• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰশ্নকাকত ফাদিল বিতৰ্কৰ মাজতে NTA-ই স্থগিত ৰাখিলে CSIR-UGC NET পৰীক্ষা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 22, 2024 9:08 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

NET পৰীক্ষাৰ পিছত পিছুৱাই দিয়া হৈছে CSIR-UGC NET পৰীক্ষা। সমগ্ৰ দেশতে প্ৰশ্নকাকত ফাদিলৰ বিতৰ্কৰ মাজতে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা (NTA)ই সৰ্বভাৰতীয় পৰীক্ষাটো পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

অহা ২৫ আৰু ২৭ জুনত অনুষ্ঠিত হোৱাৰ কথা আছিল চি এছ আই আৰ-ইউজিচি নেট পৰীক্ষা। শুকুৰবাৰে নিশা এনটিএই জাৰি কৰা এক অধিসূচনাত কোৱা হৈছে যে, অনিবাৰ্য কাৰণ আৰু ‘লজিষ্টিক’ সমস্যাৰ বাবে সংশ্লিষ্ট পৰীক্ষা পিছুৱাই দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। পৰীক্ষাৰ পৰিৱৰ্তিত সূচী এনটিএৰ ৱেবছাইটত জনোৱা হ’ব।

বিজ্ঞানৰ বিভিন্ন শাখাত জুনিয়ৰ ফেল’শ্বিপ প্ৰগ্ৰেমৰ বাবে প্ৰাৰ্থীৰ যোগ্যতা CSIR-UGC NET পৰীক্ষাৰ জৰিয়তে নিৰ্ণয় কৰা হয়। বিশ্ববিদ্যালয় অনুদান আয়োগৰ (ইউজিচি) নিৰ্ধাৰিত যোগ্যতাৰ মাপকাঠী পূৰণ কৰা ভাৰতীয় বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহত জুনিয়ৰ ৰিচাৰ্চ ফেল’শ্বিপ, লেকচাৰাৰশ্বিপ আৰু সহকাৰী অধ্যাপক পদৰ বাবে যোগ্যতা নিৰ্ণয় কৰিবলৈ এই পৰীক্ষা অনুষ্ঠিত কৰা হয়।

Apply Now

অৱশ্যে এই গুৰুত্বপূৰ্ণ সৰ্বভাৰতীয় পৰীক্ষা স্থগিত ৰখাৰ আঁৰৰ সঠিক ‘অনিবাৰ্য’ কাৰণসমূহ এন টি এয়ে স্পষ্ট কৰা নাই।

উল্লেখ্য যে চিকিৎসা বিজ্ঞানৰ স্নাতকসকলৰ প্ৰৱেশ পৰীক্ষাক লৈ ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছে। সমগ্ৰ দেশতে নীট পৰীক্ষাত অনিয়মৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ পিছত ১৮ জুনত অনুষ্ঠিত হোৱা ইউ জি চি নেট পৰীক্ষা এন টি এৰ দ্বাৰা বাতিল কৰা হৈছে। সেই পৰীক্ষাৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে।

দেশত নীটক লৈ চলা হুলস্থুলৰ মাজতে স্বচ্ছতাৰ অভাৱৰ কাৰণে এনটিএই বাতিল কৰিছে ইউজিচি-নেট ২০২৪। কিছুদিনৰ পিছত এইবাৰ CSIR-UGC NET পৰীক্ষাও অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে।

মন কৰিবলগীয়া যে এইবাৰ নীট পৰীক্ষাত গ্ৰেচ নম্বৰ পোৱাৰ বাবে বহু পৰীক্ষাৰ্থীয়ে ৭২০ নম্বৰৰ ভিতৰত ৭২০ নম্বৰ লাভ কৰে। যিটো এক কথাত অসম্ভৱ! ইফালে বিহাৰৰ পাটনা আৰক্ষীয়েও এই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ চক্ৰ উদ্ধাৰ কৰিছে। ইউজিচি-নেট পৰীক্ষা বাতিল হোৱাৰ বিপৰীতে চৰকাৰে নীট বাতিলৰ কোনো পৰিকল্পনা নাই বুলি উল্লেখ কৰিছে। তাৰ মাজতে এন টি এৰ দ্বাৰা পৰিচালিত আন এক পৰীক্ষা স্থগিত ৰখাৰ জাননী জাৰি কৰা হৈছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm
নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd