেলগ হ’লে তেতিয়া ৰাজনীতিত এক ধুমুহা আহিব। বিজেপি, আৰ এছ এছ, কংগ্ৰেছ AIUDF তচনচ হৈ যাব।”

অৱশ্যে, কাৰাগাৰৰ পৰা নিৰ্বাচন খেলাৰ কথা বৰ্তমানলৈকে ভবা নাই বুলি অখিলে কয়।

কালি নিশা প্ৰচণ্ড বুকু বিষ আৰু পেটৰ বিষত ভোগা বাবে স্বাস্থ্য পৰীক্ষা কৰাবলৈ GMCH লৈ অনা হৈছিল অখিলক।

Recent News

মই এগৰাকী প্ৰাপ্তবয়স্ক আৰু মই নিজ ইচ্ছামতে ধৰ্মান্তৰিত আৰু বিয়া হৈছোঁ, আৰক্ষীয়ে আমাক সুৰক্ষা দিয়ক।

মই এগৰাকী প্ৰাপ্তবয়স্ক আৰু মই নিজ ইচ্ছামতে ধৰ্মান্তৰিত আৰু বিয়া হৈছোঁ, আৰক্ষীয়ে আমাক সুৰক্ষা দিয়ক।

কন্ঠশিল্পী বাণী জয়ৰামৰ শেষ নিশ্বাস ত্যাগ

কন্ঠশিল্পী বাণী জয়ৰামৰ শেষ নিশ্বাস ত্যাগ

মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ-ৰ ব্যৱহাৰ

মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ-ৰ ব্যৱহাৰ

পাকিস্তানে নিষিদ্ধ কৰিলে ৱিকিপিডিয়া

পাকিস্তানে নিষিদ্ধ কৰিলে ৱিকিপিডিয়া

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd