• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চি : বিভিন্ন দাবীৰ প্রতি সঁহাৰি জনাই শিথিল কৰা হৈছে অন্তৰ্ভুক্তি, আপত্তি দাখিলৰ চৰ্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
August 21, 2018 7:52 am
এন আৰ চি
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি সোমবাৰৰ পৰা এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ দাবী আৰু আপত্তি দাখিলৰ প্ৰ-পত্ৰ উপলব্ধ হৈছে। সেই অনুসৰি এন আৰ চিৰ চূড়ান্ত খচৰাত কোনো লোকৰ নাম অন্তৰ্ভুক্তিৰ আপত্তি দাখিলৰ ক্ষেত্ৰত থকা চৰ্ত শিথিল কৰা হৈছে।

উল্লেখযোগ্য যে যোৱা ৩০ জুলাইত চূড়ান্ত খচৰা প্ৰকাশৰ পিছতে এন আৰ চিৰ ৱেবছাইটত (www.nrcassam.nic.in) দাবী আৰু আপত্তি দাখিলৰ খচৰা প্ৰ-পত্ৰ প্ৰদৰ্শন কৰা হৈছিল আৰু তাকে লৈ বিতৰ্কৰ সৃষ্টি হৈছিল। আপত্তি দাখিলৰ প্ৰ-পত্ৰত উল্লেখ কৰা হৈছিল যে কোনো লোকৰ বিৰুদ্ধে দাখিল কৰা আপত্তিৰ ক্ষেত্ৰত তথ্য ভুল বুলি প্ৰমাণিত হ’লে দাখিল কৰোঁতাজন ১৯৫৫ চনৰ নাগৰিকত্ব আইন অনুসৰি শাস্তিৰ সন্মুখীন হ’ব লাগিব।

Apply Now

উক্ত চৰ্তক লৈ বিভিন্ন পক্ষই প্ৰতিবাদ কৰিছিল আৰু অসম মন্ত্ৰী পৰিষদৰ বৈঠকে শাস্তিৰ বিষয়টো বাদ দি ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ চমুকৈ এছ অ’ পি যুগুতাবলৈ কেন্দ্ৰীয় চৰকাৰক  আহ্বান জনাই প্ৰস্তাৱ গ্ৰহণ কৰিছিল।

জানিব পৰা মতে যোৱা ১৬ আগষ্টত উচ্চতম ন্যায়ালয়ৰ এন আৰ চি সম্পৰ্কীয় গোচৰৰ শুনানিৰ আগে আগে দাখিল কৰা খচৰা এছ অ’ পিত এই বিষয়টো অন্তৰ্ভুক্ত কৰা হৈছে।

ইতিমধ্যে ৱেবছাইটৰ উপৰি সংশ্লিষ্ট এন আৰ চি সেৱা কেন্দ্ৰসমূহত দাবী আৰু আপত্তি দাখিলৰ প্ৰ-পত্ৰ উপলব্ধ হৈছে। সোমবাৰৰ পৰা উপলব্ধ হোৱা আপত্তি দাখিলৰ প্ৰ-পত্ৰত ভুল তথ্যৰ বাবে শাস্তিৰ প্ৰসংগটো উঠাই দিয়া হৈছে।

ইপিনে অহা ৩০ আগষ্টৰপৰা প্ৰ-পত্ৰসমূহ জমা দিব পাৰিব। অৱশ্যে পূৰণ কৰা প্ৰ-পত্ৰসমূহ সংশ্লিষ্ট এন আৰ চি সেৱা কেন্দ্ৰতহে জমা দিব লাগিব।

উল্লেখ্য যে যোৱা ৩১ জুলাইৰ শুনানিত উচ্চতম ন্যায়ালয়ে দাবী আৰু আপত্তি নিষ্পত্তিৰ সম্পৰ্কত এছ অ’ পি যুগুতাই উলিওৱাৰ বাবে ভাৰতৰ মহাপঞ্জীয়ক আৰু এন আৰ চি উন্নীতকৰণৰ ৰাজ্যিক সমন্বয়কক নিৰ্দেশ দিছিল।

আনহাতে, উচ্চতম ন্যায়ালয়ত দাখিল কৰা এছ অ’ পি সম্পৰ্কত অহা ২৮ আগষ্টত ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিব। ন্যায়ালয়ে এছ অ’ পি চূড়ান্ত কৰাৰ পিছত অতিৰিক্ত নিৰ্দেশনা জাৰি কৰা হ’ব বুলি সদৰী কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

October 5, 2026 9:09 am
কোটি কোটি নাগৰিকৰ ভোটাধিকাৰ কাঢ়ি লোৱাটো স্বেচ্ছাচাৰিতা; কোনো অজুহাতেই নাখাটে: ন্যায়াধীশ উজ্জল ভূঞা

কোটি কোটি নাগৰিকৰ ভোটাধিকাৰ কাঢ়ি লোৱাটো স্বেচ্ছাচাৰিতা; কোনো অজুহাতেই নাখাটে: ন্যায়াধীশ উজ্জল ভূঞা

October 5, 2026 8:22 am
মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

October 4, 2026 9:30 pm
নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

October 4, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

October 5, 2026 9:09 am
কোটি কোটি নাগৰিকৰ ভোটাধিকাৰ কাঢ়ি লোৱাটো স্বেচ্ছাচাৰিতা; কোনো অজুহাতেই নাখাটে: ন্যায়াধীশ উজ্জল ভূঞা

কোটি কোটি নাগৰিকৰ ভোটাধিকাৰ কাঢ়ি লোৱাটো স্বেচ্ছাচাৰিতা; কোনো অজুহাতেই নাখাটে: ন্যায়াধীশ উজ্জল ভূঞা

October 5, 2026 8:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd