• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

UGC NET 2024 Exam New Dates: বাতিল কৰা UGC NET কেতিয়া হ’ব? এন টি এৰ নতুন সূচী ঘোষণা, তাৰ আগতে হ’ব CSIR UGC NET

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
June 29, 2024 8:51 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে বাতিল কৰা হৈছিল UGC-NET পৰীক্ষা। সেই পৰীক্ষাৰ নতুন সময়সূচী ঘোষণা কৰা হৈছে। শুকুৰবাৰে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই (এন টি এ) জনোৱা মতে, ২০২৪ চনৰ জুন ছেছনৰ বাবে ইউজিচি-নেট পৰীক্ষা আগষ্ট-ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ’ব। ২১ আগষ্টৰ পৰা আৰম্ভ হ’ব এই পৰীক্ষা। পৰীক্ষা ৪ ছেপ্টেম্বৰলৈকে চলিব।

আনহাতে, সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাক লৈ বিতৰ্কৰ মাজতে স্থগিত ৰখা `জইন্ট চেন্ট্ৰেল ছায়েন্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্ছ ইউনিভাৰ্ছিটি গ্ৰান্ট কমিছন নেশ্যনেল এলিজিবিলিটি টেষ্ট’(CSIR UGC NET)ৰো নতুন সূচী ঘোষণা কৰা হৈছে। সেইদৰে নেশ্যনেল কমন এন্ট্ৰেঞ্চ টেষ্টৰ (NCET) নতুন তাৰিখো ঘোষণা কৰা হৈছে।

উল্লেখ্য যে সৰ্বভাৰতীয় চিকিৎসা প্ৰৱেশ পৰীক্ষা (NEET-UG)ক লৈ বিতৰ্কৰ মাজতে সেই পৰীক্ষাও পিছুৱাই দিয়া হৈছিল।

Apply Now
এন টি এয়ে ঘোষণা কৰা পৰীক্ষাৰ নতুন সূচী।

UGC-NET পৰীক্ষা OMR ৰ সলনি এইবাৰ হ’ব কম্পিউটাৰত

যোৱা ১৮ জুনত যেতিয়া ইউজিচি-নেট পৰীক্ষা অনুষ্ঠিত হৈছিল তেতিয়া অ’এমআৰ শ্বীটত অনুষ্ঠিত হৈছিল। আৰু তাক লৈয়ে এলানি অভিযোগ উত্থাপন হৈছিল। অৱশ্যে এইবাৰ এন টি এয়ে জনাইছে যে ‘কম্পিউটাৰ বেছড মোড’ হ’ব ইউ জি চি-নেট পৰীক্ষা। অৰ্থাৎ অফলাইনৰ পৰিৱৰ্তে এইবাৰ অনলাইনলৈ উভতি যাব UGC-NET পৰীক্ষা।

কেতিয়া হ’ব CSIR UGC NET পৰীক্ষা?

ইউজিচি-নেট পৰীক্ষা বাতিল কৰাৰ পিছতেই এনটিএই এক অধিসূচনা জাৰি কৰি কৈছিল যে অনিবাৰ্য কাৰণ আৰু লজিষ্টিক কাৰণত চিএছআইআৰ ইউজিচি নেট পৰীক্ষা পিছুৱাই দিয়া হৈছে। প্ৰথমে ২৫ জুনৰ পৰা ২৭ জুনৰ ভিতৰত এই পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল। এন টি এয়ে জনোৱা মতে, এইবাৰ ২৫ জুলাইৰ পৰা ২৭ জুলাইৰ ভিতৰত এই পৰীক্ষা অনুষ্ঠিত হ’ব।

এইবাৰ কেতিয়া হ’ব NCET পৰীক্ষা?

শুকুৰবাৰে এন টি এয়ে জনাইছে যে অহা ১০ জুলাইত অনুষ্ঠিত হ’ব ‘নেশ্যনেল কমন এন্ট্ৰেঞ্চ টেষ্ট’ (এনচিইটি)। এই পৰীক্ষা চাৰি বছৰীয়া ‘ইন্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰাম’ত নামভৰ্তিৰ বাবে অনুষ্ঠিত কৰা হয়। কিছুমান কেন্দ্ৰীয় বিশ্ববিদ্যালয়, ৰাজ্যিক বিশ্ববিদ্যালয়, আই আই টি, এন আই টি আৰু চৰকাৰী মহাবিদ্যালয়ত ‘ইন্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰাম’ত নামভৰ্তি হয়। মুঠ বিষয়ৰ সংখ্যা ৬৬টা।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am
নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am
বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

October 6, 2026 8:49 am
মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

October 6, 2026 7:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am
নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd