• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অনুপ চেতিয়াৰ দাবী : এন আৰ চিৰ দাবী-আপত্তিৰ সময়সীমা বৃদ্ধি কৰক

অনুপ শৰ্মা by অনুপ শৰ্মা
December 10, 2018 5:46 pm
Anup Chetia Claims & Objection
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এন আৰ চিৰ খচৰাৰ পৰা নাম বাদ পৰা ৪০ লাখৰো অধিক লোকক তেওঁলোকৰ নাম অন্তৰ্ভুক্তিৰ বাবে যি দাবী-আপত্তি প্ৰক্ৰিয়া, তাৰ সময়সীমা বৃদ্ধিৰ বাবে আজি সংবাদমেল যোগে আহ্বান জনালে আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই।

আলোচনাপন্থী আলফা নেতাসকলৰ দ্বাৰা গঠিত ‘সম্প্ৰীতি, অসম’ নামৰ বেচৰকাৰী সংস্থাটো আৰু বংগভাষী অসমীয়া সমাজৰ দ্বাৰা যুটীয়াভাৱে দিয়া এখন সংবাদমেলত আলফাৰ সাধাৰণ মম্পাদকজনে এই আহ্বান জনায় কেন্দ্ৰ আৰু ৰাজ্যত থকা বিজেপিৰ চৰকাৰ দুখনক।

Apply Now

সংবাদমেলত চেতিয়াই এন আৰ চিত যাতে কোনো বিদেশীৰ নাম অন্তৰ্ভুক্ত নহয়, তাৰ বাবে চৰকাৰক উচ্চ পৰ্য্যায়ৰ তদন্ত কৰিবলৈ দাবী জনায়। অলপতে এন আৰ চিৰ সমন্বয়ক প্ৰতীক হাজেলাই লিগেচি ডাটা কিনা-বেচা হোৱা বুলি কৰা অভিযোগৰ প্ৰসংগত চেতিয়াই এই কথা কয়। এই সন্দৰ্ভত তদন্ত চলাই দোষী সকলো পক্ষৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰো দাবী জনায় চেতিয়াই।

সম্প্ৰীতি, অসমৰ আহ্বায়ক, প্ৰদীপ সেন শৰ্মাই কয় যে পঞ্চায়ত নিৰ্বাচনৰ বাবে দাবী-আপত্তি প্ৰক্ৰিয়াত নেতিবাচক প্ৰভাৱ পৰিছিল। আনপিনে ধান চপোৱাৰ সময়েও এই প্ৰক্ৰিয়াত প্ৰভাৱ পেলাইছে বুলি কয়। “ধান চপোৱা কামৰ বাবে বহু মানুহে দাবী-আপত্তি প্ৰক্ৰিয়াৰ পৰা আঁতৰি থাকিব লগীয়া হৈছে।” শৰ্মাই কয়। আনহাতে এই সম্পৰ্কীয় যাৱতীয় নিৰ্দেশনাবোৰো এন আৰ চি সেৱাকেন্দ্ৰ পোৱাত পলম হৈছিল, আৰু সেইটোৱেও প্ৰক্ৰিয়াটোক পলকৈ আৰম্ভণি দিছিল বুলি তেওঁ কয়।

উল্লেখযোগ্য যে এন আৰ চি কৰ্তৃপক্ষই দাবী-আপত্তি দাখিল কৰা সময়সীমা অহা ১৫ ডিচেম্বৰলৈ বৃদ্ধি কৰিছিল। কিন্তু তাৰ পিছতো বাদ পৰা লোকৰ সংখ্যাৰ অনুপাতে নাম অন্তৰ্ভুক্তিৰ দাবীৰ বাবে অহা আৱেদনৰ সংখ্যা তেনেই কম বুলি জানিব পৰা গৈছে। ফলত মূল এন আৰ চিৰ পৰা লাখ লাখ লোকৰ নাম বাদ পৰাৰ সম্ভাৱনাই দেখা দিছে। এইসকলৰ ভিতৰত বহুতো খিলঞ্জীয়া লোকৰ নামো আছে বুলি জনৰৱ উঠিছে।

আনহাতে সম্প্ৰীতি, অসম আৰু বংগভাষী অসমীয়া সমাজৰ লগতে আমছু আদিকে ধৰি আন কেইবাটাও সংগঠনেও দাবী-আপত্তি দাখিলৰ সময়সীমা বৃদ্ধিৰ অনুৰোধ জনাই আহিছে।

আজি সংবাদমেলত সংগঠনকেইটাই অসমৰ ৰাইজক তেওঁলোকৰ দাবী-আপত্তি দাখিল কৰিবলৈ ওলাই আহিবলৈ আহ্বান জনায়। তেওঁলোকে দৰকাৰ হ’লে সহায়ৰ হাত আগ বঢ়াব বুলিও সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

 

অনুপ শৰ্মা

অনুপ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd