DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাজুলীৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত এনআৰচিৰ অভিযোগ দাখিল কেন্দ্ৰ মুকলি

অযোগ্য লোকৰ নাম কৰ্তনৰ বাবে আৱেদন জনোৱাৰ অন্তিম তাৰিখ ৩১ ডিচেম্বৰ

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
December 19, 2018 5:25 pm
NCR-2-470x264
303
VIEWS
Share on FacebookShare on Twitter

মাজুলী জিলাত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰাত অযোগ্য লোকৰ নাম অন্তৰ্ভুক্তিৰ বিৰুদ্ধে জনসাধাৰণে যাতে অভিযোগ দাখিল কৰিব পাৰে, তাৰ বাবে জিলা উপায়ুক্তৰ কাৰ্যালয়ত এটা “অভিযোগ দাখিল কেন্দ্ৰ” মুকলি কৰা হৈছে। মাজুলীৰ উপায়ুক্ত তথা নাগৰিক পঞ্জীৰ জিলা পঞ্জীয়ক (District Registrar of Citizen Registration চমুকৈ DRCR) দেৱপ্ৰসাদ মিশ্ৰই শেহতীয়াকৈ জাৰি কৰা এক চৰকাৰী জাননীৰ জৰিয়তে এই অভিযোগ কেন্দ্ৰ মুকলি কৰাৰ বিষয়ে মাজুলীবাসী ৰাইজৰ জ্ঞাতাৰ্থে ঘোষণা কৰে।

এই সন্দৰ্ভত জাননীখনত উল্লেখ কৰা হৈছে যে  ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰাত কোনো ব্যক্তিৰ নাম অন্তৰ্ভুক্তিৰ বিৰুদ্ধে যদি কাৰোবাৰ অভিযোগ আছে, তেন্তে এই সন্দৰ্ভত মাজুলী জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত মুকলি কৰা অভিযোগ দাখিল কেন্দ্ৰত অভিযোগ দাখিল কৰিব পাৰিব।

ইয়াৰ বাবে জনসাধাৰণে চাব পৰাকৈ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰাৰ প্ৰতিলিপি উপায়ুক্তৰ কাৰ্যালয়, চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু জিলাখনৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সেৱা কেন্দ্ৰসমূহত উপলব্ধ কৰা হৈছে।

কাৰ্যালয় খোলা থকাৰ সময়ত উপায়ুক্তৰ কাৰ্যালয়, চক্ৰ বিষয়াৰ কাৰ্যালয় তথা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সেৱা কেন্দ্ৰসমূহলৈ গৈ যিকোনো ব্যক্তিয়ে এই চূড়ান্ত খচৰা চাব পাৰিব।

জাননীখনত মাজুলীবাসীক উদ্দেশ্যি উপায়ুক্ত তথা নাগৰিক পঞ্জীৰ জিলা পঞ্জীয়ক মিশ্ৰই উল্লেখ কৰিছে, ‘ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰাত অন্তৰ্ভুক্ত কোনো ব্যক্তিৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত থকাত যদিহে আপত্তি আছে, তেন্তে তেনে ব্যক্তিৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত কৰাত আপত্তি জনাই নিৰ্দিষ্ট প্ৰ-পত্ৰ অনুসাৰে উপায়ুক্তৰ কাৰ্যালয়ত মুকলি কৰা অভিযোগ দাখিল কেন্দ্ৰ বা সংশ্লিষ্ট ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সেৱা কেন্দ্ৰত অহা ৩১ ডিচেম্বৰৰ ভিতৰত দাখিল কৰিবলৈ জনসাধাৰণক অনুৰোধ জনোৱা হৈছে।

Recent News

HS Result 2022

উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত শিৱসাগৰৰ সাফল্য: ৰাজ্যৰ ভিতৰত স্থান লাভ তিনিগৰাকীৰ

HS result-2022: কলা শাখাত ৫ম স্থানত শুৱালকুছিৰ মধুস্মিতা; শিৱসাগৰৰ শলগুৰিৰ দেৱীস্তুতিৰ দশম স্থান

HS result-2022: কলা শাখাত ৫ম স্থানত শুৱালকুছিৰ মধুস্মিতা; শিৱসাগৰৰ শলগুৰিৰ দেৱীস্তুতিৰ দশম স্থান

HS result-2022: উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা-২০২২ৰ ফলাফল: কলা শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

HS result-2022: উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা-২০২২ৰ ফলাফল: কলা শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

HS result-2022: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

HS result-2022: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd