• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, March 4, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

স্কুলীয়া সহপাঠীক ঘোঁচা সোধাই নাক ভাঙিছিল বাৰাক অবামাই! কিন্তু কিয়?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 24, 2021 7:39 am

2 min read

স্কুলীয়া সহপাঠীক ঘোঁচা সোধাই নাক ভাঙিছিল বাৰাক অবামাই! কিন্তু কিয়?
197
VIEWS
Share on FacebookShare on Twitter

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অবামাই শেহতীয়াকৈ এক আমোদজনক স্বীকাৰোক্তি কৰি চৰ্চিত হৈছে।

তেওঁ নিজৰ শৈশৱ সোঁৱৰণ কৰি কৈছে যে এবাৰ স্কুলত তেওঁ সহপাঠী এজনক ঘুঁচিয়াই নাক ভাঙি দিছিল।

সহপাঠীজনে তেওঁক  বৰ্ণবৈষম্যমূলক আচৰণ কৰাৰ বাবে অবামাই এই ঘোঁচাটো সোধাইছিল।

প্রাক্তন ৰাষ্ট্ৰপতিজনে স্প’টিফাই পডকাষ্টত জনপ্রিয় ৰকষ্টাৰ ব্ৰুছ স্প্ৰিংস্টনৰ স’তে হোৱা এটা বাৰ্তালাপত এই অভিজ্ঞতাটো বৰ্ণনা কৰে।

সহপাঠীজনৰ স’তে অবামাই একেলগে বাস্কেটবল খেলিছিল। এবাৰ খেলপথাৰৰ ড্ৰেচিং ৰুমত সহপাঠীজনে তেওঁক বৰ্ণবৈষমমূলক নাম এটাৰে মাতিছিল আৰু সেই নামটোৱে অবামাৰ স্বাভীমানত আঘাট কৰিছিল।

অবামাই কয় যে হয়তো সহপাঠীজনে উক্ত বৰ্ণবৈষম্যমূলক নামটো নাজানিবও পাৰে, যদিহে জানিছিল তেন্তে তেওঁ মোক আঘাট কৰিবলৈয়ে সেই নাম দি মাতিছিল।

‘‘মই হয়তো দুখীয়া। মই হয়তো মূৰ্খ। মই হয়তো নীচ। মই হয়তো আপচু। মই হয়তো মোৰ নিজৰ দৰেই নহয়। মই হয়তো অসুখী। কিন্তু তুমি জানো জানা যে মই কি? মই তুমি নহয়!’’- অবামাই স্বভাৱজাত তেজস্বী বাকপটুতাৰে কৈ গ’ল।

উল্লেখযোগ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথমজন কৃষ্ণাংগ ৰাষ্ট্ৰপতিজনে হোৱাইট হাউচ এৰাৰ পাছতো আমেৰিকাত ব্যাপক প্ৰভাৱ থকা বৰ্ণবৈষম্যবাদক লৈ প্ৰাক্তন ৰাষ্ট্ৰপতিজনে সঘনে আলোচনা কৰি আহিছে।

২০১৫ চনৰ এটা সাক্ষাৎকাৰত তেওঁ সাৱধানবাণী শুনাইছিল যে আমেৰিকাই এতিয়াও বৰ্ণবৈষম্যবাদৰ পৰা ‘‘আৰোগ্য’’ লাভ কৰা নাই।

Recent News

Jiten Gogoi nomination.(1)

বোকাখাতত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰাক্তন বিধায়ক জিতেন গগৈৰ মনোনয়ন দাখিল

24_12_2018-loot1_18782468

গোলাঘাট চহৰৰ মাজমজিয়াত দিন দুপৰতে চিলনী চোৰে লুটিলে ডেৰ লাখ টকা

মানৱ অধিকাৰ : মোদীৰ নেতৃত্বকালত ভাৰতক একনায়ত্ববাদী দেশ আখ্যা ‘ফ্ৰীডম হাউচ’ৰ

মানৱ অধিকাৰ : মোদীৰ নেতৃত্বকালত ভাৰতক একনায়ত্ববাদী দেশ আখ্যা ‘ফ্ৰীডম হাউচ’ৰ

raijor Dol

ৰাইজৰ দলৰ কোনে ক’ৰ পৰা লাভ কৰিব টিকট? নৰ্থ ইষ্ট নাওৰ হাতত প্ৰায় চূড়ান্ত তালিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd