• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শংকৰদেৱক অপমান পতঞ্জলিৰ সতীনাথ বাৰালৰ! পাণবজাৰ থানাত এজাহাৰ ঐক্য সেনা, অসমৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 30, 2018 5:56 pm
Satinath Baral

অভিযুক্ত সতীনাথ বাৰাল।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শংকৰদেৱক উপলুঙা কৰি মন্তব্য কৰা পতঞ্জলিৰ যোগ নিৰীক্ষক সতীনাথ বাৰালৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিক্ৰিয়া হৈ থকাৰ মাজতে ৩০ ছেপ্তেম্বৰত পাণবজাৰ থানাত বাৰালৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে ঐক্য সেনা, অসমে।

উল্লেখ্য যে, কালি পতঞ্জলিৰ উদ্যোগত দৰং জিলাৰ দুনীত যোৱা ২৪ ছেপ্তেম্বৰৰ পৰা অনুষ্ঠিত যোগ শিবিৰত এই যোগ নিৰীক্ষকজনে অসমীয়া মানুহৰ বিষয়ে আৰু অসমীয়া সমাজৰ নমন্য পুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে উপলুঙাসূচক মন্তব্য কৰিছিল।

Apply Now

২৯ ছেপ্তেম্বৰৰ সামৰণি অনুষ্ঠানত সতীনাথ বাৰালে ভাষণ প্ৰসংগত ‘শংকৰদেৱ কোনো ডাঙৰ পণ্ডিত নহয়’, ‘নামঘোষাত একো ভাল কথা নাই’ আৰু ‘নামঘৰত মিঠাতেলৰ চাকি মুৰ্খই জ্বলায়’ ইত্যাদি বহুতো বিতৰ্কিত মন্তব্য কৰে।

এনে অপমানসমূচক মন্তব্যক কেন্দ্ৰ কৰি উক্ত শিবিৰতে হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হোৱাত পলায়ন কৰে ভণ্ড যোগগুৰুজনে।

আনহাতে খবৰটো প্ৰচাৰিত হোৱাত ৰাজ্যৰ চাৰিওফালে বিভিন্ন ঠাইত প্ৰতিক্ৰিয়া হোৱা দেখা গৈছে। বিভিন্ন দল-সংগঠনেও বাৰালক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে। এই মন্তব্যৰ বাবে ঐক্য সেনা অসমে গুৱাহাটীৰ পাণবজাৰ আৰক্ষী থানাত উক্ত যোগ নিৰীক্ষক বাৰালৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰি তেওঁক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী কৰিছে। সংগঠনটোৰ এজাহাৰৰ ভিত্তিত পাণবজাৰ আৰক্ষীয়ে ৬৪৩/১৮ নম্বৰত এক গোচৰ ৰুজু কৰা বুলি আমাৰ জানিবলৈ দিছে।

Oikyo Sena Assam
পাণবজাৰ থানাত এজাহাৰ দাখিল ঐক্য সেনা, অসমৰ।

থানাত এজাহাৰ দাখিল কৰি অহাৰ পাছত ঐক্য সেনা অসমৰ জ্যেষ্ঠ মুখপাত্ৰ কমল কুমাৰে নৰ্থ-ইষ্ট নাওৰ আগত কয়, “পতঞ্জলিৰ যোগ নিৰীক্ষকজনে জগতগুৰু শংকৰদেৱ তথা নামঘোষা বা নামঘৰক অপমান কৰা মানে সমগ্ৰ অসমীয়া জাতিটোকে অপমান কৰা। সেয়েহে অসমীয়া জাতিক অপমান কৰা কোনোধৰণৰ কাৰ্য্যক আমি সমৰ্থন নকৰো।”

উল্লেখ্য যে, আৰক্ষীয়ে যোগ নিৰীক্ষকগৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে ৰাজ্যৰ চুকে-কোণে পতঞ্জলিৰ বিৰুদ্ধে ৰাইজক সজাগ কৰি তুলিব বুলি আমাৰ আগত জানিবলৈ দিয়াৰ উপৰি যোগ নিৰীক্ষক সতীনাথ বাৰালক গ্ৰেপ্তাৰ নকৰা পৰ্য্যন্ত প্ৰতিবাদ অৱ্যাহত ৰাখিব বুলিও হুংকাৰ দিয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd