• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চি পি আই (এম)ৰ নেতাক নৃশংসভাৱে হত্যা; হত্যাকাণ্ডত বিজেপিৰ লোক জড়িতৰ অভিযোগ

NE NOW NEWS তন্ময় চক্ৰৱৰ্তি
আগৰতলা , October 29, 2019 10:08 pm

2 min read

Manik Sarkar visited the place where Tufan Debbarma killed

ফটো : নৰ্থ-ইষ্ট নাও

31.7k
VIEWS
Share on FacebookShare on Twitter

ত্ৰিপুৰাৰ সোণামূৰা মহকুমাৰ অন্তৰ্গত পদ্মিনী নগৰ এ ডি চি গাঁৱত চি পি আই(এম)ৰ এগৰাকী স্থানীয় নেতাক নৃশংসভাৱে হত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

যোৱা দেওবাৰে মৃতদেহ উদ্ধাৰ হোৱা নেতা জনক তুফান দেববাৰ্মা বুলি চিনাক্ত কৰা হৈছে। তেওঁ জি এম পি (চি পি আই এমৰ জনজাতি শাখা)ৰ বিভাগীয় সমিতিৰ সদস্য আছিল।

এই ঘটনাৰ বিষয়ে জানিব পাৰি আজি দলটোৰ জ্যেষ্ঠ নেতা তথা ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্য মন্ত্ৰী মানিক সৰকাৰে হত্যাৰ বলি হোৱা লোকজনৰ ঘৰত উপস্থিত হৈ পৰিয়ালৰ লোকক সাক্ষাৎ কৰে।

ৰাজনৈতিক আক্ৰোশৰ ফলত এইদৰে নেতাজনে নিজৰ প্ৰাণ হেৰুৱাব লগীয়া হোৱা বুলি দলটোৰ কৰ্মীসকলে মত ব্যক্ত কৰিছে। তদুপৰি এই হত্যাকাণ্ডৰ সৈতে বিজেপিৰ গুণ্ডা বাহিনী জড়িত থকাৰো অভিযোগ তোলে একাংশই।

ইফালে আৰক্ষীয়ে এই হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত নিৰজিৎ দেৱবাৰ্মা নামৰ এজন লোকক আটক কৰিছে।

ঘটনা সন্দৰ্ভত গাঁওবাসীয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দি কয় যে দেওবাৰে একাংশ দুষ্কৃতিকাৰীয়ে তুফান দেৱবাৰ্মাৰ ঘৰত প্ৰৱেশ কৰি তেওঁক বাহিৰলৈ উলিয়াই আনে। ঘটনা সংঘটিত হোৱাৰ সময়ত লোকজনৰ ঘৈনীয়েক আৰু ছোৱালীজনী ঘৰত উপস্থিত নাছিল।

দেওবাৰে ৰাতিপুৱা নেতাজনৰ মৃতদেহটো ঘৰৰ পৰা কিছু নিলগত উদ্ধাৰ হয়। দুষ্কৃতিকাৰীয়ে অতি নৃশংসতাৰে নেতাজনৰ মূৰত আক্ৰমণ কৰিছিল।

ইফালে এই ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিয়াৰ লগতে বিজেপিৰ শাসন কালত ৰাজ্যখনত আইন-শৃংখলা অধিক অৱনতি হোৱা বুলি মন্তব্য কৰিছে মানিক সৰকাৰে।

Recent News

Bokakhat republic day

ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন; বিভিন্ন জনক সম্বৰ্ধনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

Republic day parade in delhi

গণৰাজ্য দিৱসত দিল্লীৰ ৰাজপথত ব্ৰাহ্মছ-তেজস, আকাশ মাৰ্গত ৰাফেলৰ শক্তি প্ৰদৰ্শন

কোটিপতিৰ সংখ্যাৰে অসম বিধানসভাত একক সংখ্যা গৰিষ্ঠ বিধায়ক

কোটিপতিৰ সংখ্যাৰে অসম বিধানসভাত একক সংখ্যা গৰিষ্ঠ বিধায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd