• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

মেৰামতিৰ বাবে পুনৰ আজিৰ পৰা বন্ধ থাকিব শৰাইঘাটৰ পুৰণি দলং

NE NOW NEWS দীপজ্যোতি শৰ্মা
গুৱাহাটী , May 1, 2020 12:37 pm

2 min read

4k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী মহানগৰীৰ লগত উত্তৰ পাৰক সংযোগ কৰা পুৰণি শৰাইঘাট দলংখনৰ মেৰামতিৰ বাবে আজিৰ পৰা পুনৰ তিনিদিনৰ বাবে বন্ধ থাকিব বুলি জনাইছে ৰেইলৱে কৰ্তৃপক্ষই।

ৰেইলৱেৰ তৰফৰ পৰা জানিব পৰা মতে শৰাইঘাটৰ পুৰনি দলংখনৰ কিছু কিছু অংশ পুনৰ জহি খহি গৈছে আৰু সেই সমূহ মেৰামতি কৰাৰ বাবেই ৰেইলৱেই আজিৰ পৰা কাম পুনৰ আৰম্ভ কৰিব।

মেৰামতিৰ বাবে আজি দিনৰ ১২ বজাৰ পৰা অহা তিনিদিনৰ বাবে দলংখনেৰে যাতায়ত সম্পূৰ্ণৰূপে বন্ধ থাকিব। মেৰামতিৰ কাম সম্পূৰ্ণ হৈ উঠাৰ পাছত অৰ্থাৎ ৪ মে’ৰ পৰা যাতায়াতৰ বাবে দলংখন পুনৰ মুকলি কৰিব দিব বুলি জনাইছে উত্তৰ-পূব ৰেইলৱেৰ জনসংযোগ বিষয়া নৃপেন ভট্টাচাৰ্যই।

বিষয়া গৰাকীয়ে নৰ্থ-ইষ্ট নাওক ফোন যোগে জানিবলৈ দি কয়, ‍‘পুৰণি শৰাইঘাট দলঙখন যথেষ্ট মেৰামতিৰ প্ৰয়োজন হৈ পৰিছিল। কিছু কিছু অংশত কাৰ্পেটিং এৰি গৈছিল। বৰ্তমান যিহেতু লকডাউন সেয়ে জনসমাগম কম, লগতে মানুহৰ যাতায়াত বন্ধ হৈ থাকোতেই দলংখন মেৰামতিৰ সিদ্ধান্ত লয় ৰেল’ৱে কৰ্তৃপক্ষই’।

তেওঁ লগতে পুৰণি দলংখন বন্ধ হৈ থকাৰ সময়ছোৱাত নতুন দলঙেৰে যাতায়াত কৰিব পাৰিব লগতে মালবাহী ট্ৰেইন সমূহ তলেৰে চলি থাকিব বুলিও জনায়।

উ্লেখ্য যে যোৱা বছৰ প্ৰায় তিনিমাহৰো অধিক সময় শৰাইঘাটৰ এই পুৰণি দলংখন বন্ধ কৰি ৰেইলৱে কৰ্তৃপক্ষই মেৰামতিৰ কাম কৰা পৰিলক্ষিত হৈছিল। কিন্তু এবছৰ নহওতেই এতিয়া পুনৰ মেৰামতি কৰিব লগীয়া হোৱা ঘটনাই স্বাভাৱিকতে ৰেইলৱে কৰ্তৃপক্ষৰ কামৰ ওপৰত সাধাৰণ জনতাৰ সন্দেহ উপজিছে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd