• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

প্ৰচণ্ড জ্বৰ কাহ চৰ্দিত মুখ্যমন্ত্ৰীৰ NSG গ্ৰুপ কামাণ্ডাৰ; মুঠ ৭ কামাণ্ডক কোৱাৰেন্টাইন

মঙ্গলবাৰে মুখ্যমন্ত্ৰীৰ বাহনতে আছিল গ্ৰুপ কামাণ্ডাৰজন

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , April 30, 2020 2:04 pm

1 min read

23484688_1669829506416037_1332936422_o

প্ৰতিনিধিত্বমূলক ফ'টো

8.9k
VIEWS
Share on FacebookShare on Twitter

বিশ্বজুৰি ক’ৰ’না বা কোভিড-১৯এ ভয়াৱহ ৰূপ ধাৰণ কৰাৰ লগতে ৰাজ্যজুৰি ক’ৰ’নাৰ আতংকই সকলোকে খেদি থকাৰ সময়তে অন্য এক খবৰ আহি পৰিছে।

খবৰ অনুসৰি প্ৰচণ্ড জ্বৰ কাহ আৰু চৰ্দিত ভুগিছে মুখ্য মন্ত্ৰীৰ এজন NSG গ্ৰুপ কামাণ্ডাৰ।

আৰক্ষীৰ বিশেষ শাখাৰ এক সূত্ৰই আমাৰ সাংবাদিকক জনাইছে এই কথা।

বিশেষ সূত্ৰে জানিব পৰা মতে মঙ্গলবাৰৰ নিশা হঠাৎ জ্বৰ চৰ্দি হয় কামাণ্ডুজনৰ। তেওঁৰ ঘৰ উত্তৰাখণ্ডত বুলি জানিব পৰা গৈছে।

অৱশ্যে জ্বৰ, চৰ্দিত ভোগা বুলি গম পোৱাৰ লগে লগে হোম কোৱাৰেন্টাইনত থাকিবলৈ নিৰ্দেশ দিয়া হয় জোৱানজনক।

জোৱানজনৰ লগত থকা অন্য ৭ গৰাকী NSG কামাণ্ডুক কুৱাৰেন্টাইনত ৰখা হৈছে বুলি জানিব গৈছে।

কালি কামাণ্ডুজনৰ চেম্পল সংগ্ৰহ কৰিছে স্বাস্থ্য কৰ্মীয়ে। আজি তাৰ ফলাফল আহিব বুলি জানিব পৰা গৈছে।

এই খবৰে দিছপুৰৰ লগতে সচিবালয়ৰ সকলো কতৃপক্ষক শংকিত কৰিছে আৰু সকলোৱে ফলাফল নিগেটিভ অহাটো মনে প্ৰাণে কামনা কৰিছে।

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd