• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যুদ্ধৰ বিভীষিকা! ওমানত ইৰাণৰ আক্ৰমণৰ বলি ১৫ ভাৰতীয়, আন্তঃৰাষ্ট্ৰীয় মহলত জোকাৰণি

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 2, 2026 8:27 am
55
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিম এছিয়াৰ পৰিস্থিতি ক্ৰমান্বয়ে জটিল হৈ পৰিছে। শেহতীয়াকৈ সংঘাতৰ পৰিৱেশত ওমানৰ উপকূলত তেল টেংকাৰত ড্ৰ’ন আক্ৰমণৰ সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় মহলত এক নতুন উদ্বেগৰ সৃষ্টি হৈছে। হৰমুজ প্ৰণালীৰ সমীপত এই আক্ৰমণত ভাৰতীয়কে ধৰি কেইবাজনো নাৱিক আহত হয়।

সূত্ৰ অনুসৰি ওমানৰ মুছাণ্ডাম অঞ্চলৰ উপকূলৰ কাষেৰে হৰমুজ প্ৰণালীৰ দিশে গৈ আছিল ‘স্কাইলাইট’ নামৰ এখন তেল টেংকাৰ। টেংকাৰখনত পালাউ বুলি ফ্লেগ কৰা হৈছিল আৰু ইয়াত মুঠ ২০ জন ক্ৰু আছিল। ইয়াৰে ১৫ জন ভাৰতীয় আৰু ৫ জন ইৰাণী নাগৰিক।

Apply Now

মুছাণ্ডাম উপকূলৰ পৰা প্ৰায় পাঁচ নটিকেল মাইল দূৰত থকা অৱস্থাত হঠাতে এখন ড্ৰোন আহি টেংকাৰখন খুন্দা মাৰে। অভিযোগ অনুসৰি ইৰাণৰ দিশৰ পৰা নিক্ষেপ কৰা হৈছিল ড্ৰ’নখন।

আক্ৰমণৰ লগে লগে জাহাজখনত আতংক বিয়পি পৰে। ওমানী ক’ষ্ট গাৰ্ডে দ্ৰুতগতিত উদ্ধাৰ অভিযান আৰম্ভ কৰে। প্ৰথম অৱস্থাত এই আক্ৰমণত কমেও চাৰিজন লোক আহত হোৱাৰ খবৰ পোৱা গৈছিল। তাৎক্ষণিক চিকিৎসাৰ বাবে নিৰাপদ স্থানলৈ লৈ যোৱা হয়। জাহাজখনৰ কেইবাজনো নাৱিককো নিৰাপদে উলিয়াই অনা হয়।

এই ঘটনাক কেন্দ্ৰ কৰি আন্তঃৰাষ্ট্ৰীয় সমাজৰ আন এটা ডাঙৰ চিন্তা হৈছে হৰমুজ প্ৰণালীৰ কৌশলগত গুৰুত্ব। বিশ্বৰ এই অন্যতম গুৰুত্বপূৰ্ণ জলপথৰ মাজেৰে প্ৰতিদিনে বৃহৎ পৰিমাণৰ তেল পৰিবহণ কৰা হয়। অনুমান কৰা হৈছে যে বিশ্বৰ মুঠ তেল যোগানৰ প্ৰায় এক পঞ্চমাংশ এই জলপথৰ মাজেৰে পাৰ হৈ যায়। ফলত ইয়াত যিকোনো সামৰিক বা নিৰাপত্তাজনিত ঘটনাই বিশ্বৰ অৰ্থনীতিতো প্ৰভাৱ পেলাব পাৰে।

মুছাণ্ডাম অঞ্চলটোও অতি গুৰুত্বপূৰ্ণ। ওমানৰ এই অংশ ভৌগোলিকভাৱে হৰমুজ প্ৰণালীৰ প্ৰৱেশদ্বাৰত অৱস্থিত। ইৰাণ আৰু ওমান দুয়োখনেই এই জলপথটোক কাৰ্যকৰীভাৱে প্ৰভাৱিত কৰে। ফলত এই অঞ্চলত সামান্য উত্তেজনা হ’লেও আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আৰু শক্তি যোগানৰ বাবে ডাঙৰ বিপদৰ সৃষ্টি হ’ব পাৰে।

ইফালে কাটাৰে এই আক্ৰমণক তীব্ৰ গৰিহণা দিছে। তেওঁলোকৰ মতে এই আক্ৰমণ ওমানৰ সাৰ্বভৌমত্বৰ ওপৰত প্ৰত্যক্ষ আঘাত। একে সময়তে পশ্চিম এছিয়াত ক্ৰমবৰ্ধমান উত্তেজনাক লৈ উদ্বেগ প্ৰকাশ কৰি আলোচনাৰ জৰিয়তে সমস্যাৰ সমাধানৰ আহ্বান জনাইছে।

উল্লেখ্য যে যোৱা শনিবাৰৰ পৰা পশ্চিম এছিয়াৰ পৰিস্থিতি দ্ৰুতগতিত গৰম হৈ আহিছে। সেইদিনা ৰাতিপুৱা খবৰ ওলায় যে আমেৰিকা আৰু ইজৰাইলে ইৰাণৰ ওপৰত বৃহৎ আক্ৰমণ চলাইছে। সেই আক্ৰমণত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেই নিহত হোৱা বুলি দাবী কৰা হৈছিল। এই ঘটনাৰ পিছৰে পৰা বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সূত্ৰই প্ৰকাশ কৰিছে যে ইৰাণে ইটোৰ পিছত সিটো প্ৰত্যাক্ৰমণ চলাই আহিছে।

উপসাগৰীয় অঞ্চলৰ বিভিন্ন দেশত আমেৰিকাৰ সামৰিক ঘাটিক লক্ষ্য কৰি একাধিক আক্ৰমণৰ বাতৰিও প্ৰকাশ পাইছে। খবৰ অনুসৰি দেওবাৰে ইজৰাইলে তেহৰাণত নতুনকৈ আক্ৰমণ চলাইছে। এনে পৰিস্থিতিত একাংশ কূটনীতিবিদৰ মতে পশ্চিম এছিয়াত এক বৃহৎ সংঘাতৰ সম্ভাৱনা উদয় হৈছে।

যদিহে হৰমুজ প্ৰণালীৰ দৰে গুৰুত্বপূৰ্ণ অঞ্চলত আক্ৰমণ বৃদ্ধি পাই থাকে তেন্তে ই কেৱল আঞ্চলিক ক্ষেত্ৰতে নহয়, বিশ্ব অৰ্থনীতি আৰু শক্তি বজাৰতো এক বৃহৎ জোকাৰণিৰ সৃষ্টি কৰিব পাৰে।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধৰিত্ৰী সুৰক্ষা মঞ্চ’ৰ বিশেষ বক্তৃতানুষ্ঠান: পৰিৱেশ সুৰক্ষা আৰু সাংবিধানিক অধিকাৰৰ ওপৰত আলোকপাত ন্যায়াধীশ উজ্জ্বল ভূঞাৰ

ধৰিত্ৰী সুৰক্ষা মঞ্চ’ৰ বিশেষ বক্তৃতানুষ্ঠান: পৰিৱেশ সুৰক্ষা আৰু সাংবিধানিক অধিকাৰৰ ওপৰত আলোকপাত ন্যায়াধীশ উজ্জ্বল ভূঞাৰ

August 8, 2026 10:14 pm
মহানগৰীত শোকাবহ পথ দুৰ্ঘটনা: চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত অকাল মৃত্যু মেধাৱী ছাত্ৰ হৰ্ষিত বৰাৰ

মহানগৰীত শোকাবহ পথ দুৰ্ঘটনা: চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত অকাল মৃত্যু মেধাৱী ছাত্ৰ হৰ্ষিত বৰাৰ

August 8, 2026 9:02 pm
জেন জি অৱক্ষয়ৰ বহিৰ্প্ৰকাশঃ নীট প্ৰতিবাদ, গভীৰ আৰ্থ-সামাজিক অসন্তুষ্টি আৰু এটা ত্ৰুটিপূৰ্ণ নিয়োগ ব্যৱস্থাৰ প্ৰতিফলন

জেন জি অৱক্ষয়ৰ বহিৰ্প্ৰকাশঃ নীট প্ৰতিবাদ, গভীৰ আৰ্থ-সামাজিক অসন্তুষ্টি আৰু এটা ত্ৰুটিপূৰ্ণ নিয়োগ ব্যৱস্থাৰ প্ৰতিফলন

August 8, 2026 8:28 pm
মুকলি হ’ল ২০২৭ চনৰ লোকপিয়লৰ থীম ছং : সন্নিৱিষ্ট হৈছে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ কণ্ঠ

মুকলি হ’ল ২০২৭ চনৰ লোকপিয়লৰ থীম ছং : সন্নিৱিষ্ট হৈছে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ কণ্ঠ

August 8, 2026 8:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধৰিত্ৰী সুৰক্ষা মঞ্চ’ৰ বিশেষ বক্তৃতানুষ্ঠান: পৰিৱেশ সুৰক্ষা আৰু সাংবিধানিক অধিকাৰৰ ওপৰত আলোকপাত ন্যায়াধীশ উজ্জ্বল ভূঞাৰ

ধৰিত্ৰী সুৰক্ষা মঞ্চ’ৰ বিশেষ বক্তৃতানুষ্ঠান: পৰিৱেশ সুৰক্ষা আৰু সাংবিধানিক অধিকাৰৰ ওপৰত আলোকপাত ন্যায়াধীশ উজ্জ্বল ভূঞাৰ

August 8, 2026 10:14 pm
মহানগৰীত শোকাবহ পথ দুৰ্ঘটনা: চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত অকাল মৃত্যু মেধাৱী ছাত্ৰ হৰ্ষিত বৰাৰ

মহানগৰীত শোকাবহ পথ দুৰ্ঘটনা: চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত অকাল মৃত্যু মেধাৱী ছাত্ৰ হৰ্ষিত বৰাৰ

August 8, 2026 9:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd