• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, November 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 7, 2026 8:36 am
210
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাহিলী ৬ হাজাৰ টকা দৰমহাত চাকৰিটোত যোগদান কৰিছিল। আৰু আজি তেওঁৰ হাতত কোটি কোটি টকাৰ সম্পত্তি। ওড়িশা চৰকাৰৰ সংহত জনজাতি উন্নয়ন সংস্থাৰ সহকাৰী কাৰ্যবাহী অভিযন্তা বৈকুণ্ঠ নাথ বেহৰাই লটাৰী জিকিলে নেকি? শনিবাৰে ভিজিলেন্স বিষয়াসকলে আয়-বহিৰ্ভুত সম্পত্তিৰ সন্ধানত তালাচী চলাই তেওঁৰ লকাৰৰ পৰা নগদ ২ কোটি টকা, ৫টা বহুমহলীয়া অট্টালিকা আৰু ১৪খন মাটিৰ নথি-পত্ৰ উদ্ধাৰ কৰে। তেওঁৰ ঘৰ আৰু কেইবাটাও সম্পত্তিত এতিয়াও তালাচী অব্যাহত আছে।

বহুদিন ধৰি বৈকুণ্ঠৰ সম্পত্তিৰ বিষয়ে চৰ্চা চলি আছিল। তেওঁৰ বহু সহকৰ্মীয়েও ভিজিলেন্সৰ ওচৰত অভিযোগ দিছিল। তাৰেই আধাৰত ভুৱনেশ্বৰৰ বিশেষ ভিজিলেন্স আদালতে ৱাৰেণ্ট জাৰি কৰে। ইয়াৰ পিছত অতিৰিক্ত আৰক্ষী অধীক্ষক, উপ অধীক্ষক, পৰিদৰ্শক আৰু অন্যান্য কৰ্মীৰে গঠিত এটা দলে বৈকুণ্ঠৰ ঘাটিত অভিযান চলায়।

Apply Now

জাজপুৰ জিলাৰ চন্দ্ৰশেখৰপুৰ, শৈলাশ্ৰী বিহাৰ, কানন বিহাৰ, ধৰ্মশালাকে ধৰি তেওঁৰ চৰকাৰী বাসগৃহ আৰু কাৰ্যালয়কে ধৰি বালিগুড়া, বাৰিপদাকে ধৰি মুঠ ৯ টা স্থানত একেলগে এক তালাচী অভিযান আৰম্ভ কৰা হয়।

তদন্তকাৰীৰ দাবী, তালাচীৰ সময়ত বৈকুণ্ঠৰ ঘৰৰ পৰা নগদ ২ লাখ ৬৬ হাজাৰ টকা জব্দ কৰা হৈছে। একে সময়তে তেওঁৰ একাউণ্টত ২ কোটি টকা পোৱা গৈছে। তদন্তকাৰীয়ে বৈকুণ্ঠ আৰু তেওঁৰ পৰিয়ালৰ সদস্যৰ নামত ৫টা বহুমহলীয়া ঘৰৰ তথ্যও উদ্ধাৰ কৰে। ইয়াৰ ভিতৰত ভুৱনেশ্বৰৰ নীলাদ্ৰী বিহাৰত প্ৰায় ১০,৫০০ বৰ্গফুট এলেকাৰ চাৰি মহলীয়া ঘৰ আছে। কেৱল সেয়াই নহয়, ভুৱনেশ্বৰ আৰু জাজপুৰত মুঠ চাৰিটা ঘৰ পোৱা গৈছে বুলি কোৱা হৈছে।

ইয়াতেই শেষ নহয়। তদন্তকাৰীয়ে বৈকুণ্ঠৰ ১৪টুকুৰা মাটিৰো সন্ধান লাভ কৰিছে। ইয়াৰে ৭টা প্লট ভুৱনেশ্বৰৰ অভিজাত এলেকাত। বাকী জাজপুৰ আৰু বাৰিপদাত। তদন্তকাৰীয়ে সোণৰ গহনা, ফিক্সড ডিপ’জিট, ডাকঘৰত সঞ্চয় আঁচনিত জমা ধন, বিভিন্ন বিনিয়োগ আদিও উদ্ধাৰ কৰিছে। এই সকলোবোৰৰ মূল্য নিৰ্ণয়ৰ কাম চলি আছে। বিশেষজ্ঞসকলে মাটি আৰু সম্পত্তিৰ বৰ্তমানৰ বজাৰ মূল্যও পৰীক্ষা কৰি আছে।

চৰকাৰী নথি অনুযায়ী বৈকুণ্ঠই ১৯৯৯ চনত কনিষ্ঠ অভিযন্তা হিচাপে এই সেৱাত যোগদান কৰে। তাৰ পিছত জনজাতি উন্নয়ন সংস্থা আৰু অভিযান্ত্ৰিক বিভাগৰ দায়িত্ব গ্ৰহণ কৰি চলিত বৰ্ষৰ আৰম্ভণিতে সহকাৰী কাৰ্যবাহী অভিযন্তা হয়।

বৰ্তমান কেইবাটাও বিলাসী ঘৰ, দামী মাটি, বৃহৎ পৰিমাণৰ নগদ ধন আৰু বিভিন্ন আৰ্থিক বিনিয়োগৰ প্ৰমাণৰ ভিত্তিত তদন্ত অব্যাহত আছে। কিন্তু উদ্ধাৰ হোৱা সম্পত্তিৰ বজাৰ মূল্যৰ অনুসন্ধান আৰু নিৰ্ণয় কৰাৰ পিছতহে তেওঁৰ সম্পত্তিৰ প্ৰকৃত মূল্য জানিব পৰা যাব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাত দোষী সাব্যস্ত চীনৰ প্ৰযুক্তি সংস্থা Huawei; বিশ্বজুৰি আলোড়ন

আমেৰিকাত দোষী সাব্যস্ত চীনৰ প্ৰযুক্তি সংস্থা Huawei; বিশ্বজুৰি আলোড়ন

November 25, 2026 8:44 pm
চৌদি আৰৱত পুনৰ হুথীৰ আক্ৰমণ; ৰিয়াদৰ বাণিজ্য কেন্দ্ৰত আহত ১১ জনৰ ভিতৰত ২ জন ভাৰতীয়, কি ক’লে নতুন দিল্লীয়ে?

চৌদি আৰৱত পুনৰ হুথীৰ আক্ৰমণ; ৰিয়াদৰ বাণিজ্য কেন্দ্ৰত আহত ১১ জনৰ ভিতৰত ২ জন ভাৰতীয়, কি ক’লে নতুন দিল্লীয়ে?

November 25, 2026 7:56 pm
ট্ৰেইন লেট হোৱাৰ বাবে ধৰিব নোৱাৰিলে বিমান; দম্পতীক ৬৩,১৯৯ টকা ক্ষতিপূৰণ দিব লাগিব ৰে’লৱেই

ট্ৰেইন লেট হোৱাৰ বাবে ধৰিব নোৱাৰিলে বিমান; দম্পতীক ৬৩,১৯৯ টকা ক্ষতিপূৰণ দিব লাগিব ৰে’লৱেই

November 25, 2026 7:10 pm
শিশুৰ ম’বাইল আসক্তি, বিবাহ-বহিৰ্ভূত সম্পৰ্ক আৰু মানসিক হতাশা: জ্যেষ্ঠ মনস্তত্ত্ববিদ নিমি বৰগোহাঁইৰ সৈতে নৰ্থ-ইষ্ট নাওৰ বিশেষ সাক্ষাৎকাৰ

শিশুৰ ম’বাইল আসক্তি, বিবাহ-বহিৰ্ভূত সম্পৰ্ক আৰু মানসিক হতাশা: জ্যেষ্ঠ মনস্তত্ত্ববিদ নিমি বৰগোহাঁইৰ সৈতে নৰ্থ-ইষ্ট নাওৰ বিশেষ সাক্ষাৎকাৰ

November 25, 2026 6:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাত দোষী সাব্যস্ত চীনৰ প্ৰযুক্তি সংস্থা Huawei; বিশ্বজুৰি আলোড়ন

আমেৰিকাত দোষী সাব্যস্ত চীনৰ প্ৰযুক্তি সংস্থা Huawei; বিশ্বজুৰি আলোড়ন

November 25, 2026 8:44 pm
চৌদি আৰৱত পুনৰ হুথীৰ আক্ৰমণ; ৰিয়াদৰ বাণিজ্য কেন্দ্ৰত আহত ১১ জনৰ ভিতৰত ২ জন ভাৰতীয়, কি ক’লে নতুন দিল্লীয়ে?

চৌদি আৰৱত পুনৰ হুথীৰ আক্ৰমণ; ৰিয়াদৰ বাণিজ্য কেন্দ্ৰত আহত ১১ জনৰ ভিতৰত ২ জন ভাৰতীয়, কি ক’লে নতুন দিল্লীয়ে?

November 25, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd