DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

১৯৯৯ৰ ওড়িশাৰ চাঞ্চল্যকৰ গণধর্ষণ কাণ্ড : দুটা দশকৰ পিছত মহাৰাষ্ট্ৰত মূল অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 22, 2021 4:52 pm
Arrested-750x375
274
VIEWS
Share on FacebookShare on Twitter

১৯৯৯ৰ ওড়িশাৰ শিহৰণকাৰী গণধৰ্ষণৰ মূল অভিযুক্তক দুটা দশকৰ পিছত মহাৰাষ্ট্ৰত গ্ৰেপ্তাৰ কৰা হৈছে।

সোমবাৰে ভুৱনেশ্বৰ-কটক আৰক্ষী আয়ুক্ত এছ শাৰঙ্গীয়ে প্ৰকাশ অনুসৰি ১৯৯৯ চনৰ চাঞ্চল্যকৰ গণধৰ্ষণৰ মূল অভিযুক্ত বিবেকানন্দ বিছৱাল ওৰফে বিবানক মহাৰাষ্ট্ৰৰ লিনাভালাৰ অম্বে ভেলীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে।

উল্লেখ্য যে ১৯৯৯ চনৰ এগৰাকী আইএফএছ বিষয়াৰ পত্নীক কৰা চাঞ্চল্যকৰ গণধৰ্ষণ কাণ্ডৰ ফলত ৰাজ্যজুৰি সৃষ্টি হোৱা বিক্ষোভৰ বাবে তদানীন্তন মুখ্যমন্ত্ৰী জে বি পাটনায়কে পদত্যাগ কৰিবলৈও বাধ্য হৈছিল।

তিনি অভিযুক্তৰ দুগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’লেও মূল অভিযুক্ত বিবান যোৱা দুটা দশক ধৰি আৰক্ষীৰ চকুত ধূলি দি আত্মগোপন কৰি থাকিবলৈ সক্ষম হৈছিল।

কিন্তু ‘অপাৰেশ্যন ছাইলেন্ট ভাইপাৰ’ নামৰ এক গোপন অভিযান আৰম্ভ কৰি ওড়িশা আৰক্ষীয়ে মূল অভিযুক্ত বিবেকানন্দ বিছৱালক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে প্ৰকাশ অনুসৰি অভিযুক্তজনে ভুৱা পৰিচয়েৰে আম্বে ভেলীত এজন প্লাম্বাৰ মিস্ত্ৰী হিচাপে কৰ্মৰত হৈ আছিল।

স্মৰ্তব্য যে চাঞ্চল্যকৰ উক্ত গণধৰ্ষণ কাণ্ড অন্য দুই অভিযুক্ত ক্ৰমে প্ৰদীপ চাহু ওৰপে পাদিয়াক টুনা ম’হান্তিক আৰক্ষীয়ে ১৯৯৯ চনতে গ্ৰেপ্তাৰ কৰি চাৰ্জশ্বীট দাখিল কৰিছিল।

২০০২ চনত খুদ্ৰা জিলা সত্ৰ আদালতে দুই অভিযুক্ত দোষী সাৱস্ত্য কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহিছিল। দুই অভিযুক্তই নিম্ন আদালতৰ ৰায়ৰ বিৰুদ্ধে ওড়িশা উচ্চ ন্যায়ালয়ৰ দাৰস্থ হৈছিল যদিও উচ্চ ন্যায়ালয়ে ২০১০ চনত নিম্ন আদালতৰ ৰায়কে বাহাল ৰাখে।

ইয়াৰে প্ৰদীপ চাহু যোৱা বৰ্ষৰ ফেব্ৰুৱাৰিত চিকিৎসাধীন অৱস্থাত এখন চিকিৎসালয়ত মৃত্যু ঘটে আৰু অন্যজন অভিযুক্ত টুনা ম’হান্তি এতিয়াও কাৰাৰুদ্ধ হৈ আছে।

প্ৰণিধানযোগ্য যে এই চাঞ্চল্যকৰ গণধৰ্ষণ কাণ্ডটো ১৯৯০ চনৰ জানুৱাৰিৰ মাহত সংঘটিত হৈছিল। ভুৱনেশ্বৰৰ পৰা ১৫ কিলোমিটাৰ নিলগত সেই বৰ্ষৰ ৯ আৰু ১০ জানুৱাৰিৰ নিশা ভুক্তভোগী মহিলাগৰাকীক উক্ত তিনিজন লোকে উপৰ্যুপৰি গণধৰ্ষণ কৰিছিল।

Recent News

building collapses in Mumbai

মুম্বাইত খহি পৰিল চাৰিমহলীয়া অট্টালিকা: নিহত ১৯ জন, ১৫ গৰাকী আহত

Maharashtra Crisis

শক্তিপীঠ কামাখ্যাত মহাৰাষ্ট্ৰৰ বিসম্বাদী নেতা একনাথ সিন্দে: আজিয়ে মহাৰাষ্ট্ৰলৈ উভতাৰ সম্ভাৱনা

lightning strikes in Bihar

বিহাৰত প্ৰকৃতিৰ তাণ্ডৱ লীলা: ধুমুহা-বজ্ৰপাতে প্ৰাণ ল’লে ১৬ জনৰ

Udaipur murder

উদয়পুৰৰ নৃশংস হত্যাই জোকাৰিছে দেশ: ৰাজস্থানত এমাহৰ বাবে জাৰি ১৪৪ ধাৰা, কৰ্তন ইণ্টাৰনেট সেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd