DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোনো ভাৰতীয় ক্ৰিকেটাৰে পিন্ধিব নোৱাৰিব জাৰ্চি নম্বৰ ৭; কিন্তু কিয়?

এন ই নাও নিউজ by এন ই নাও নিউজ
July 26, 2019 11:52 am
Dhoni-7
20.4k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ক্ৰিকেট দলৰ নীলা ৰঙৰ জাৰ্চিৰ পিচপিনে থকা ৭ নম্বৰটো ইতিহাস হোৱাৰ পথত। যিদৰে শচীন তেণ্ডুলকাৰৰ ১০ নম্বৰৰ জাৰ্চিটো কোনো খেলুৱৈকে পৰিধান কৰিবলৈ দিয়া নহয় হয়তো আৰু কেইটামান দিনৰ পাছত ৭ নম্বৰৰ জাৰ্চিৰ সৈতেও কোনো ভাৰতীয় খেলুৱৈকে ক্ৰিকেট খেলা দেখা পোৱা নাযাব।

আই চি চিৰ নতুন নিয়ম অনুসৰি আগন্তুক এছেজ শৃংখলাৰ পৰা টেষ্ট ক্ৰিকেটতো নাম আৰু নম্বৰ সম্বলিত জাৰ্চি প্ৰথা আৰম্ভ হ’ব। সেয়ে ভাৰতীয় ক্ৰিকেটাৰ সকলে এদিনীয়া আৰু টি-২০ত পৰিধান কৰা নম্বৰৰ সৈতে টেষ্ট ক্ৰিকটৰো জাৰ্চি পৰিধান কৰিব বুলি জানিব পৰা গৈছে।

কথা হ’ল এদিনীয়া আৰু টি-২০ত ৭ নম্বৰ নীলা ৰঙৰ জাৰ্চিৰ সৈতে এতিয়াও খেলপথাৰত দেখা যায় ভাৰতীয় ক্ৰিকেট ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ অধিনায়ক মহেন্দ্ৰ সিং ধোনীক। কিন্তু টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱা ধোনীৰ ৭ নম্বৰ জাৰ্চিটোক লৈ চলিছে ব্যাপক চৰ্চা।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত নতুনকৈ খোজ পেলোৱা কোনোবাই টেষ্ট ক্ৰিকেটত ৭ নম্বৰ জাৰ্চিটো পৰিধান কৰাৰ ইচ্ছা প্ৰকাশ কৰিব নেকি আদি প্ৰশ্নবোৰ উত্থাপন হোৱাৰ সময়তে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ দিশে আগবাঢ়িছে। ধোনীয়ে ভাৰতীয় ক্ৰিকেটত আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতি হিচাপে ব’ৰ্ডে কোনো ভাৰতীয় খেলুৱৈকে পিন্ধিব নিদিয়ে ৭ নম্বৰৰ জাৰ্চি।

উল্লেখ্য যে ভাৰতীয় ক্ৰিকেটত জাৰ্চি সংৰক্ষণৰ প্ৰথা এয়া প্ৰথম নহয়। ‘ক্ৰিকেটৰ ভগৱান’ ৰূপে পৰিচিত মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰে পৰিধান কৰা ১০ নম্বৰ জাৰ্চিটোও এক বিতৰ্কৰ পাছত সংৰক্ষণ কৰাৰ সিদ্ধান্ত লৈছিল।

Recent News

women in Afghanistan

“দুষ্ট নাৰী”ক ঘৰৰ ভিতৰত আৱদ্ধ কৰিছে তালিবানে: জনালে তালিবানৰ শীৰ্ষ নেতা চিৰাজুদ্দিন হাক্কানিয়ে

Qutb Minar

এইবাৰ লক্ষ্য কুতুব মিনাৰ! ৰাজা বিক্ৰমাদিত্যইহে নিৰ্মাণ কৰিছিল কুতুব মিনাৰ!

জিএছটিৰ ওপৰত কেন্দ্ৰ আৰু ৰাজ্য উভয়ৰে আইন প্ৰণয়ন কৰাৰ ক্ষমতা আছে: উচ্চতম ন্যায়ালয়

জিএছটিৰ ওপৰত কেন্দ্ৰ আৰু ৰাজ্য উভয়ৰে আইন প্ৰণয়ন কৰাৰ ক্ষমতা আছে: উচ্চতম ন্যায়ালয়

প্ৰত্যুত্তৰ! ফৰাচী-ইটালী-স্পেইনৰ ৮৫ গৰাকী কূটনীতিবিদক বহিষ্কাৰ কৰিলে ৰাছিয়াই

প্ৰত্যুত্তৰ! ফৰাচী-ইটালী-স্পেইনৰ ৮৫ গৰাকী কূটনীতিবিদক বহিষ্কাৰ কৰিলে ৰাছিয়াই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd