• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

‘এক দেশ, এক নিৰ্বাচন’ কাৰ্যকৰী হ’লে ৰাহি হ’ব ৭ লাখ কোটি টকা : সংবাদমেলত জেপিচিৰ অধ্যক্ষ সাংসদ পি পি চৌধুৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 5:05 pm
101
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৰিকল্পিত ‘এক দেশ, এক নিৰ্বাচন’ ব্যৱস্থা সম্পৰ্কে মতামত আগবঢ়াইছে ‘ৱান নেচন, ৱান ইলেকচন’ সংক্ৰান্তীয় যৌথ সংসদীয় কমিটিয়ে। কমিটিৰ মতে এই ব্যৱস্থা কাৰ্যকৰী হ’লে সমগ্ৰ দেশতে একেলগে লোকসভা, বিধানসভা আৰু স্থানীয় পৌৰসভা তথা পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা যাব। ইয়াৰ ফলত প্ৰায় ৭ লাখ কোটি টকা সাৰ্বজনীনভাৱে ৰাহি হোৱাৰ সম্ভাৱনা আছে।

ইয়াৰ উপৰি প্ৰশাসনিক কাম-কাজৰ গতি বৃদ্ধি পাব আৰু দেশৰ জিডিপি বৃদ্ধিৰ হাৰো প্ৰায় ১.৬ শতাংশ পৰ্যন্ত বাঢ়িব পাৰে বুলি গান্ধীনগৰত অনুষ্ঠিত এক সংবাদমেলত জেপিচিৰ অধ্যক্ষ তথা লোকসভাৰ সাংসদ পি পি চৌধুৰীয়ে এই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিছে।

Apply Now

তেওঁ জনায় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত এটা আঠজনীয়া কমিটি গঠন কৰি দিছিল। এই কমিটিখনে প্ৰায় ১৮৬ দিন ধৰি বিভিন্ন আলোচনা আৰু পৰ্যালোচনা কৰাৰ পিছত এটা প্ৰতিবেদন প্ৰস্তুত কৰে। পাছত এই বিষয়টো যৌথ সংসদীয় কমিটিৰ ওচৰলৈ পঠিওৱা হয়। সেই প্ৰতিবেদন অনুসৰি একেলগে তিনিটা স্তৰৰ নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰিলে দেশ আৰ্থিক আৰু প্ৰশাসনিকভাৱে বহুখিনি লাভান্বিত হ’ব।

কমিটিৰ পৰামৰ্শ অনুযায়ী প্ৰথম পৰ্যায়ত লোকসভা আৰু বিধানসভা নিৰ্বাচন একেলগে আয়োজন কৰা হ’ব। ইয়াৰ পিছত ১০০ দিনৰ ভিতৰত পঞ্চায়ত আৰু পৌৰসভা নিৰ্বাচন সম্পন্ন কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। বৰ্তমান সময়ত সংবিধানৰ সংশোধনী বিল আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আইনৰ সংশোধনী বিলখন জেপিচিয়ে পৰীক্ষা-নিৰীক্ষা কৰি আছে। এই সন্দৰ্ভতে কমিটিৰ সদস্যসকলে তিনিদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটলৈ গৈছে।

বৰ্তমান সময়ত ‘এক দেশ, এক নিৰ্বাচন’ বিলখন যৌথ সংসদীয় কমিটিৰ বিবেচনাধীন হৈ আছে। এই কমিটিখনে দেশৰ প্ৰাক্তন নিৰ্বাচন আয়ুক্ত, প্ৰ প্রাক্তন মুখ্য ন্যায়াধীশ আৰু বিভিন্ন বিশেষজ্ঞসকলৰ মতামত গ্ৰহণ কৰিছে। বিজেপি সাংসদ পি পি চৌধুৰীৰ নেতৃত্বত চলি থকা এই কমিটিখনত মুঠ ৩৯ গৰাকী সদস্য আছে, যাৰ ভিতৰত লোকসভাৰ পৰা ২৭ গৰাকী আৰু ৰাজ্যসভাৰ পৰা ১২ গৰাকী সাংসদ অন্তৰ্ভুক্ত হৈ আছে। অৱশ্যে অধ্যক্ষগৰাকীয়ে পূৰ্বেই স্পষ্ট কৰি দিছে যে ২০৩৪ চনৰ পূৰ্বে এই এক দেশ এক নিৰ্বাচন নীতি কাৰ্যকৰী কৰা সম্ভৱ নহয় আৰু বৰ্তমান কমিটিখনে সেই সময়সীমা আগত ৰাখিয়েই কাম কাজ আগবঢ়াই লৈ গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd