• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিন্দুত্বৰ কথা কোৱা চৰকাৰৰ দিনত ২০ সহস্ৰাধিক হিন্দু শিক্ষকে জীয়াতু ভুগিছে : ঐক্যমঞ্চ

হিমন্ত বিশ্বৰ ৪৫ দিন আজিও নাহিল-ঐক্যমঞ্চৰ নেতা প্ৰদীপ দাস

পুলেন্দ্র দাস by পুলেন্দ্র দাস
December 2, 2019 7:33 am
WhatsApp Image 2019-12-01 at 6.30.39 PM

বৰপেটাত দেওবাৰে ঐক্যমঞ্চৰ নেতা প্ৰদীপ দাস(মাজৰজন)। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“হিন্দুত্বৰ কথা কোৱা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ দিনত অসমৰ ২০ সহস্ৰাধিক হিন্দু শিক্ষকে জীয়াতু ভুগি আছে ৷” এই মন্তব্য অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ নামনি অসমৰ নেতা প্ৰদীপ দাসৰ ৷

দেওবাৰে বৰপেটাত শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ নামনি অসম ভিত্তিত অনুষ্ঠিত গুৰুত্বপূৰ্ণ সভাত অংশ গ্ৰহণ কৰি সাংবাদিকৰ আগত এই মন্তব্য আগবঢ়ায় ঐক্যমঞ্চৰ নেতা গৰাকীয়ে ৷

Apply Now

ভেন্সাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ সন্দৰ্ভত তেওঁ পুনৰ কয় যে, বিগত বিধানসভা নিৰ্বাচনৰ সময়ত বৰ্তমান চৰকাৰৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰাদেশিকীকৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷

বিজেপিৰ চৰকাৰ হ’লে প্ৰথম ৪৫ দিনৰ ভিতৰত ভেন্সাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণৰ প্ৰতিশ্ৰুতি দিছিল যদিও হিমন্ত বিশ্ব শৰ্মাৰ ৪৫ দিনটো আজিও নাহিল বুলি দাসে মন্তব্য কৰে ৷

অইন দেশৰ নাগৰিকক সুৰক্ষা দিয়াৰ বাবে উঠি পৰি লগা চৰকাৰখনে প্ৰকৃত ভাৰতীয় নাগৰিক তথা বিনা বেতনে মানৱ সম্পদ গঢ় দি অহা শিক্ষক কৰ্মচাৰীসকলক মৃত্যুৰ মুখলৈ ঠেলি দিয়া বুলি ঐক্যমঞ্চৰ নেতা গৰাকীয়ে অভিযোগ কৰে ৷

যিখন ৰাজ্যত ২০ সহস্ৰাধিক হিন্দু শিক্ষক কৰ্মচাৰীয়ে জীয়াতু ভূগি থকা সত্বেও চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰে সেইখন চৰকাৰে হিন্দু লোকক কিদৰে সুৰক্ষা প্ৰদান কৰিব বুলি ঐক্যমঞ্চৰ নেতা গৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে ৷

সাংবাদিকৰ আগত তেওঁ উল্লেখ কৰে যে, শিক্ষকৰ কোনো ধৰ্ম নাই ৷ চৰকাৰখনে হিন্দুত্বৰ কথাৰে বেছিভাগ সময় অতিবাহিত কৰা বাবেহে ঐক্যমঞ্চই হিন্দু শিক্ষকৰ কথা উত্থাপন কৰিবলৈ বাধ্য হোৱা বুলি তেওঁ কয় ৷

বৰপেটা চহৰস্থিত দিব্যাংগ সন্থাৰ কাৰ্যালয় প্ৰাংগনত অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ নামনি অসম ভিত্তিত অনুষ্ঠিত সভাখনত অহা ৩ ডিচেম্বৰত ঐক্যমঞ্চই দিছপুৰত ৰূপায়ণ কৰিব লগা আন্দোলনৰ ওপৰতো আলোচনা কৰে ৷

ভেন্সাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ চূড়ান্ত মিথ্যাচাৰৰ প্ৰতিবাদত অহা ৩ ডিচেম্বৰত ভেন্সাৰ শিক্ষক কৰ্মচাৰীয়ে দিছপুৰ কঁপাব বুলিও চৰকাৰক সকীয়াই দিয়ে ঐক্যমঞ্চৰ নামনি অসমৰ নেতা গৰাকীয়ে ৷

সভাখনত ঐক্যমঞ্চৰ বৰপেটা জিলা সমিতিৰ সভাপতি মণ্ডলীৰ সদস্য আব্দুল হামিদ শিকদাৰৰ লগতে কেইবা গৰাকী নেতাই উপস্থিত থাকি ভাষণ প্ৰদান কৰে ৷

পুলেন্দ্র দাস

পুলেন্দ্র দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

September 22, 2026 3:13 pm
ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 22, 2026 2:39 pm
চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

September 22, 2026 1:02 pm
চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ? এচি বিস্ফোৰণত ৩টি শিশুৰ মৃত্যু

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ? এচি বিস্ফোৰণত ৩টি শিশুৰ মৃত্যু

September 22, 2026 12:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

September 22, 2026 3:13 pm
ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 22, 2026 2:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd