• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁও অসামৰিক চিকিৎসালয়ত বিশ্ব মানসিক স্বাস্থ্য দিৱস পালন

তেজেশ ত্ৰিপাঠী by তেজেশ ত্ৰিপাঠী
October 10, 2018 9:20 pm
WMHD-logo-e1476717677647
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ সৈতে সংগতি ৰাখি বঙাইগাঁও অসামৰিক চিকিৎসালয়ত মানসিক স্বাস্থ্যৰ বিভিন্ন দিশ আলোচনা কৰা হয়।

জিলা মানসিক স্বাস্থ্য কাৰ্যসূচী , জিলা স্বাস্থ্য সমাজ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে যুটীয়াভাৱে এই দিৱসটোৰ আয়োজন কৰে।সভাখনৰ বিষয়বস্তু  আছিল পৰিৱৰ্তিত বিশ্বত যুৱসমাজ আৰু মানসিক স্বাস্থ্য ( Young People and Mental Health in a changing world’)

Apply Now

বিষয়টোৰ ওপৰত বক্তব্য ৰাখি চিকিৎসালয়খনৰ তত্বাৱধায়ক ড০ অলি চক্ৰবৰ্তীয়ে কৈছে, ‘‘আমাৰ দেশৰ পিতৃ-মাতৃক সন্তান পালনৰ ওপৰত কোনো শিক্ষা প্ৰদান কৰা নহয় বাবে শৈশৱ  আৰু কৈশোৰ কালত কেনেদৰে সন্তানৰ দৈহিক, মানসিক, সামাজিক আৰু বৌদ্ধিক বিকাশৰ বাবে উদগনি দিব লাগে সেই বিষয়ে পিতৃ-মাতৃয়ে নাজানে।

সভাত মুখ্য অতিথি হিচাপে উপস্থিত থকা বঙাইগাঁওৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ (DLSA) সম্পাদক বিপাক্ষী বৰঠাকুৰে মানসিক স্বাস্থ্যৰ যত্ন আইন-২০১৭ৰ বিষয়ে ব্যাখ্যা কৰে আৰু মানসিক ৰোগগ্ৰস্ত সকলৰ বাবে যাতে সমাজত বাস কৰাটো সহজ কৰা হয় তাৰ বাবে তেওঁ জনসাধাৰণলৈ আহ্বান জনায়।

সভাত অধ্যক্ষতা কৰা চিকিৎসালয়খনৰ চিকিৎসক ড০ পিকে ৰয়ে আলোচনাত মানসিক স্বাস্থ্যৰ বিভিন্ন দিশ সম্বন্ধে হোৱা আলোচনাখিনি সৰ্বসাধাৰণৰ ওচৰলৈ লৈ যোৱাটো উচিৎ বুলি কয়।

পিতৃ-মাতৃয়ে সন্তানক যথোপযুক্ত নীতি নিৰ্দেশনা দিব নোৱাৰা বাবে সমাজত অসহনীয়তা বাঢ়ি আহিছে বুলি ড০ ৰয়ে মন্তব্য কৰে।

জিলা আইন সেৱা প্ৰাধিকৰণৰ সম্পাদক বিপাক্ষী বৰঠাকুৰে চিকিৎসালয়খনৰ চৌহদত গছপুলি ৰোপণ কৰে আৰু ৰোগীসকলৰ মাজত ফল-মূল বিতৰণ কৰে।

চিকিৎসালয়খনৰ প্ৰশাসক ড০ এম আই মোল্লা, কৰ্মচাৰী অজয় কলিতা আৰু বেচৰকাৰী সংস্থাসমূহৰ সদস্যসকলো সভাখনত উপস্থিত আছিল।

তেজেশ ত্ৰিপাঠী

তেজেশ ত্ৰিপাঠী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd