• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘এক দেশ, এক নিৰ্বাচন’ত মোদী মন্ত্ৰীসভাৰ ছীল-মোহৰ; আগন্তুক অধিৱেশনতেই উত্থাপন কৰা হ’ব বিধেয়ক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 18, 2024 4:23 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালি গৃহমন্ত্রী অমিত শ্বাহে ইংগিত দিয়ে যে ‘এক দেশ, এক নিৰ্বাচন’ প্রক্রিয়া দেশত অতি শীঘ্ৰে ৰূপায়ণ হ’ব৷ শ্বাহৰ ইংগিতৰ পিছদিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চৰকাৰে সেই প্ৰক্ৰিয়াত এখোজ আগুৱাই গ’ল। বুধবাৰে কেন্দ্ৰীয় কেবিনেটে ‘এক দেশ, এক নিৰ্বাচন’ কাৰ্যকৰী কৰাৰ বাবে প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কমিটীৰ পৰামৰ্শত অনুমোদন জনায়। কেৱল সেয়াই নহয়, এই বিধেয়কখন আগন্তুক শীতকালীন অধিৱেশনত সংসদত দাখিল কৰিবলৈ গৈ আছে বুলি জানিব পৰা গৈছে।

‘এক দেশ, এক নিৰ্বাচন’ৰ বাস্তৱতা চাবলৈ কেন্দ্ৰই প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত এখন কমিটী গঠন কৰে। যোৱা মাৰ্চ মাহত সমিতিখনে ৰাষ্ট্ৰপতি ভৱনলৈ গৈ দ্ৰৌপদী মুৰ্মুক প্ৰতিবেদন দাখিল কৰিছিল। য’ত কমিটীয়ে এই প্ৰক্ৰিয়াৰ সপক্ষে মতামত দিয়ে। অৱশেষত কোবিন্দ কমিটীৰ পৰামৰ্শত নৰেন্দ্ৰ মোডীৰ কেবিনেটে সেউজ সংকেত দিলে। প্ৰাথমিক প্ৰক্ৰিয়া শেষ হোৱাৰ পিছত পৰৱৰ্তী প্ৰক্ৰিয়া হ’ল বিধেয়কখন সংসদত দাখিল কৰা।

যোৱা মাহত লালকিল্লাত স্বাধীনতা দিৱসৰ অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘এখন দেশ, এখন নিৰ্বাচন’ৰ প্ৰশ্ন উত্থাপন কৰিছিল। তেওঁ যুক্তি দিছিল যে সঘনাই নিৰ্বাচনে দেশৰ উন্নয়নৰ কামত বাধাৰ সৃষ্টি কৰে। প্ৰধানমন্ত্ৰীয়ে দাবী কৰে যে সমগ্ৰ দেশেই এই প্ৰক্ৰিয়াক সমৰ্থন কৰে। লগতে সকলো ৰাজনৈতিক দলকে এই বিষয়টোক সমৰ্থন কৰিবলৈ আহ্বান জনায়। মোডীৰ বাৰ্তাৰ পিছত এন ডি এ চৰকাৰৰ চলিত কাৰ্যকালত এখন দেশ, এখন নিৰ্বাচনী ব্যৱস্থা ৰূপায়ণ হ’ব বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল।

Apply Now

বিৰোধীসকলে অভিযোগ কৰে যে এই নীতিয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন শৈলীৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ চেষ্টা কৰিছে। যিটো ফেডাৰেল গাঁথনি আৰু সংসদীয় গণতন্ত্ৰৰ বিৰোধী। কংগ্ৰেছ, তৃণমূল, চিপিএমকে ধৰি বিজেপি বিৰোধী দলসমূহে আশংকা কৰিছে যে যদিহে ‘এখন দেশ, এটা নিৰ্বাচন’ৰ নীতি বলবৎ হয়, তেন্তে ফেডাৰেল গাঁথনিত সাংসদ-বিধায়কৰ নিৰ্বাচনত দেখা পোৱা বৈচিত্ৰ্যপূৰ্ণ ফলাফল ধ্বংস হ’ব। বিজেপিৰ দৰে অৰ্থনৈতিকভাৱে শক্তিশালী দলসমূহে এই সুযোগ ব্যৱহাৰ কৰিব। সৰু সৰু আঞ্চলিক দলবোৰক তেওঁলোকৰ প্ৰচাৰৰ ঢৌৱে উটুৱাই নিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd